• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিয়ন্ত্ৰণ হেৰুৱাই চিকিৎসকৰ হোষ্টেলত পৰিল বিমান; গাৰ নোম শিয়ৰি উঠা ফটো

Nation NE by Nation NE
June 12, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
নিয়ন্ত্ৰণ হেৰুৱাই চিকিৎসকৰ হোষ্টেলত পৰিল বিমান; গাৰ নোম শিয়ৰি উঠা ফটো
Share on FacebookShare on TwitterWhatsApp

আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মৰাৰ ঠিক কিছু মিনিটৰ পিছতেই এয়াৰ ইণ্ডিয়াৰ ১৭১ বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই মেঘানী নগৰৰ এটা অট্টালিকাত প্ৰচণ্ড জোৰে খুন্দা মাৰে। বিমানখনে খুন্দা মৰা অট্টালিকাটো চিকিৎসকৰ হোষ্টেল বুলি জানিব পৰা গৈছে। এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছত হোষ্টেলখনত থকা একাংশ লোকৰো মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।

দুৰ্ঘটনাস্থলত উপস্থিত থকা এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জানিব দিয়া অনুসৰি, বৰ্তমান উদ্ধাৰ অভিযান চলি আছে। কেইবাটাও উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই আছে। গ্ৰীণ ক’ৰিডৰ ব্যৱস্থাৰে আহত যাত্ৰীসকলক হাস্পতালত ভৰ্তি কৰাই থকা হৈছে।

অৱশ্যে এই দুৰ্ঘটনাটোত কিমান গৰাকী লোকৰ মৃত্যু হৈছে সেই কথা আৰক্ষী বিষয়াগৰাকীৰ লগতে চৰকাৰীভাৱেও এতিয়ালৈ উল্লেখ কৰা নাই।

উল্লেখ্য যে, ২৪২ গৰাকী যাত্ৰী আৰু ক্ৰু মেম্বাৰসহ এয়াৰ ইণ্ডিয়াৰ বিমানখনে আহমেদাবাদৰ পৰা উৰা মৰাৰ পিছতেই দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোত আটাইবোৰ যাত্ৰীৰে মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী।

Tags: AhmedabadAir IndiaGujratPlane Crash

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025