• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, January 30, 2026
20 °c
Guwahati
20 ° Sat
21 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শিহৰণকাৰী ঘটনা; মাটি আনিবলৈ গৈ ১০ বছৰীয়া কিশোৰীসহ চাৰিগৰাকী মহিলাৰ মৃত্যু

Nation NE by Nation NE
November 12, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
শিহৰণকাৰী ঘটনা; মাটি আনিবলৈ গৈ ১০ বছৰীয়া কিশোৰীসহ চাৰিগৰাকী মহিলাৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

উত্তৰ প্ৰদেশৰ কাছগঞ্জ জিলাৰ কোতৱালি থানা এলেকাত মঙলবাৰে এটা দ’ গাতত পৰি যোৱাৰ ফলত এগৰাকী ১০ বছৰীয়া কিশোৰীসহ চাৰিগৰাকী মহিলাৰ মৃত্যু হয়। আৰক্ষীৰ মতে, কাছগঞ্জত এখন দলং নিৰ্মাণৰ বাবে খান্দি থকা গাতৰ পৰা মাটি উলিওৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়।

কাছগঞ্জ জিলাৰ মোহনপুৰাত সংঘটিত হোৱা এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

মোহনপুৰাৰ ৰামপুৰ আৰু কাটউৰ গাঁৱৰ মাজত পুৱা প্ৰায় ৭ মান বজাত সংঘটিত হয় এই ঘটনা। ৰামপুৰৰ মহিলা আৰু শিশুসকলে দলং নিৰ্মাণৰ বাবে খন্দা গাতৰ পৰা মাটি সংগ্ৰহ কৰিবলৈ গৈছিল।

অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাকেশ ভাৰতীয়ে কয়, ‘৩গৰাকী মহিলা আৰু এগৰাকী ১০ বছৰীয়া ছোৱালীকে ধৰি চাৰিজন লোকৰ মৃত্যু হৈছে।’

তেওঁ লগতে কয় যে তেওঁলোকৰ ঘৰত হ’বলগীয়া এটা অনুষ্ঠানৰ বাবে মাটি সংগ্ৰহ কৰিবলৈ গৈ ৯ জন লোক ১০ ফুট দ’ গাতত পৰি যায়। আটাইকেইগৰাকী লোককে মাটিয়ে হেচি ধৰাত ইয়াৰে চাৰিজনৰ মৃত্যু হোৱাৰ লগতে পাঁচজনক গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰা হয়। সম্প্ৰতি আহত ৫ গৰাকী চিকিৎসাধীন হৈ আছে।

Tags: DiedKasganjUttar Pradesh

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

January 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

January 30, 2026
দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ
Top News

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
Top News

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

January 29, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025