• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
22 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা এইগৰাকী অভিনেতাত নৃশংসভাৱে হত্যা

Nation NE by Nation NE
October 8, 2025
in Top News, বিনোদন, ৰাষ্ট্ৰীয়
0 0
অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা এইগৰাকী অভিনেতাত নৃশংসভাৱে হত্যা
Share on FacebookShare on TwitterWhatsApp

তিনি বছৰ পূৰ্বে মুক্তি পোৱা ‘ঝুণ্ড’ ছবিত অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা অভিনেতা প্ৰিয়াংশু ঠাকুৰক নাগপুৰত অতি নৃশংসভাৱে হত্যা কৰাৰ খবৰ আহিছে। অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা ছবিখনত প্ৰিয়াংশুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

লাভ কৰা খবৰ অনুসৰি ব্যক্তিগত কাজিয়াৰ বাবে অভিযুক্তই প্ৰিয়াংশুক তাঁৰেৰে ডিঙি চেপি নৃশংসভাৱে হত্যা কৰিছিল। নগপুৰৰ জৰীপটকা থানাৰ অন্তৰ্গত নাৰা অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীৰ তথ্য অনুসৰি মঙলবাৰে নিশা প্ৰায় ১:৩০ বজাত প্ৰিয়াংশু ক্ষত্ৰিয়ক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছিল। স্থানীয় লোকে লগে লগে আৰক্ষীক খবৰ দিয়ে, তাৰ পিছতে জৰীপটকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তেওঁক সমীপৰে এখন হাস্পতালত ভৰ্তি কৰে।

অৱশ্যে পৰীক্ষাৰ অন্তত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। ভগ্নী শিল্পা ছেত্ৰীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি ধ্ৰুৱ শ্বাহু নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে ব্যক্তিগত কাজিয়া আছিল হত্যাকাণ্ডৰ আঁৰৰ উদ্দেশ্য। আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে অভিযুক্তজনক।

Tags: Jhund ActorMurderPriyanshu Thakur

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
আন্তঃ ৰাষ্ট্ৰীয়

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

March 11, 2026
‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025