• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 18, 2026
23 °c
Guwahati
23 ° Thu
23 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২৩ বছৰীয়া এইগৰাকী ভাৰতীয় বলাৰে ৰচিলে ইতিহাস

Nation NE by Nation NE
November 15, 2024
in Top News, ক্ৰীড়া
0 0
২৩ বছৰীয়া এইগৰাকী ভাৰতীয় বলাৰে ৰচিলে ইতিহাস
Share on FacebookShare on TwitterWhatsApp

ইতিহাস ৰচিলে এগৰাকী ভাৰতীয় বলাৰে। এইগৰাকী ভাৰতীয় বলাৰে এটা ইনিংছত ১০টা উইকেট দখল কৰি অনিল কুম্বলেৰ দৰে মহান ক্ৰিকেটাৰৰ অভিলেখ স্পৰ্শ কৰে। ৰঞ্জী ট্ৰফীৰ এখন মেচত কেৰালাৰ বিৰুদ্ধে ঐতিহাসিক প্ৰদৰ্শন আগবঢ়াই হাৰিয়ানাৰ বেগী বলাৰ অংশুল কাম্বোজে।

কেৰালাৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীৰ মেচখনত এক ইনিংছত ১০টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছে অংশুল কম্বোজে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত এই কৃতিত্ব অৰ্জন কৰা ষষ্ঠজন বলাৰ আৰু ৰঞ্জী ট্ৰফী ইতিহাসত তৃতীয়গৰাকী ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়।

ইয়াৰ পূৰ্বে ৰঞ্জী ট্ৰফীত বংগৰ প্ৰেমাংগুছু চেটাৰ্জী (১৯৫৬-৫৭) আৰু ৰাজস্থানৰ প্ৰদীপ সুন্দৰমিনে (১৯৮৫-৮৬) এটা ইনিংছত ১০টা উইকেট দখল কৰিছিল। আনহাতে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত সুভাষ গুপ্তে (১৯৫৪-৫৫), অনিল কুম্বলে (১৯৯৮-৯৯) আৰু দেৱাশীষ মহান্তিয়ে (২০০০-০১) এটা ইনিংছত ১০টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছে। আৰু আজি ৰঞ্জী ট্ৰফীৰ ইতিহাসত নিজৰ নাম পঞ্জীয়ন কৰে বেগী বলাৰ অংশুল কাম্বোজে।

ৰঞ্জী ট্ৰফীৰ যোৱা ৩৯ বছৰৰ ভিতৰত এটা ইনিংছত ১০টা উইকেট দখল কৰা প্ৰথমজন বলাৰ হিচাপেও পৰিগণিত হয় কাম্বোজ।

উল্লেখ্য যে, লাহলী ষ্টেডিয়ামত অনুষ্ঠিত ৰঞ্জী ট্ৰফীৰ মেচখনত ২৩ বছৰীয়া বেগী বলাৰ অংশুল কাম্বোজৰ বিধ্বংসী বলিঙত কেৰালাৰ বেটিং লাইন আপ বিধ্বস্ত হোৱা পৰিলক্ষিত হয়। ৪৯ ৰান খৰচ কৰি ১০টা উইকেট দখল কৰে অংশুল কাম্বোজে। অংশুলৰ আক্ৰমণাত্মক বলিঙৰ বাবেই কেৰালাই নিজৰ প্ৰথম ইনিংছ মাত্ৰ ২৯১ ৰানত সামৰে।

ৰঞ্জী ট্ৰফীৰ ইতিহাসৰ শ্ৰেষ্ঠ বলিং অভিলেখ

১০/২০ – প্ৰেমাংশু চেটাৰ্জী – বংগ বনাম অসম (১৯৫৬-৫৭)

১০/৪৯ – অংশুল কাম্বোজ – হাৰিয়ানা বনাম কেৰালা (২০২৪-২৫)

১০/৭৮ – প্ৰদীপ সুন্দৰাম – ৰাজস্থান বনাম বিদৰ্ভ (১৯৮৫-৮৬)

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত এটা ইনিংছত ১০টা উইকেট দখল কৰা ভাৰতীয় বলাৰ

১০/২০ – প্ৰেমাংশু চেটাৰ্জী – বংগ বনাম অসম (১৯৫৬-৫৭)

১০/৪৬ – দেৱাশীষ মহন্ত – পূব মণ্ডল বনাম দক্ষিণ মণ্ডল (২০০০-০১)

১০/৪৯ – অংশুল কাম্বোজ – হাৰিয়ানা বনাম কেৰালা (২০২৪-২৫)

১০/৭৪ – অনিল কুম্বলে – ভাৰত বনাম পাকিস্তান (১৯৯৯)

১০/৭৮ – প্ৰদীপ সুন্দৰাম – ৰাজস্থান বনাম বিদৰ্ভ (১৯৮৫-৮৬)

১০/৭৮ – সুভাষ গুপ্তে – বম্বে বনাম পাকিস্তান কম্বাইণ্ড চাৰ্ভিছেচ আৰু বাহাৱালপুৰ একাদশ (১৯৫৪-৫৫)

Tags: Anshul KambojRanji Trophy

Related Posts

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড
Top News

March 18, 2026
আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী
Top News

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

March 18, 2026
আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 18, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 18, 2026

শীৰ্ষ সংবাদ

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025