• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অভিনেতা আল্লু অৰ্জুনে লাভ কৰিলে নিয়মীয়া জামিন

Nation NE by Nation NE
January 3, 2025
in Top News, বিনোদন
0 0
‘পুষ্পা ২’ৰ অভূতপূৰ্ব সঁহাৰিৰ মাজতে আল্লু অৰ্জুনৰ বাবে আহিল বেয়া খবৰ
Share on FacebookShare on TwitterWhatsApp

শুকুৰবাৰে নামপল্লী আদালতৰ পৰা নিয়মীয়া জামিন লাভ কৰিছে দক্ষিণৰ জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনে। এই গোচৰটো সন্ধ্যা থিয়েটাৰত সংঘটিত হোৱা ঘটনাৰ সৈতে জড়িত। ৪ ডিচেম্বৰত যেতিয়া সন্ধ্যা থিয়েটাৰত অভিনেতাগৰাকীৰ ছবি পুষ্পা ২ ৰ প্ৰদৰ্শন চলি আছিল, তেতিয়া তাত একত্ৰিত অনুৰাগীৰ মাজত হোৱা ঠেলা-হেঁচাত এগৰাকী মহিলা নিহত হোৱাৰ লগতে এটা শিশু আহত হয়।

১৩ ডিচেম্বৰত চাৰি সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰাৰ সময়ত উচ্চ ন্যায়ালয়ে আল্লু অৰ্জুনক নিয়মীয়া জামিনৰ বাবে ট্ৰায়েল ক’ৰ্টৰ কাষ চাপিবলৈ কৈছিল।

যোৱা ৪ ডিচেম্বৰত সন্ধ্যা থিয়েটাৰত ‘পুষ্পা ২: দ্য ৰুল’ৰ প্ৰিমিয়াৰ শ্ব’ৰ সময়ত সংঘটিত হোৱা ভয়াবহতাৰ সৈতে জড়িত গোচৰত ১৩ ডিচেম্বৰত আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পিছত নামপল্লী আদালতত হাজিৰ কৰোৱাত অভিনেতাজনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

এই ঠেলা-হেঁচাৰ পিছদিনা আৰক্ষীয়ে চিনেমা হল পৰিচালনা, আল্লু অৰ্জুন আৰু তেওঁৰ দলৰ বিৰুদ্ধে দোষী হত্যাৰ গোচৰ ৰুজু কৰে। তদন্তৰ অংশ হিচাপে ২৪ ডিচেম্বৰত আৰক্ষীয়ে আল্লু অৰ্জুনক জেৰা কৰিছিল। ঘটনাৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰাৰ পিছত আৰক্ষীয়ে প্ৰস্তুত কৰা ১০ মিনিটৰ ভিডিঅ’ৰ ভিত্তিত চিক্কাডপল্লী থানাত তিনি ঘণ্টাৰো অধিক সময় জেৰা কৰে।

Tags: Allu ArjunPushpa 2Regular Bail

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025