• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, October 26, 2025
25 °c
Guwahati
25 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

FBIৰ নজৰত অপৰাধীৰ তালিকাত এই ৫ অপৰাধী, যাৰ সন্মুখত আনকি ল’ৰেন্স বিষ্ণোইও পিছ পৰি ৰ’ৱ

Nation NE by Nation NE
April 16, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
FBIৰ নজৰত অপৰাধীৰ তালিকাত এই ৫ অপৰাধী, যাৰ সন্মুখত আনকি ল’ৰেন্স বিষ্ণোইও পিছ পৰি ৰ’ৱ
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ এটা এজেন্সী ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচন, যাক এফ বি আই বুলি কোৱা হয়। ই সমগ্ৰ বিশ্বৰ শীৰ্ষ মষ্ট ৱাণ্টেড ব্যক্তিৰ তালিকা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, এই তালিকাত কেৱল সেইসকল লোকৰ নাম আছে, যাৰ অপৰাধে সকলোকে কঁপাই তোলে। এইসকল হৈছে অপৰাধ জগতৰ মুকুট পিন্ধা একো-একোজন ৰজা।

২০১১ চনৰ মে’ মাহৰ পূৰ্বে ওছামা বিন লাডেনৰ নামো এই তালিকাত আছিল। অৱশ্যে এতিয়া ২০২৫ চনত এই ভয়ংকৰ অপৰাধীৰ তালিকাত এজন ভাৰতীয়ৰ নামো অন্তৰ্ভূক্ত হৈছে।

এই তালিকাত অন্তৰ্ভুক্ত অপৰাধীসকল কেৱল আমেৰিকাৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ নিৰাপত্তাৰ বাবেও এক ভাবুকি। তেওঁলোকৰ গ্ৰেপ্তাৰৰ ক্ষেত্ৰত সাধাৰণ জনতাক জড়িত কৰা হৈছে। যদি কোনোবাই ২০২৫ চনৰ তালিকাত থকা অপৰাধীৰ বিষয়ে তথ্য দিয়ে, তেন্তে তেওঁ কমেও ২.৫ লাখ ডলাৰ পুৰস্কাৰ পাব। অৰ্থাৎ প্ৰায় ২০ কোটি টকা। এতিয়া তালিকাত অন্তৰ্ভুক্ত শীৰ্ষ ৫ টা নাম জানো আহক-

  • ভদ্ৰেশ কুমাৰ চেতনভাই পেটেল

ভদ্ৰেশকুমাৰ চেতনভাই পেটেল ভাৰতীয় মূলৰ অপৰাধী। ২০১৫ চনৰ এপ্ৰিল মাহত মেৰিলেণ্ডৰ হানোভাৰৰ এখন ডোনাটৰ দোকানত পেটেলে নিজৰ পত্নীক ছুৰীৰে আঘাত কৰি নৃশংসভাৱে হত্যা কৰিছিল। শেষবাৰৰ বাবে তেওঁক নেৱাৰ্ক পেন ষ্টেচনলৈ যোৱা দেখা গৈছিল। কানাডা, ভাৰত আৰু আমেৰিকাৰ কেইবাখনো ৰাজ্যত তেওঁৰ যোগাযোগ আছে বুলি কোৱা হয়।

  • আলেজান্দ্ৰ’ কাষ্টিলো

২০১৬ চনত উত্তৰ কেৰ’লিনাৰ চাৰ্লটত প্ৰাক্তন প্ৰেমিকাক হত্যা কৰাৰ অভিযোগত পলাতক হৈ আছে কাষ্টিলো। দুয়োজনে একেখন ৰেষ্টুৰেণ্টতে কাম কৰিছিল, য’ৰ পৰাই তেওঁলোকৰ চিনাকি আৰম্ভ হৈছিল। ইয়াৰ পিছত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিল। এবাৰ দুয়োৰে মাজত কিবা কথাক লৈ কাজিয়া হৈছিল। ইয়াৰ পিছত কাষ্টিলোৱে নিজৰ উন্মাদনা আৰু নিষ্ঠুৰতাক নিয়ন্ত্ৰণ কৰিব নোৱাৰি নিজৰ প্ৰাক্তন প্ৰেমিকাক হত্যা কৰে।

  • ইউলান এডোনাই

ইউলান এডোনাই আৰ্চগা কেৰিয়াছ। ইউলান হৈছে এম এছ-১৩ গেঙৰ নেতা। এম এছ-১৩ গেং এটা কুখ্যাত আন্তঃৰাষ্ট্ৰীয় গেং। এই গেঙে অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰো কৰে। মানুহক হত্যা কৰিবলৈও এই গেঙে ঠিকা লয়। একে সময়তে ইউলানে অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰ লগতে হত্যাকে ধৰি কেইবাটাও গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছে। এফ বি আইয়ে তেওঁৰ ওপৰত ৫০ লাখ ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছে।

ৰুজা ইগনাটোভা

ৰুজা ইগনাটোভাৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই নামটো কোনো হত্যাকাণ্ড সংঘটিত কৰাৰ বাবে নহয়, কেলেংকাৰীৰ বাবেহে। ৰুজাক ‘ক্ৰিপ্ট’ কুইন’ বুলিও জনা যায়। তেওঁৰ বিৰুদ্ধে বহু চৰ্চিত OneCoin কেলেংকাৰীৰ নেতৃত্ব দিয়াৰ অভিযোগ আছে। এই ক্ৰাইম কুইনক শেষবাৰৰ বাবে ২০১৭ চনৰ অক্টোবৰ মাহত গ্ৰীচৰ এথেন্সত দেখা গৈছিল। তেওঁৰ ওপৰত জাৰ্মান আৰু বুলগেৰিয়াৰ নাগৰিকত্ব আছে। ইয়াৰ ওপৰতো ৫০ লাখ ডলাৰৰ পুৰস্কাৰ আছে।

  • ওমৰ আলেকজেণ্ডাৰ কাৰ্ডেনাছ

ওমৰ আলেকজেণ্ডাৰ কাৰ্ডেনাছ এজন আমেৰিকান নাগৰিক আৰু তেওঁ এফ বি আইৰ মষ্ট ৱাণ্টেড তালিকাত আছে। তেওঁক লছ এঞ্জেলছৰ কুখ্যাত ‘পিয়ৰ্চ ষ্ট্ৰীট গেং’ৰ সদস্য বুলি কোৱা হয়। তেওঁৰ বিৰুদ্ধে লছ এঞ্জেলছৰ হেয়াৰ আইকন নাপিতৰ দোকানৰ বাহিৰত ৪৬ বছৰীয়া জাবালি ডুমাছক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীৰ মতে, কাৰ্ডেনাছে প্ৰায় ৩০ ফুট দূৰৰ পৰা ডুমাছৰ ওপৰত ৯টাকৈ গুলীচালনা কৰে। ২০২০ চনৰ এপ্ৰিল মাহত তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু হৈছিল।বৰ্তমান এফ বি আইয়ে সন্দেহ কৰিছে যে তেওঁ মেক্সিকোলৈ পলায়ন কৰিছে বা দক্ষিণ কেলিফৰ্ণিয়াৰ ক’ৰবাত লুকাই আছে। তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে ২.৫ লাখ ডলাৰ পৰ্যন্ত পুৰস্কাৰ ঘোষণা কৰা হৈছে।

Tags: AmericaFBIInternational

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

October 25, 2025
পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025