• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 2, 2026
27 °c
Guwahati
28 ° Sat
28 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    বিজেপিৰ ৩১ টা ডাঙৰ প্ৰতিশ্ৰুতি, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গা ধুবলৈ গৈ নদীত ডুব গ’ল ৪ কিশোৰ, দুজনক উদ্ধাৰ, দুজন সন্ধানহীন

Nation NE by Nation NE
June 29, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
গা ধুবলৈ গৈ নদীত ডুব গ’ল ৪ কিশোৰ, দুজনক উদ্ধাৰ, দুজন সন্ধানহীন

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

আগ্ৰা থানা ছিকন্দৰা অঞ্চলৰ পৰা আহিছে এক হৃদয় বিদাৰক ঘটনা। যমুনা নদীত গা ধুবলৈ যোৱা ৪ জন কিশোৰ পানীৰ সোঁতত উটি যোৱা ঘটনাই তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

জানিব পৰা অনুসৰি, ছিকন্দৰা অঞ্চলৰ আকবৰাৰ চাৰিজন কিশোৰো যমুনা নদীত গা ধুবলৈ গৈছিল। গা ধুই থকা অৱস্থাতেই এজন এজনকৈ চাৰিওজন কিশোৰে নদীৰ গভীৰ সোঁতত উটি যায়।

কিশোৰ কেইজনে তীব্ৰ সোঁতৰ পৰা বাচিবলৈ চিঞৰ-বাখৰ কৰাত স্থানীয় কিছু লোক সেই স্থানত উপস্থিত হয়। ২ জন কিশোৰক স্থানীয় ৰাইজে নিৰাপদে উদ্ধাৰ কৰে যদিও দুজন কিশোৰ এতিয়াও সন্ধানহীন হৈ আছে।

পৰিয়াল কেইটাই এই ঘটনাৰ বিষয়ে জানিব পৰাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰময় পৰিৱেশ সৃষ্টি হযোৱা পৰিলক্ষিত হয়।

একে সময়তে এই ঘটনাৰ বিষয়ে স্থানীয় আৰক্ষীক অৱগত কৰা হয়। আৰক্ষীৰ দলৰ লগতে জ্যেষ্ঠ বিষয়াসকলো সেই স্থানত উপস্থিত হয়। এছডিআৰএফ আৰু আন দলে সক্ৰিয়ভাৱে উদ্ধাৰ অভিযান চলাই আছে।

Tags: AgraDrownedYamuna River

Related Posts

মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ ‘তালৱাৰ বাবা’; তৰোৱাল লৈ এইদৰেই জনসাধাৰণক শোষণ
Top News

April 2, 2026
নিজৰ খাদ্যতালিকাত অন্তৰ্ভূক্ত কৰক নহৰু, পুৰুষৰ বাবে কিয় উপযোগী এইবিধ খাদ্য

পাকিস্তানৰ মুখত মোক্ষম আঘাত এই মুছলমান দেশৰ, বন্ধ কৰিলে এই গুৰুত্বপূৰ্ণ সুবিধা

হনুমান জয়ন্তীৰ এই পৱিত্ৰ দিনটোত ভুলটো নকৰিব এইসমূহ কাম, জানক পূজাৰ কিছু গুৰুত্বপূৰ্ণ নিয়ম…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025