• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 18, 2026
23 °c
Guwahati
23 ° Thu
23 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৩০০ কোটি টকাৰ জালিয়াতিৰে আমেৰিকা আৰক্ষীৰ জালত অসম সন্তান

Nation NE by Nation NE
June 5, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
১৩০০ কোটি টকাৰ জালিয়াতিৰে আমেৰিকা আৰক্ষীৰ জালত অসম সন্তান
Share on FacebookShare on TwitterWhatsApp

বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰত অসমীয়াৰ সন্মান শেষ কৰিলে এগৰাকী অসমীয়া ব্যৱসায়ীয়ে। এশ-দুশ নহয়। ড’নাল্ড ট্ৰাম্পৰ পৰা এই ব্যৱসায়ীয়ে লুটিলে প্ৰায় ১৩০০ কোটি টকা।

ভয়ংকৰ জালিয়াতিৰে আমেৰিকাত আৰক্ষীৰ জালত অনুৰাধা চিনেমা হলৰ স্বত্বাধিকাৰীৰ ভাতৃ। প্ৰবঞ্চনাৰে ড’নাল্ড ট্ৰাম্পৰ পৰা ১৩০০ কোটি লুটি ধৰা পৰিল গুৱাহাটীৰ তন্ময় শৰ্মা।তেওঁ প্ৰয়াত ফণী শৰ্মাৰ পুত্ৰ।

ভাৰতীয় মূলৰ ফাৰ্মা ব্যৱসায়ী তন্ময় শৰ্মাক আমেৰিকাৰ লছ এঞ্জেলছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা প্ৰায় ১৩০০ কোটি টকা স্বাস্থ্যসেৱা জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ ছ’ভাৰেইন হেল্থ গ্ৰুপ নামৰ ড্ৰাগছ ডি-এডিকচন আৰু মানসিক স্বাস্থ্য সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক আৰু প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া।

আমেৰিকাৰ ন্যায় বিভাগৰ তথ্য অনুসৰি ৬১ বছৰীয়া শৰ্মাই স্বাস্থ্য বীমা কোম্পানীক প্ৰতাৰণা কৰি প্ৰায় ১৪৯ মিলিয়ন ডলাৰৰ ভুৱা দাবী উত্থাপন কৰিছিল। লগতে ৰোগীৰ নিযুক্তিৰ বাবে ২ কোটি ১০ লাখ ডলাৰ (প্ৰায় ১৭৫ কোটি টকা)ৰ অবৈধ উৎকোচও দিয়া হৈছিল।

ফেডাৰেল গ্ৰেণ্ড জুৰীয়ে জাৰি কৰা আঠ দফীয়া অভিযোগনামাত শৰ্মাৰ বিৰুদ্ধে তাঁৰ জালিয়াতিৰ চাৰিটা, এটা ষড়যন্ত্ৰ আৰু তিনিটা অবৈধ ৰেফাৰেলৰ অভিযোগ উত্থাপন কৰা হৈছে।

২০১৭ চনৰ পৰাই এফ বি আইৰ দলে এই গোচৰৰ তদন্ত কৰি আছিল।ইয়াৰ অধীনত ছ’ভাৰেইন হেল্থৰ দক্ষিণ কেলিফৰ্ণিয়াস্থিত চিকিৎসা কেন্দ্ৰ, মুখ্য কাৰ্যালয় আৰু শৰ্মাৰ বাসগৃহতো অভিযান চলোৱা হৈছিল।

২০১৮ চনত প্ৰতিষ্ঠানটোৱে নিজৰ কাম-কাজ বন্ধ কৰি দিছিল। সহ অভিযুক্ত পল জিন চেনকো এই গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে, যিয়ে আদালতত নিৰ্দোষী বুলি স্বীকাৰ কৰিছে। ২৯ জুলাইৰ পৰা আৰম্ভ হ’ব তেওঁৰ বিচাৰ। তিনিটাকৈ গোচৰত গ্ৰেপ্তাৰ হোৱা তন্ময় শৰ্মাৰ ২০ বছৰ পৰ্যন্ত জে’ল হ’ব পাৰে।

উল্লেখ্য যে, তন্ময় শৰ্মাই ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ কৰিছে। দিল্লীৰ ছফদাৰজং হাস্পতালত ইন্টাৰশ্বিপৰ অন্তত ব্ৰিটেইন আৰু তাৰ পিছত আমেৰিকাত চিকিৎসা আৰু গৱেষণাৰ ক্ষেত্ৰত সক্ৰিয় হৈ পৰে। স্কিজ’ফ্ৰেনিয়া আৰু মানসিক ৰোগৰ ওপৰত গৱেষণাৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিছে। ২০০ৰো অধিক গৱেষণামূলক প্ৰবন্ধ প্ৰকাশ কৰাৰ লগতে ৫ খন গ্ৰন্থও লিখিছে। তেওঁৰ পিতৃ ফণী শৰ্মা আছিল অসমৰ এজন বিখ্যাত নাট্যশিল্পী, অভিনেতা আৰু পৰিচালক।

Tags: AmericaFBIIndia

Related Posts

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড
Top News

March 18, 2026
আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী
Top News

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

March 18, 2026
আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 18, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 18, 2026

শীৰ্ষ সংবাদ

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025