• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ড’নাল্ড ট্ৰাম্পৰ তিনিগৰাকী পত্নীৰ কিমানটা সন্তান? জানক পৰিয়ালৰ সম্পূৰ্ণ তথ্য

Nation NE by Nation NE
January 18, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ড’নাল্ড ট্ৰাম্পৰ তিনিগৰাকী পত্নীৰ কিমানটা সন্তান? জানক পৰিয়ালৰ সম্পূৰ্ণ তথ্য
Share on FacebookShare on TwitterWhatsApp

২০০৫ চনত মেলানিয়া ট্ৰাম্প আৰু ড’নাল্ড ট্ৰাম্পৰ সম্পন্ন হয় বিবাহ। দ্বিতীয়বাৰৰ বাবে ফাৰ্ষ্ট লেডী হিচাপে হোৱাইট হাউছত প্ৰৱেশ কৰিবলৈ ওলাইছে মেলানিয়া। শ্লোভেনিয়াত জন্মগ্ৰহণ কৰা মেলানিয়া পূৰ্বে এগৰাকী ফেশ্বন মডেল আছিল। মেলানিয়াই আন ফাৰ্ষ্ট লেডীতকৈ ৰাজহুৱা অনুষ্ঠানত অংশ ল’বলৈ বেছি পছন্দ নকৰে।

অলপতে অনুষ্ঠিত হৈ যোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়তো তেওঁক ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰতো কমকৈ দেখা গৈছিল।

৪৭ বছৰীয়া ড’নাল্ড ট্ৰাম্প জুনিয়ৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ জ্যেষ্ঠ পুত্ৰ। তেওঁক ডন জুনিয়ৰ ৰূপেও জনা যায়। ট্ৰাম্প জুনিয়ৰ হৈছে ড’নাল্ড ট্ৰাম্পৰ প্ৰথমা পত্নী ইভানা ট্ৰাম্পৰ পুত্ৰ।

ইভাংকা ট্ৰাম্প ড’নাল্ড ট্ৰাম্পৰ জ্যেষ্ঠ কন্যা। হোৱাইট হাউছ এৰি যোৱাৰ পিছৰে পৰা তেওঁ ৰাজনীতিৰ পৰা বহুলাংশে আঁতৰি আছে। পিতৃৰ প্ৰথম কাৰ্যকালত শীৰ্ষ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শেহতীয়াকৈ ইভাংকাই প’ডকাষ্টৰ সময়ত কৈছিল যে তেওঁ ৰাজনীতিৰ পৰা আঁতৰি থাকিব বিচাৰে।

৪১ বছৰীয়া এৰিক ট্ৰাম্প ড’নাল্ড ট্ৰাম্প আৰু ইভানা ট্ৰাম্পৰ তৃতীয় পুত্ৰ। দ্বিতীয় কাৰ্যকালত তেওঁ পিতৃৰ অনানুষ্ঠানিক উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিব। ড’নাল্ড ট্ৰাম্পৰ ৰেলীত এৰিক ট্ৰাম্পক প্ৰায়ে দেখা গৈছিল। এৰিক ট্ৰাম্পৰ পত্নী লাৰা ট্ৰাম্প এগৰাকী পপ গায়িকা।

ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ দ্বিতীয় পত্নী মাৰ্লা মেপলছৰ একমাত্ৰ সন্তান টিফনী ট্ৰাম্প। ৩১ বছৰীয়া টিফনী ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত চৰ্চাত নাছিল। ৰাজহুৱা স্থানত খুউব কমকৈ দেখা পোৱা গৈছিল তেওঁক। বৰ্তমান টিফনী গৰ্ভৱতী। তেওঁৰ স্বামী মাইকেল বাউলছ।

ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ তৃতীয় পত্নী মেলানিয়া ট্ৰাম্পৰ একমাত্ৰ সন্তান বেৰন ট্ৰাম্প। ২০০৬ চনৰ ২০ মাৰ্চত জন্মগ্ৰহণ কৰিছিল। প্ৰথম কাৰ্যকালত বেৰন ট্ৰাম্পৰ বয়স আছিল ১১ বছৰ। বেৰনৰ বয়স এতিয়া ১৮ বছৰ।

উল্লেখ্য যে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা ড’নাল্ড ট্ৰাম্পে ২০ জানুৱাৰীত আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত ল’ব।

Tags: AmericaDonald trumpUSA

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025