১. কিমান চনত অসম মহিলা আয়োগ গঠন কৰা হৈছিল?
উ: ১৯৯৩ চনত
২. ৰেডক্ৰছ দিৱস কেতিয়া পালন কৰা হয়?
উ: ৮ মে’
৩. ৰেডক্লিফ লাইন কোন ২খন দেশৰ সীমাৰেখা?
উ: ভাৰত আৰু পাকিস্তান
৪. অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় কত অৱস্থিত?
উ: ডিব্ৰুগড়
৫. বৰদলৈ ট্ৰফী কিমান চনৰ পৰা আৰম্ভ হয়?
উ: ১৯৫২ চনৰ পৰা
৬. কিমান চনত অসম এছোছিয়েচন গঠন কৰা হৈছিল?
উ: ১৯০৩ চনত
৭. যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল?
উ: জগন্নাথ বৰুৱা
৮. সত্যমেৱ জয়তে বাক্যশাৰী কৰ পৰা লোৱা হৈছে?
উ: মুণ্ডক উপনিষদৰ পৰা
৯. হোমেন বৰগোহাঞিয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল?
উ: পিতাপুত্ৰ
১০. অসমৰ কাক Lion Man of Assam বুলি কোৱা হয়?
উ: ৰাধাগোবিন্দ বৰুৱা
১১. বিশ্ব এইডছ দিৱস কেতিয়া পালন কৰা হয়?
উ: ১ ডিচেম্বৰ
১২. Discovery of Assam কিতাপখনৰ ৰচক কোন?
উ: সতীশ চন্দ্ৰ কাকতি
১৩. মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল?
উ: ১৭৬৯ চনত
১৪. কোচ ৰাজ্যৰ কোনে প্ৰতিষ্ঠা কৰিছিল?
উ: বিশ্ব সিংহই
১৫. মানাহক কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা পালন কৰা হৈছিল?
উ: ১৯৯০ চনত