• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, March 17, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰমজানত মাহতেই ১৬ দিন ধৰি বন্ধ আল-আকছা মছজিদ, ইজৰাইলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ মুছলমান দেশ

Nation NE by Nation NE
March 17, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ৰমজানত মাহতেই ১৬ দিন ধৰি বন্ধ আল-আকছা মছজিদ, ইজৰাইলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ মুছলমান দেশ
Share on FacebookShare on TwitterWhatsApp

ইৰাণৰ সৈতে হোৱা যুদ্ধৰ মাজতে ইজৰাইলে মুছলমানসকলৰ পৱিত্ৰ ধৰ্মীয় অনুষ্ঠানৰ মাজৰ এক আল-আকছা মছজিদ বিগত ১৬ দিন ধৰি বন্ধ কৰি ৰাখিছে। ৰমজান মাহত ইজৰাইলৰ এই সিদ্ধান্তক লৈ বহুকেইখন মুছলমান দেশ ক্ষোভৰ হৈছে।

আৰব দেশৰ সংগঠন আৰব লীগে ১৫ মাৰ্চত ইজৰাইলৰ এই সিদ্ধান্তক তীব্ৰ গৰিহণা দিয়ে। এই সংগঠনটোৱে উল্লেখ কৰে যে, ইজৰাইলৰ মছজিদত মুছলমানক নামাজ পঢ়াত বাধা দিয়াৰ কোনো অধিকাৰ নাই আৰু ই আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰে।

এক প্ৰতিবেদন অনুসৰি, আৰব লীগে এক বিবৃতিত কয় যে এনে কাৰ্যই আঞ্চলিক আৰু বিশ্ব শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক আহ্বান জনাইছে যে ইজৰাইলক জেৰুজালেমৰ পবিত্ৰ স্থানসমূহৰ বিৰুদ্ধে চলোৱা কথিত অবৈধ কাৰ্যকলাপ বন্ধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা উচিত।

২৮ ফেব্ৰুৱাৰীত ইৰাণ যুদ্ধ আৰম্ভ হোৱাৰ পিছত ইজৰাইলে দখল কৰা পূৱ জেৰুজালেমৰ আল আকছা মছজিদ বন্ধ কৰাৰ পিছত ইজৰাইলৰ এই সিদ্ধান্ত লোৱা হৈছে।পেলেষ্টাইনৰ বিষয়াসকলৰ মতে, ১৯৬৭ চনত ইজৰাইলে পূব জেৰুজালেম দখল কৰাৰ পিছত ৰমজানৰ সময়ছোৱাত এই বন্ধক আটাইতকৈ দীঘলীয়া বুলি বিবেচিত হৈছে।দখল কৰা পশ্চিম পাৰৰ ইব্ৰাহিমী মছজিদত মাত্ৰ প্ৰায় ৫০ জন উপাসককহে নামাজ পঢ়িবলৈ দিয়া হৈছে।

ইজৰাইলে কয় যে, আঞ্চলিক সংঘাত আৰু নিৰাপত্তাৰ ভাবুকিৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ মতে ইৰাণৰ পৰা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ভাবুকি আহি পৰিছে। মছজিদ বন্ধ হোৱাৰ বাবে আল-আকছা কমপ্লেক্স কাৰ্যতঃ খালী হৈ পৰিছে। হাজাৰ হাজাৰ পেলেষ্টাইনী মুছলমানে ৰাজপথত আৰু পুৰণি চহৰৰ দেৱালৰ ওচৰত নামাজ পঢ়িবলৈ বাধ্য হৈছে। ৰমজানৰ শেষৰ দহ দিনত মছজিদ বন্ধ হৈ থকাৰ ফলত লাইলাতুল কাদৰ, ইতিকাফৰ দৰে গুৰুত্বপূৰ্ণ অনুষ্ঠানতো ব্যাঘাত জন্মিছে।

আৰব লীগৰ উপৰিও কেইবাখনো মুছলমান দেশ আৰু সংগঠনেও এই পদক্ষেপক সমালোচনা কৰিছে। ইছলামিক অৰ্গেনাইজেশ্যন, মুছলিম ৱৰ্ল্ড লীগ, আল আজহাৰ, আফ্ৰিকান ইউনিয়ন, আৰব লীগে ইয়াক আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা আৰু ধৰ্মীয় স্বাধীনতাৰ ওপৰত আক্ৰমণ বুলি গৰিহণা দিছে। পেলেষ্টাইন কৰ্তৃপক্ষই ১৯৬৭ চনৰ পিছত ইয়াক আটাইতকৈ দীঘলীয়া এনে অৱৰোধ বুলি অভিহিত কৰাৰ বিপৰীতে হামাছে ইয়াক যুদ্ধ ঘোষণা বুলি অভিহিত কৰিছে।

Tags: AL AQSACloseIsraelMosque

Related Posts

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
Top News

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

March 17, 2026
শাসক পৰিৱৰ্তনৰ মাজতে ইৰাণৰ ডাঙৰ ৰহস্য ভেদ! আক্ৰমণৰ পূৰ্বে বাসগৃহ ত্যাগ মোজতাবা খামেনেইৰ

মধ্যপ্ৰাচ্যৰ যুদ্ধই জ্ব*লা*লে ডুবাই! স্থবিৰ হৈ পৰিল পৰ্যটন, গুগল আৰু মাইক্ৰ’ছফ্টৰ দৰে MNCত প্ৰভাৱ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 17, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 17, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 17, 2026

শীৰ্ষ সংবাদ

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

শাসক পৰিৱৰ্তনৰ মাজতে ইৰাণৰ ডাঙৰ ৰহস্য ভেদ! আক্ৰমণৰ পূৰ্বে বাসগৃহ ত্যাগ মোজতাবা খামেনেইৰ

ৰমজানত মাহতেই ১৬ দিন ধৰি বন্ধ আল-আকছা মছজিদ, ইজৰাইলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ মুছলমান দেশ

মধ্যপ্ৰাচ্যৰ যুদ্ধই জ্ব*লা*লে ডুবাই! স্থবিৰ হৈ পৰিল পৰ্যটন, গুগল আৰু মাইক্ৰ’ছফ্টৰ দৰে MNCত প্ৰভাৱ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025