• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, January 28, 2026
20 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ বাবে ভাল খবৰ, গুজৰাটৰ কাশ পেটেলক আমেৰিকাৰ তদন্তকাৰী সংস্থাৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি

Nation NE by Nation NE
February 21, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰতৰ বাবে ভাল খবৰ, গুজৰাটৰ কাশ পেটেলক আমেৰিকাৰ তদন্তকাৰী সংস্থাৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় মূলৰ কাশ্যপ কাশ পেটেল আমেৰিকাৰ তদন্তকাৰী সংস্থা ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যন (এফ বি আই)ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। আমেৰিকাৰ সংসদৰ উচ্চ সদনে তেওঁক নিযুক্তিৰ বাবে অনুমোদন জনায়।

বৃহস্পতিবাৰে অৰ্থাৎ ২০ ফেব্ৰুৱাৰীত ৫১-৪৯ ভোটৰ সংখ্যাগৰিষ্ঠতাৰে তেওঁ এই পদত নিৰ্বাচিত হয়। ডেম’ক্ৰেটিক পাৰ্টিৰ সাংসদৰ উপৰিও ৰিপাব্লিকান দলৰ দুগৰাকী সাংসদ চুছান কলিন্স আৰু লিজা মুৰ্ক’ভস্কি ড’মাত্ৰেয়ে পেটেলৰ বিৰুদ্ধে ভোটদান কৰে। বিৰোধী দল ডেম’ক্ৰেটিক পাৰ্টিৰ সাংসদসকলে আশংকা কৰিছে যে, কাশ পেটেলে নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰি ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশমৰ্মে তেওঁৰ বিৰোধীসকলক লক্ষ্য কৰি ল’ব।

অনুমোদন লাভ কৰাৰ পিছত পেটেলে ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু এটৰ্নী জেনেৰেল পেম বণ্ডীক সহায়ৰ বাবে ধন্যবাদ জনায়।

এই অনুমোদনৰ পিছতেই পেটেলে ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰে। এই পোষ্টটোত তেওঁ কয় যে এফ বি আইয়ে আমেৰিকাক ক্ষতি কৰিব বিচৰা কাকোৱেই সাৰি যাব নিদিয়ে।

১৯৮৮ চনত পেটেলৰ পিতৃয়ে আমেৰিকাৰ নাগৰিকত্ব লাভ কৰি এয়াৰপ্লেন কোম্পানীত চাকৰি লাভ কৰে। ২০০৪ চনত আইনৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত পেটেলে চৰকাৰী উকীল হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।

কাশ পেটেলে ২০১৩ চনত ৱাশ্বিংটনত ন্যায় বিভাগত যোগদান কৰে।৩ বছৰৰ পাছত ২০১৬ চনত পেটেলক চোৰাংচোৱাৰ সৈতে জড়িত এখন স্থায়ী সমিতিৰ কৰ্মচাৰী হিচাপে নিযুক্তি লাভ কৰে।

কাশ পেটেলে ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালকৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। এই সময়ছোৱাত তেওঁ ১৭টা চোৰাংচোৱা সংস্থাৰ কাম-কাজ চোৱাচিতা কৰিছিল। এই পদত অধিষ্ঠিত হৈ থকাৰ সময়তে পেটেল কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত জড়িত আছিল। আইছিছৰ নেতা আল কায়দাৰ বাগদাদী আৰু কাছিম আল ৰিমিক নিৰ্মূল কৰাৰ লগতে কেইবাজনো আমেৰিকান পণবন্দীক উদ্ধাৰৰ অভিযানতো জড়িত হৈ আছে।

শিশুৰ মাজত ট্ৰাম্পক জনপ্ৰিয় কৰি তুলিবলৈ কাশ পেটেলে ‘দ্য প্লট এগেইনষ্ট দ্য কিং’ নামৰ এখন গ্ৰন্থও লিখে।

Tags: AmericaFBIIndia

Related Posts

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…
Top News

January 28, 2026
মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

January 28, 2026

শীৰ্ষ সংবাদ

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…

মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025