• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, January 28, 2026
20 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আমেৰিকাৰ উত্তৰ এৰিজোনাত বিমান দুৰ্ঘটনা, ৪ জনৰ প্ৰাণহানি

Nation NE by Nation NE
August 6, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আমেৰিকাৰ উত্তৰ এৰিজোনাত বিমান দুৰ্ঘটনা, ৪ জনৰ প্ৰাণহানি
Share on FacebookShare on TwitterWhatsApp

আকৌ এবাৰ আমেৰিকাত বিমান দুৰ্ঘটনা সংঘটিত হৈছে। উত্তৰ এৰিজোনাত দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন চিকিৎসা পৰিবহণ বিমান। দুৰ্ঘটনাটোৰ পিছতে বিমানখনত অগ্নিকাণ্ড সংঘটিত হয় আৰু ৪জন লোকৰো প্ৰাণহানি হয়।

নিউ মেক্সিকোৰ আলবাকুৱেৰ্কত ভিত্তি কৰি চি এছ আই এভিয়েশন কোম্পানীৰ এই বিমানখন ফ্লেগষ্টাফৰ পৰা প্ৰায় ২০০ মাইল (৩২১ কিলোমিটাৰ) উত্তৰ-পূবে চিনলে বিমানবন্দৰৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত থকা লোকসকল আছিল চিকিৎসা কৰ্মী যিসকলে এজন ৰোগীক নিবলৈ চিকিৎসালয়লৈ গৈ আছিল।

ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনৰ বিষয়াসকলে জনোৱা মতে, বিয়লি বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে বিচক্ৰাফ্ট ৩০০ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ড আৰু এফ এ এয়ে ইয়াৰ তদন্ত কৰি আছে। দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, চলিত বৰ্ষৰ জানুৱাৰী মাহৰ আৰম্ভণিতে ফিলাডেলফিয়াত এখন চিকিৎসা পৰিবহণ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল, য’ত ৮জন লোকৰ মৃত্যু হৈছিল। দুৰ্ঘটনাটোৰ তদন্ত কৰি থকা ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডে বিমানখনৰ ভইচ ৰেকৰ্ডাৰ কাম নকৰা বুলি জানিবলৈ দিয়ে।

শেহতীয়াকৈ আমেৰিকাৰ নৰ্থ কেৰ’লিনাৰ অক দ্বীপৰ সমীপত এখন বিমান সাগৰত খুন্দা মাৰে। দ্বীপটোৰ পাৰত মানুহে খোজ কাঢ়ি গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। ২০২৫ চনৰ ২ আগষ্ট শনিবাৰে সন্ধিয়া সংঘটিত হয় এই দুৰ্ঘটনা।

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

January 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

January 28, 2026
তদন্তৰ আওতালৈ চীনৰ সামৰিক পদবীৰ শীৰ্ষ জেনেৰেল,  জানক সবিশেষ
Top News

তদন্তৰ আওতালৈ চীনৰ সামৰিক পদবীৰ শীৰ্ষ জেনেৰেল, জানক সবিশেষ

January 27, 2026
শ্বেখ হাছিনা চৰকাৰৰ পতন মূল কাৰণ আমেৰিকা! ৰেকৰ্ডিঙত ফাদিল ডাঙৰ তথ্য

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 27, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

তদন্তৰ আওতালৈ চীনৰ সামৰিক পদবীৰ শীৰ্ষ জেনেৰেল, জানক সবিশেষ

শ্বেখ হাছিনা চৰকাৰৰ পতন মূল কাৰণ আমেৰিকা! ৰেকৰ্ডিঙত ফাদিল ডাঙৰ তথ্য

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025