• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, April 11, 2026
24 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১১:৩০ বজালৈ ভোটদানৰ হাৰ, লগতে জানক এই জিলাসমূহৰ জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ সংখ্যা…

    পুৱা ৯ বজালৈ অসমৰ কোনকেইখন জিলাত কিমান শতাংশ ভোটদান?

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    আজি ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, তৎপৰ আৰক্ষী-প্ৰশাসন 

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ভোটগ্ৰহণলৈ আৰু কিছু ঘণ্টা থাঁকোতেই চৰম অস্বস্তিত কংগ্ৰেছ, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এইগৰাকী নেতাই

    কাৰ হাতলৈ যাব বড়োভূমিৰ শাসন? জানক কোন ঠাইত কোনটো দলৰ অগ্ৰগতি…

    ভোট দিবলৈ গ’লে ভোটাৰসকলে কি কি নিয়ম মানিব লাগিব? জানক সবিশেষ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ বিমান, ২ ঘণ্টা ধৰি উৰি থাকে বতাহত

Nation NE by Nation NE
August 11, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ বিমান, ২ ঘণ্টা ধৰি উৰি থাকে বতাহত
Share on FacebookShare on TwitterWhatsApp

তিৰুৱনন্তপুৰমৰ পৰা নতুন দিল্লীলৈ অহা এয়াৰ ইণ্ডিয়াৰ এখন বিমান ১০ আগষ্টত চেন্নাইলৈ ডাইভাৰ্ট কৰিবলগীয়া হৈছিল, কাৰণ অনুকূল বতৰৰ বাবে বিমান ক্ৰুৱে কাৰিকৰী দোষৰ সন্দেহ কৰিছিল।

বিমান সংস্থাটোৱে নিশ্চিত কৰিছে যে, এ১২৪৫৫ নম্বৰৰ বিমানখন চেন্নাইত নিৰাপদে অৱতৰণ কৰা হৈছে আৰু বিমানখনৰ প্ৰয়োজনীয় তদন্ত কৰা হ’ব। এই বিমানখনত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালকে ধৰি বহু সাংসদও উপস্থিত আছিল।

এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, ১০ আগষ্টত তিৰুৱনন্তপুৰমৰ পৰা দিল্লীলৈ উৰা মৰা AI2455 বিমানখনৰ ক্ৰুৱে সন্দেহযুক্ত কাৰিকৰী সমস্যা আৰু বাটত অনুকূল বতৰৰ বাবে সতৰ্কতামূলকভাবে চেন্নাইলৈ ডাইভাৰ্ট কৰি বিমানখন নিৰাপদে চেন্নাইত অৱতৰণ কৰে।

ইফালে এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰই কয় যে, ক্ষতিগ্ৰস্ত যাত্ৰীসকলৰ অসুবিধাৰ বাবে তেওঁলোক দুঃখিত। চেন্নাইত থকা এয়াৰ ইণ্ডিয়াৰকৰ্মীসকলে যাত্ৰীসকলক তেওঁলোকৰ অসুবিধা কম কৰিবলৈ সহায় আগবঢ়াইছে আৰু যাত্ৰীসকলক অতি সোনকালে গন্তব্যস্থানলৈ লৈ যোৱাৰ বিকল্প ব্যৱস্থা কৰিছে। এই বিমানত বহু সাংসদও আছিল।

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা সাংসদ কে চি ভেনুগোপালকে ধৰি কেইবাজনো সাংসদ আৰু শতাধিক যাত্ৰী আছিল। লগতে কেৰালাৰ সাংসদ তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেচি ভেনুগোপালৰ লগতে ইউডিএফৰ আহ্বায়ক আদূৰ প্ৰকাশ, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কে সুৰেশ, কে ৰাধাকৃষ্ণন আৰু তামিলনাডুৰ সাংসদ ৰবাৰ্ট ব্ৰুচ আছিল।

Tags: Air Indiaincidentplane

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

April 11, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 11, 2026
কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
Top News

৩০০ জনৰ প্ৰাণহানিৰ পিছত এতিয়া আলোচনা! লেবাননত আক্ৰমণৰ মাজতে ইজৰাইলৰ U TURN?

April 10, 2026
মাজ আকাশত হঠাতেই অদৃশ্য আমেৰিকাৰ ড্ৰ’ন ! হৰমুজ জলদ্বীপৰ ওপৰেৰে ৰহস্যজনকভাৱে অন্তৰ্ধান এই ড্ৰ’ন
Top News

মাজ আকাশত হঠাতেই অদৃশ্য আমেৰিকাৰ ড্ৰ’ন ! হৰমুজ জলদ্বীপৰ ওপৰেৰে ৰহস্যজনকভাৱে অন্তৰ্ধান এই ড্ৰ’ন

April 10, 2026
ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…
Top News

ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

April 10, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

৩০০ জনৰ প্ৰাণহানিৰ পিছত এতিয়া আলোচনা! লেবাননত আক্ৰমণৰ মাজতে ইজৰাইলৰ U TURN?

মাজ আকাশত হঠাতেই অদৃশ্য আমেৰিকাৰ ড্ৰ’ন ! হৰমুজ জলদ্বীপৰ ওপৰেৰে ৰহস্যজনকভাৱে অন্তৰ্ধান এই ড্ৰ’ন

ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025