• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 4, 2026
21 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আই পি এল ২০২৫ৰ পিছতে অৱসৰ ল’ব এই পাঁচগৰাকী ক্ৰিকেটাৰে!

Nation NE by Nation NE
March 11, 2025
in Top News, ক্ৰীড়া
0 0
ক্ৰিকেট অনুৰাগীৰ বাবে বেয়া খবৰ; আই পি এল উপভোগ কৰিব নোৱাৰিব এইটো প্লেটফৰ্মত

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ ১৮ সংখ্যক ছিজনলৈ মাজত মাত্ৰ কেইটামান দিন। ২২ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া আগন্তুক ছিজনত হয়তো শেষবাৰৰ বাবে দেখা যাব কেইবাজনো অভিজ্ঞ তথা বৰ্ষীয়ান ক্ৰিকেটাৰক। আগন্তুক ছিজনৰ পিছতেই কেইবাজনো ক্ৰিকেটাৰে অৱসৰ লোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

জানো আহক আগন্তুক ছিজনৰ পিছত সন্যাস ল’ব পৰা পাঁচগৰাকী ক্ৰিকেটাৰ

মহেন্দ্ৰ সিং ধোনী

চেন্নাই ছুপাৰ কিংছ দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনী হৈছে আই পি এল ২০২৫ৰ আটাইতকৈ বৰ্ষীয়ান ক্ৰিকেটাৰ। ৪৩ বছৰ বয়সতো ধোনীয়ে আই পি এল খেলি যাব বুলি লোৱা সিদ্ধান্তত উৎফুল্লিত হৈ পৰিছে দেশৰ প্ৰান্তে প্ৰান্তে সিঁচৰিত হৈ থকা তেওঁৰ কোটি-কোটি অনুৰাগী। চি এছ কেক পাঁচবাৰ খিতাপ জয়ী কৰোৱা ধোনী পুনৰবাৰ সাজু হৈ উঠিছে আই পি এল খেলিবলৈ। কিন্তু তেওঁৰ বয়সৰ প্ৰতি লক্ষ্য কৰিলে হয়তো এইটোৱে হ’ব তেওঁৰ অন্তিম ছিজন। আই পি এলৰ ১৮ সংখ্যত ছিজনটোৱে তেওঁৰ কেৰিয়াৰৰ অন্তিম ছিজন হ’ব বুলি ছ’চিয়েল মিডিয়াতো ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে।

ঈশান্ত শৰ্মা

অনুভৱী ভাৰতীয় বেগী বলাৰ ঈশান্ত শৰ্মাই আই পি এল নিলামত ৰচিছে ইতিহাস। আই পিল ২০০৮ আৰু ২০২৫ চনৰ মেগা নিলামত বিক্ৰী হোৱা তেওঁ একমাত্ৰ ক্ৰিকেটাৰ। দিল্লী কেপিটেলছৰ হৈ খেলাৰ পিছত ঈশান্ত শৰ্মাক এইবাৰ গুজৰাট টাইটানছে ৭৫ লাখ টকাত ক্ৰয় কৰিছে। আই পি এল ইতিহাসত কলকাতা নাইট ৰাইডাৰ্ছ, ডেক্কান চাৰ্জাৰ্ছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ, ৰাইজিং পুনে ছুপাৰজায়েণ্টছ, পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ হৈ খেলিছে ঈশান্ত শৰ্মা। শেহতীয়াভাৱে কোনো ফ্ৰেঞ্চাইজিয়ে তেওঁৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দেখা পোৱা নাছিল। সেয়ে যদিহে আগন্তুক ছিজনত তেওঁৰ প্ৰদৰ্শন লেখত ল’বলগীয়া নহয় তেন্তে তেওঁ অৱসৰ লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

ফাফ ডু প্লেছিচ

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলৰ প্ৰাক্তন অধিনায়ক ফাফ ডু প্লেছিচক এইবাৰ দিল্লী কেপিটেলছে ২ কোটি টকা বেছ প্ৰাইজত চুক্তি বদ্ধ কৰিছে। ৪০ বছৰীয়া ডু প্লেছিচ হৈছে এইবাৰৰ টুৰ্ণামেণ্টৰ দ্বিতীয় সৰ্বাধিক বৰ্ষীয়ান ক্ৰিকেটাৰ। আই পি এলত এই পৰ্যন্ত ১৪৫ খন মেচত ডু প্লেছিচে ৪,৫৭১ ৰান সংগ্ৰহ কৰিছে। বিগত বৰ্ষৰ দৰে এইবাৰো যদি তেওঁ আশানুৰূপ প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় তেন্তে অৱসৰৰ বিকল্প নাথাকিব দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়কগৰাকীৰ হাতত।

কৰণ শৰ্মা

ভাৰতৰ আন এগৰাকী অনুভৱী বলাৰ কৰণ শৰ্মাক আগন্তুক ছিজনৰ বাবে মেগা নিলামত মুম্বাই ইণ্ডিয়ানছ দলে ৫০ লাখ টকাত ক্ৰয় কৰিছে। ৩৭ বছৰীয়া কৰণ শৰ্মা এইবাৰ আই পি এল খেলা ষষ্ঠগৰাকী বৰ্ষীয়ান ক্ৰিকেটাৰ। কৰণ শৰ্মাই এই পৰ্যন্ত আই পি এলৰ ৮৪ খন মেচত ৩৫০ ৰান সংগ্ৰহ কৰাৰ লগতে লাভ কৰিছে ৭৬টা উইকেট।

মঈন আলী

ইংলেণ্ডৰ অনুভৱী অলৰাউণ্ডাৰ মঈন আলীয়ে আৰু এটা ছিজনৰ বাবে খেলিবলৈ সাজু হৈছে। ৩৭ বছৰীয়া মঈন আলী এইবাৰৰ আই পি এলৰ পঞ্চমগৰাকী বৰ্ষীয়ান ক্ৰিকেটাৰ। আগন্তুক ছিজনৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছে ২ কোটি টকাত ক্ৰয় কৰিছে মঈন আলীক। তেওঁ আই পি এলত যিটো দলৰ হৈ খেলিছে সেই দলটোৰ হৈ বলিং আৰু বেটেৰে প্ৰভাৱশালী প্ৰদৰ্শন কৰিছে। আই পি এল কেৰিয়াৰত মঈন আলীয়ে ৬৭খন মেচত ১১৬২ ৰান সংগ্ৰহ কৰাৰ লগতে ৩৫টা উইকেট লাভ কৰিছে।

Tags: IPL 2025Karn SharmaMS DhoniSuperstar Players

Related Posts

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

February 4, 2026
‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ
Top News

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

February 4, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 4, 2026
ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক
Top News

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

February 4, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

February 4, 2026

শীৰ্ষ সংবাদ

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025