• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভংগ কৰিব নোৱাৰা অভিলেখ ৰোহিত শৰ্মাৰ নামত!

৩৭ বছৰীয়া ভাৰতীয় খেলুৱৈ গৰাকীৰ নামত তিনিটা দ্বৈত শতক

Nation NE by Nation NE
August 18, 2024
in Top News, ক্ৰীড়া
0 0
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভংগ কৰিব নোৱাৰা অভিলেখ ৰোহিত শৰ্মাৰ নামত!
Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ মহান বেটছমেন তথা অধিনায়ক ৰোহিত শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ সকলো। টি-২০ বিশ্বকাপ খিতাপ অৰ্জন কৰাৰ পিছতে তেওঁৰ নামত লিপিবদ্ধ হোৱা এক অভিলেখ ১০০ বছৰ পৰ্যন্ত ভংগ কৰিব নোৱাৰিব বুলি অনুমান কৰিছে ক্ৰীড়ানুৰাগীয়ে।

বৰ্তমানে “আই চি চি”ৰ এদিনীয়া ৰেংকিঙত ৩৭ বছৰীয়া ৰোহিত শৰ্মা বিশ্বৰ ভিতৰতে দুই নম্বৰ বেটছমেন। ১৯৮৭ চনৰ ৩০ এপ্ৰিলত জন্মগ্ৰহণ কৰা ৰোহিত শৰ্মাক সাম্প্ৰতিক সময়ত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন হিচাপে গণ্য কৰা হয়।

ধাৰাবাহিকভাৱে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই অহা ৰোহিত শৰ্মাক সকলোৱে ‘হিটমেন’ বুলি অভিহিত কৰে। এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তিনিটা দ্বৈত শতক অৰ্জন কৰা বিশ্ব অভিলেখ আছে ৰোহিত শৰ্মাৰ নামত। এদিনীয়া ক্ৰিকেটত ৩টা দ্বৈত শতক অৰ্জন কৰা ৰোহিত শৰ্মা হৈ পৰিছে বিশ্বৰ একমাত্ৰ বেটছমেন।

ইয়াৰ পূৰ্বে ৰোহিত শৰ্মাই এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মিডল অৰ্ডাৰত বেটিং কৰিছিল। কিন্তু অপেনিঙত সুযোগ পোৱাৰ লগে লগেই চমক সৃষ্টি কৰিবলৈ সক্ষম হয় ভাৰতীয় মহান খেলুৱৈ গৰাকীয়ে।

এদিনীয়া ক্ৰিকেটত ৰোহিত শৰ্মাই প্ৰথমটো দ্বৈত শতক অৰ্জন কৰিছিল ২০১৩ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। ২০১৩ চনৰ ২ নৱেম্বৰত বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৫৮টা বলত ২০৯ ৰানৰ দুৰ্দান্ত ইনিংছ খেলিছিল ৰোহিত শৰ্মাই।

এই ইনিংছত ৰোহিত শৰ্মাই ১২টা চাৰি আৰু ১৬টা ছয় কোবাইছিল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই খেলখনত ভাৰতে ৫৭ ৰানত জয়লাভ কৰে।

২০১৪ চনৰ ১৩ নৱেম্বৰত কলকাতাত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা এদিনীয়া মেচত ৰোহিত শৰ্মাই ২৬৪ ৰানৰ ইনিংছ খেলি বিশ্ব অভিলেখ গঢ়িছিল, যিটো আজিলৈকে কোনো বেটছমেনে ভংগ কৰিব পৰা নাই। এদিনীয়া ক্ৰিকেটত এইটো আছিল ৰোহিত শৰ্মাৰ দ্বিতীয়টো দ্বৈত শতক আৰু বিশ্বৰ একমাত্ৰ বেটছমেন হিচাপে পৰিগণিত হৈছিল।

ইডেন গাৰ্ডেনত ২৬৪ ৰানৰ ইনিংছত ৰোহিতে ১৭৩টা বলৰ মুখামুখি হৈ ৩৩টা চাৰি আৰু ৯টা ছয় কোবাইছিল। ৰোহিতৰ ইনিংছৰ বাবেই এই মেচখনত টিম ইণ্ডিয়াই ১৫৩ ৰানত জয়লাভ কৰে।

২০১৭ চনৰ ১৩ ডিচেম্বৰত শ্ৰীলংকাৰ বিৰুদ্ধে মোহালী অনুষ্ঠিত এদিনীয়া খেলত ৰোহিত শৰ্মাই ২০৮ ৰানৰ অপৰাজিত ইনিংছ খেলি এদিনীয়া কেৰিয়াৰৰ তৃতীয়টো দ্বৈত শতক অৰ্জন কৰে। এই ইনিংছটোত আছিল ১৩টা চাৰি আৰু ১২টা ছয়। ৰোহিতে প্ৰথমে ১১৫টা বলত ১০০ ৰান সম্পূৰ্ণ কৰে। ইয়াৰ পিছত মাত্ৰ ৩৬টা বলত তেওঁ পৰৱৰ্তী ১০০ ৰান সম্পূৰ্ণ কৰে। অধিনায়ক হিচাপে এদিনীয়াত এইটোৱেই আছিল দ্বিতীয় শ্ৰেষ্ঠ ব্যক্তিগত স্ক’ৰ।

ৰোহিত শৰ্মাই এতিয়ালৈকে ভাৰতৰ হৈ ২৬৫খন এদিনীয়া মেচত ৪৯.১৬ গড়ে ১০৮৬৬ ৰান সংগ্ৰহ কৰিছে, য’ত ৩টা দ্বৈত শতক, ৩১টা শতক আৰু ৫৭টা অৰ্ধশতক সন্নিবিষ্ট হৈছে।

এই সময়ছোৱাত তেওঁৰ সৰ্বোত্তম স্ক’ৰ আছিল ২৬৪ ৰান। ৰোহিতৰ এই স্ক’ৰ এদিনীয়া ক্ৰিকেটত বিশ্ব অভিলেখ। এদিনীয়াত ৰোহিত শৰ্মাৰ নামত ৯টা উইকেট আৰু সৰ্বোত্তম প্ৰদৰ্শন ২৭ ৰানত ২ উইকেট।

২০০৭ চনৰ ২৩ জুনত ৰোহিত শৰ্মাই ভাৰতৰ হৈ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। আয়াৰলেণ্ডৰ বিৰুদ্ধে তেওঁ এদিনীয়া ইণ্টাৰনেশ্যনেল খেলত অভিষেক কৰিছিল।

Tags: #BCCI#cricketInternational CricketOne DayRohit SharmaWorld Record

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025