• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চামগুৰিৰ হিংসাত্মক ঘটনাত উদ্বেগ প্ৰকাশ কৰি নিৰ্বাচন আয়োগলৈ স্মাৰকপত্ৰ অসম জাতীয় পৰিষদৰ

Nation NE by Nation NE
October 30, 2024
in Top News, অসম
0 0
চামগুৰিৰ হিংসাত্মক ঘটনাত উদ্বেগ প্ৰকাশ কৰি নিৰ্বাচন আয়োগলৈ স্মাৰকপত্ৰ অসম জাতীয় পৰিষদৰ
Share on FacebookShare on TwitterWhatsApp

উপনিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া চামগুৰি বিধানসভা সমষ্টিত ধাৰাবাহিকভাৱে সংঘটিত হৈ থকা হিংসাত্মক ঘটনা সন্দৰ্ভত ভাৰতৰ নিৰ্বাচন আয়োগলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে অসম জাতীয় পৰিষদে ৷ আঞ্চলিক দলটোৰ মতে, বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত এই হিংসাত্মক ঘটনাবোৰ সংঘটিত হৈ আছে আৰু আৰক্ষী প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা নাই৷

দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ দ্বাৰা স্বাক্ষৰিত স্মাৰকপত্ৰখনত দলটোৱে কয় যে অসমত বৃহৎ ৰাজনৈতিক হিংসা সংঘটিত হোৱাৰ উদাহৰণ তেনেই নগন্য ৷ দেশৰ আন কিছুমান ৰাজ্যৰ দৰে অসমত নিৰ্বাচন ৰাজনৈতিক প্ৰতিদ্বন্দীৰ ওপৰত ব্যক্তিগত আক্ৰোশ বা আক্ৰমণৰ দৰে ঘটনা সাধাৰণতে সংঘটিত নহয় ৷ অসমত এই পৰিৱেশ নাই ৷ সেয়েহে চামগুৰিৰ ধাৰাবাহিক হিংসাত্মক ঘটনাসমূহে ৰাইজক উদ্বিগ্ন আৰু আতংকিত কৰি তুলিছে৷

ইতিপূৰ্বে ৰাজনৈতিক হিংসাৰ বলি হোৱা বিজেপি কৰ্মী বিপুল শইকীয়াৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰি জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে স্মাৰকপত্ৰখনত কয় যে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত ৰাজনৈতিক প্ৰতিদ্বন্দিতাক শত্ৰুতালৈ পৰিৱৰ্তন কৰাটোক মুঠেই সমৰ্থন কৰা হোৱা নাই, বৰং অপৰাধ হিচাপে গণ্য কৰা হৈছে ৷ কিঅথচ বিজেপিৰ বিগত আঠ বছৰীয়া শাসনত অসমত ৰাজনৈতিক প্ৰতিদ্বন্দিতাক শত্ৰুতা হিচাপে গণ কৰাৰ এক পৰিৱেশ গা কৰি উঠিবলৈ লৈছে ৷ ই ভৱিষ্যতলৈ ৰূপ লব পাৰে ৷ ইয়াকে কলিতে নাইকীয়া কৰিবলৈ আৰক্ষী তথা প্ৰশাসনৰ ফালৰ পৰা যিবোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছিল, নগাঁও জিলা আৰক্ষীৰ ফালৰ পৰা তেনে ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ নোলোৱাটো চিন্তনীয় ৷ সেয়েহে তাৰ আঁৰত ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতা থকাটো সহজে অনুমেয় ৷

এনে পটভূমিত বিষয়টোত নিৰ্বাচন আয়োগৰ হস্তক্ষেপৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি জাতীয় পৰিষদৰ স্মাৰকপত্ৰখনত, চামগুৰিৰ হিংসাত্মক ঘটনাসমূহৰ তৎকালে তদন্ত কৰা, বিপুল শইকীয়াৰ হত্যাৰ দোষী ব্যক্তিক গ্ৰেপ্তাৰ কৰি আইনৰ কাঠগৰাত থিয় কৰোৱা, চামগুৰি সহ উপনিৰ্বাচন অনুষ্ঠিত হৈ থকা সমষ্টিসমূহত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা আৰু দায়িত্ব পালনত বিলম্ব কৰা আৰক্ষী তথা প্ৰশাসনৰ বিষয়াসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ দাবী কৰা হয় ৷

Tags: AJPECIElection Commission of IndiaMemorandum

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025