• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, February 2, 2026
20 °c
Guwahati
21 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মহাত্মা গান্ধীয়ে কিয় বিৰোধিতা কৰিছিল এখন আগশাৰীৰ ক্ৰিকেট টুৰ্ণামেণ্ট….

Nation NE by Nation NE
October 2, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
মহাত্মা গান্ধীয়ে কিয় বিৰোধিতা কৰিছিল এখন আগশাৰীৰ ক্ৰিকেট টুৰ্ণামেণ্ট….
Share on FacebookShare on TwitterWhatsApp

আজি ৰাষ্ট্ৰপিতা-মহামানৱ মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তী। প্ৰতিবছৰে ২ অক্টোবৰত দেশবাসীয়ে পালন কৰি আহিছে গান্ধী জয়ন্তী। এই বিশেষ দিনটোত আমি আপোনালোকক জনাম যে মুম্বাইত অনুষ্ঠিত হ’বলগীয়া এখন ক্ৰিকেট প্ৰতিযোগিতা কিয় বিৰোধিতা কৰিছিল মহাত্মা গান্ধীয়ে।

গান্ধীজীয়ে ১৯৪০ চনত মুম্বাইত অনুষ্ঠিত হোৱা ‘পেন্টাংগুলাৰ’ প্ৰতিযোগিতাৰ বিৰোধিতা কৰিছিল কাৰণ প্ৰতিযোগিতাখনত অংশ ল’বলগীয়া দলবোৰ ধৰ্মৰ ভিত্তিত বাচনি কৰা হৈছিল।

সম্পূৰ্ণ কাহিনীটো কি জানো আহক…

উল্লেখ্য যে পেন্টাংগুলাৰ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰা বেছিভাগ দলেই ধৰ্মৰ ভিত্তিত বিভক্ত হৈছিল। এই প্ৰতিযোগিতাত হিন্দু ক্লাব, মুছলিম ক্লাব, পাৰ্চী একাদশৰ দৰে দল অন্তৰ্ভুক্ত কৰা হৈছিল। ইউৰোপীয় একাদশ নামৰ এটা দলো এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

ধৰ্মৰ ভিত্তিত দলবোৰ বাচনি কৰাৰ উপৰি সেই সময়ত চলি থকা দ্বিতীয় বিশ্বযুদ্ধৰ বাবেও গান্ধীজীয়ে এই প্ৰতিযোগিতাৰ বিৰোধিতা কৰিছিল। জাতিৰ পিতাই কৈছিল যে যুদ্ধৰ বাবে সমগ্ৰ বিশ্বতে শোকৰ পৰিৱেশে বিৰাজ কৰিছে।

এই প্ৰতিযোগিতাখন মানুহে আঁকোৱালি লোৱা পৰিলক্ষিত হৈছিল। প্ৰতিযোগিতাখনৰ পূৰ্বে অনুষ্ঠিত হোৱা ট্ৰায়েল মেচবোৰ চাবলৈ বৃহৎ সংখ্যক লোক ষ্টেডিয়ামলৈ আহিছিল। ইয়াৰ মাজতে মহাত্মা গান্ধীয়ে ১৯৪০ চনৰ ডিচেম্বৰ মাহত ৱৰ্ধাত উপস্থিত হৈ জিমখানা ক্ৰিকেট ক্লাবৰ সভাপতি এছ এ শ্বেতে, উপ-সভাপতি এম এম অমৰসী আৰু পৰিচালনা সমিতিৰ সদস্য জামনাদাস পীতাম্বৰক লগ পাইছিল। গান্ধীজীৰ এই বৈঠক ১৯৪০ চনৰ ০৬ ডিচেম্বৰত হৈছিল, আনহাতে প্ৰতিযোগিতাখন ১৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আছিল।

প্ৰতিনিধি দলটোৱে বিচৰা মতামত সন্দৰ্ভত গান্ধীজীয়ে কয়, ‘এই সংঘাত ৰোধ কৰিব বিচৰাসকলৰ প্ৰতি মোৰ সহানুভূতি। যুদ্ধৰ বাবে শোকৰ পৰিৱেশ। এছিয়াৰ লগতে ইউৰোপ আৰু ইয়াৰ সংস্কৃতিৰ স্থিতিশীলতাৰ প্ৰতি ভাবুকি আহিছে। আগন্তুক মেচসমূহ বন্ধ কৰাৰ বাবে চলি থকা আন্দোলনক মই সমৰ্থন কৰিম।’

ইয়াৰ উপৰি মহাত্মা গান্ধীয়ে ধৰ্মৰ ভিত্তিত দল বিভাজন সন্দৰ্ভত কয়, ‘মই বিচাৰো যে বম্বেৰ জনসাধাৰণে নিজৰ ক্ৰীড়া সংহিতা সংশোধন কৰি ইয়াৰ পৰা সাম্প্ৰদায়িকতা আঁতৰাই পেলাওক। কলেজ আৰু প্ৰতিষ্ঠানৰ মাজত হোৱা প্ৰতিযোগিতা মই বুজিব পাৰো, কিন্তু হিন্দু, মুছলমান আৰু পাৰ্চীসকলৰ মাজত হোৱা প্ৰতিযোগিতাৰ কাৰণ বুজি পোৱা নাই? ইতিবাচক দৃষ্টিভংগীৰে চিন্তা কৰক আৰু ক্ৰীড়া জগতৰ পৰা সাম্প্ৰদায়িকতাক আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰক’।

Tags: #cricketGandhi JayantiMahatma Gandhi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025