• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, July 31, 2025
29 °c
Guwahati
28 ° Fri
28 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    হাতৰ বিপৰীতে লুঙী হ’ব লাগে কংগ্ৰেছৰ প্ৰতীক : হিমন্ত বিশ্ব শৰ্মা

    তেওঁলোকৰ মিঞা লেণ্ডৰ সপোন ইয়াত পূৰণ নহ’ব : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    নিজ খুড়াকেই প্ৰাণ ল’লে ২ বছৰীয়া এটি শিশুৰ, এই ভয়ংকৰ ঘটনাৰ কাৰণ…

    দলগাঁৱত ভয়ংকৰ অ*গ্নিকা*ণ্ড, নগদ ধনসহ প্ৰায় ৩০ লাখ টকাৰো সা-সামগ্ৰী ভ*স্মী*ভূত

    বুলড’জাৰ চলাই প্ৰশাসনে বেদখলমুক্ত কৰিলে উৰিয়ামঘাটৰ ভূমি, অব্যাহত উচ্ছেদ অভিযান

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

    ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান সাংসদ গৌৰৱ গগৈৰ

    গৌৰৱ গগৈৰ প্ৰশংসাত পঞ্চমুখ কিয় পাকিস্তানৰ সংবাদ মাধ্যম?

    মন্দিৰৰ চৌহদত নিষিদ্ধ মাংস উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি

    মহিলাৰ সৈতে অপকৰ্মৰ অপচেষ্টা এগৰাকী অনা অসমীয়াৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ ঘোষণা ট্ৰাম্পৰ

      Nation NE by Nation NE
      July 30, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
      0 0
      ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ ঘোষণা ট্ৰাম্পৰ
      Share on FacebookShare on TwitterWhatsApp

      ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এই কথা তেওঁ নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথৰ জৰিয়তে ঘোষণা কৰে। এই শুল্ক ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব।

      আমেৰিকা আৰু ভাৰতে বাণিজ্য চুক্তিৰ বাবে আলোচনা কৰি থকাৰ সময়তে ট্ৰাম্পে শুল্ক আৰোপ কৰাৰ এই ঘোষণাই দুয়োখন দেশৰ মাজৰ সম্পৰ্কত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

      উল্লেখ্য যে, ইতিমধ্যে ড’নাল্ড ট্ৰাম্পে মঙলবাৰে ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰাৰ ইংগিত প্ৰদান কৰিছিল। মঙলবাৰে এজন সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয়, ‘হয়, মই ভাবো। ভাৰত মোৰ বন্ধু। মোৰ অনুৰোধত তেওঁলোকে পাকিস্তানৰ সৈতে যুদ্ধ শেষ কৰিলে… ভাৰতৰ সৈতে হোৱা চুক্তি চূড়ান্ত হোৱা নাই। ভাৰত আমাৰ ভাল বন্ধু যদিও তেওঁলোকে মূলতঃ আন যিকোনো দেশতকৈ অধিক শুল্ক আৰোপ কৰিছে…’।

      স্মৰ্তব্য যে ২০২৫ চনৰ জানুৱাৰী মাহত ড’নাল্ড ট্ৰাম্প দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা বিশ্বত আৰম্ভ হৈছে বাণিজ্য যুদ্ধ।

      শেহতীয়াকৈ ট্ৰাম্পেও কৈছিল যে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি হ’ব আৰু ইয়াৰ দ্বাৰা ভাৰতৰ বজাৰ মুকলি হ’ব।

      Tags: Donald trumpIndiaTariffTrade Tariff WarUSA

      Related Posts

      হাতৰ বিপৰীতে লুঙী হ’ব লাগে কংগ্ৰেছৰ প্ৰতীক : হিমন্ত বিশ্ব শৰ্মা
      Top News

      তেওঁলোকৰ মিঞা লেণ্ডৰ সপোন ইয়াত পূৰণ নহ’ব : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

      July 31, 2025
      শৰীৰৰ পৰা হাই কলেষ্টেৰ’ল নোহোৱা কৰিবলৈ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক এই খাদ্য
      Top News

      ৰাতিপুৱা খালী পেটত কি কি খাদ্যগ্ৰহণ কৰিব নালাগে জানো আহক

      July 31, 2025
      নিজ খুড়াকেই প্ৰাণ ল’লে ২ বছৰীয়া এটি শিশুৰ, এই ভয়ংকৰ ঘটনাৰ কাৰণ…
      Top News

      নিজ খুড়াকেই প্ৰাণ ল’লে ২ বছৰীয়া এটি শিশুৰ, এই ভয়ংকৰ ঘটনাৰ কাৰণ…

      July 31, 2025
      দলগাঁৱত ভয়ংকৰ অ*গ্নিকা*ণ্ড, নগদ ধনসহ প্ৰায় ৩০ লাখ টকাৰো সা-সামগ্ৰী ভ*স্মী*ভূত
      Top News

      দলগাঁৱত ভয়ংকৰ অ*গ্নিকা*ণ্ড, নগদ ধনসহ প্ৰায় ৩০ লাখ টকাৰো সা-সামগ্ৰী ভ*স্মী*ভূত

      July 31, 2025
      বুলড’জাৰ চলাই প্ৰশাসনে বেদখলমুক্ত কৰিলে উৰিয়ামঘাটৰ ভূমি, অব্যাহত উচ্ছেদ অভিযান
      Top News

      বুলড’জাৰ চলাই প্ৰশাসনে বেদখলমুক্ত কৰিলে উৰিয়ামঘাটৰ ভূমি, অব্যাহত উচ্ছেদ অভিযান

      July 31, 2025
      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল
      Top News

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

      July 31, 2025

      শীৰ্ষ সংবাদ

      তেওঁলোকৰ মিঞা লেণ্ডৰ সপোন ইয়াত পূৰণ নহ’ব : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

      ৰাতিপুৱা খালী পেটত কি কি খাদ্যগ্ৰহণ কৰিব নালাগে জানো আহক

      নিজ খুড়াকেই প্ৰাণ ল’লে ২ বছৰীয়া এটি শিশুৰ, এই ভয়ংকৰ ঘটনাৰ কাৰণ…

      দলগাঁৱত ভয়ংকৰ অ*গ্নিকা*ণ্ড, নগদ ধনসহ প্ৰায় ৩০ লাখ টকাৰো সা-সামগ্ৰী ভ*স্মী*ভূত

      বুলড’জাৰ চলাই প্ৰশাসনে বেদখলমুক্ত কৰিলে উৰিয়ামঘাটৰ ভূমি, অব্যাহত উচ্ছেদ অভিযান

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist