• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, January 31, 2026
20 °c
Guwahati
20 ° Sun
21 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ফেব্ৰুৱাৰীত চাৰিদিনীয়াকৈ এবছুৰ ৫৭ সংখ্যক অধিৱেশন; উপস্থিত থাকিব অমিত শ্বাহ

Nation NE by Nation NE
November 29, 2024
in Top News, চিকিম
0 0
ফেব্ৰুৱাৰীত চাৰিদিনীয়াকৈ এবছুৰ ৫৭ সংখ্যক অধিৱেশন; উপস্থিত থাকিব অমিত শ্বাহ
Share on FacebookShare on TwitterWhatsApp

কোকৰাঝাৰ জিলাৰ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মস্থান দোতমাত অনুষ্ঠিত হ’ব নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিৱেশন। বড়ো জাতীয়তাবাদৰ লগতে বড়ো জনগোষ্ঠীৰ উত্তৰণত যথেষ্ট উল্লেখনীয় অৰিহনা আগবঢ়োৱা এবছুৰ অধিৱেশনৰ বাবে মুকলি কৰা হয় অভ্যৰ্থনা সমিতিৰ অস্থায়ী কাৰ্যালয়।

শুকুৰবাৰে দোতমা আঞ্চলিক ক্ৰীড়া সন্থাৰ ইণ্ডোৰ ষ্টেডিয়ামত অভ্যৰ্থনা সমিতিৰ অস্থায়ী কাৰ্যালয় মুকলি কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্মই। এই অনুষ্ঠানৰ পূৰ্বে এবছুৰ সাংগঠনিক পতাকা উত্তোলন কৰে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে।

পতাকা উত্তোলনৰ অন্তত এবছুৰ সভাপতি দ্বীপেন বড়োৱে দোতমাত অনুষ্ঠিত হ’বলগীয়া এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিৱেশন জাতীয়তাবাদ আৰু শৈক্ষিক, আৰ্থ-সামাজিক দিশৰ ওপৰত এক ঐতিহাসিক অধিৱেশন হ’ব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

২০২৫ৰ ৬, ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। লগতে পঞ্চাশ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ সতে এক মত বিনিময় অনুষ্ঠানত অংশ ল’ব নবেল বঁটা বিজয়ী কৈলাশ সত্যাৰ্থীয়ে।

ইয়াৰ উপৰি পাঁচ হাজাৰ প্ৰতিনিধিয়ে অংশ ল’বলগীয়া এই অধিৱেশনতে এবছুৰ পুৰণি সমিতিখন ভংগ কৰি নতুন কেন্দ্ৰীয় সমিতি গঠন কৰা হ’ব।

ইফালে অভ্যৰ্থনা সমিতিৰ অধ্যক্ষ তথা কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰীয়ে সকলো শ্ৰেণীৰ ৰাইজক এবছুৰ অধিবেশনখন সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।

Tags: ABSUAnnual ConferenceKokrajhar

Related Posts

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?
Top News

January 31, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

January 31, 2026
তিৰুপতি মন্দিৰৰ প্ৰসাদ বিতৰ্কক লৈ চিবিআইৰ চাৰ্জশ্বীটত নতুন তথ্য উন্মোচন, পুনৰ বৃদ্ধি ৰাজনৈতিক উষ্ণতা

January 30, 2026
সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…
Top News

বৰামাটিত ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ আৰু বিমানৰ ডাটা ৰেকৰ্ডাৰ উদ্ধাৰ, বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে ৩ জনীয়া দল সাজু

January 30, 2026

শীৰ্ষ সংবাদ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

তিৰুপতি মন্দিৰৰ প্ৰসাদ বিতৰ্কক লৈ চিবিআইৰ চাৰ্জশ্বীটত নতুন তথ্য উন্মোচন, পুনৰ বৃদ্ধি ৰাজনৈতিক উষ্ণতা

বৰামাটিত ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ আৰু বিমানৰ ডাটা ৰেকৰ্ডাৰ উদ্ধাৰ, বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে ৩ জনীয়া দল সাজু

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025