• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, March 17, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মিজোৰামত মুকলি ‘আপনা ৰেডিঅ’ ৯০.০ ষ্টেচন; মিজোৰামৰ বাবে আৰ্শীবাদ হ’ব ‘আপনা ৰেডিঅ’ ৯০.০ ষ্টেচন

Nation NE by Nation NE
July 25, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
মিজোৰামত মুকলি ‘আপনা ৰেডিঅ’ ৯০.০ ষ্টেচন; মিজোৰামৰ বাবে আৰ্শীবাদ হ’ব ‘আপনা ৰেডিঅ’ ৯০.০ ষ্টেচন
Share on FacebookShare on TwitterWhatsApp

বৃহস্পতিবাৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মিজোৰামৰ ৰাজধানী আইজলত ‘আপনা ৰেডিঅ’ ৯০.০ এফএম’ ষ্টেচন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থি থাকে কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগান আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমা। উদ্বোধন কৰা ৰেডিঅ’ ষ্টেচনটো ভাৰতৰ ৫০০ তম কমিউনিটি ৰেডিঅ’ ষ্টেচন হিচাপে উদ্বোধন কৰা হৈছে।

উদ্বোধন কৰা ‘আপনা ৰেডিঅ’ ৯০.০ এফএম’ ষ্টেচনটো হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ মাচ কমিউনিকেশ্বন, আইজলৰ দ্বাৰা পৰিচালিত এটা ষ্টেচন।

ৰেডিঅ’ ষ্টেচনটো উদ্বোধন কৰি বৈষ্ণৱে কয়, আপনা ৰেডিঅ’ ষ্টেচনে মানুহৰ জীৱনত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব।

আনহাতে, মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে সমবেত লোকসকলক সম্বোধন কৰি কয়, আইআইএমচি আইজলৰ আপনা ৰেডিঅ’ ষ্টেচনে ৰাজ্যখনৰ বাবে যোগাযোগৰ এক নতুন অধ্যায় ৰচনা কৰিব। বিশেষকৈ কৃষক সম্প্ৰদায়ৰ বাবে এটা সামূহিক ৰেডিঅ’ কেন্দ্ৰ স্থাপন কৰাটো যথেষ্ট লাভজনক হ’ব। যি তেওঁলোকক দৈনিক বতৰৰ আপডেট, চৰকাৰী আঁচনি আৰু কৃষি সম্পৰ্কীয় তথ্য প্ৰদান কৰিব। তেওঁ এই প্ৰকল্পটোক বাস্তৱত পৰিণত কৰাৰ ক্ষেত্ৰত আই এণ্ড বি মন্ত্ৰালয়ক প্ৰশংসা কৰে।

ইফালে, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানে আলোচনা কৰি কয়, ব্যক্তিগত ৰেডিঅ’ চেনেলসমূহৰ বাণিজ্যিক প্ৰকৃতিৰ বিপৰীতে তথ্য যোগাযোগৰ বাবে এই ৰেডিঅ’ কেন্দ্ৰ স্থাপন কৰা হৈছে। তেওঁ লগতে কয়, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই ষ্টেচনসমূহৰ ভূমিকা যথেষ্ট বৃদ্ধি পাব।

আনহাতে, অনুষ্ঠানটোত উপস্থিত থকা তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে কয়, তথ্য সম্পৰ্কীয় কৃষি, কৃষক কল্যাণৰ বাবে চৰকাৰী আঁচনি, বতৰৰ তথ্য আদি প্ৰচাৰত সামূহিক অনাতাঁৰ কেন্দ্ৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এই ৰেডিঅ’ ষ্টেচনৰ স্থানীয় উপভাষা আৰু আঞ্চলিক ভাষাত বাতৰি দিয়া হ’ব।

আইআইএমচিৰ উপাচাৰ্য ড০ অনুপমা ভাটনাগৰে কয় যে, ‘আপনা ৰেডিঅ’ ৯০.০ এফএম’ উদ্বোধন মিজোৰামৰ ইতিহাসৰ এক নতুন অধ্যায়। যিয়ে আলোচনাৰ জৰিয়তে সম্প্ৰদায়সমূহক একত্ৰিত কৰিব, স্থানীয় সংস্কৃতি প্ৰদৰ্শন কৰিব, নাগৰিকসকলক প্ৰচাৰ আৰু সৱলীকৰণ কৰিব।

Tags: #MizoramCentral GovermentRadio

Related Posts

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
Top News

March 17, 2026
শাসক পৰিৱৰ্তনৰ মাজতে ইৰাণৰ ডাঙৰ ৰহস্য ভেদ! আক্ৰমণৰ পূৰ্বে বাসগৃহ ত্যাগ মোজতাবা খামেনেইৰ

ৰমজানত মাহতেই ১৬ দিন ধৰি বন্ধ আল-আকছা মছজিদ, ইজৰাইলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ মুছলমান দেশ

মধ্যপ্ৰাচ্যৰ যুদ্ধই জ্ব*লা*লে ডুবাই! স্থবিৰ হৈ পৰিল পৰ্যটন, গুগল আৰু মাইক্ৰ’ছফ্টৰ দৰে MNCত প্ৰভাৱ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 17, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 17, 2026

শীৰ্ষ সংবাদ

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

শাসক পৰিৱৰ্তনৰ মাজতে ইৰাণৰ ডাঙৰ ৰহস্য ভেদ! আক্ৰমণৰ পূৰ্বে বাসগৃহ ত্যাগ মোজতাবা খামেনেইৰ

ৰমজানত মাহতেই ১৬ দিন ধৰি বন্ধ আল-আকছা মছজিদ, ইজৰাইলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ মুছলমান দেশ

মধ্যপ্ৰাচ্যৰ যুদ্ধই জ্ব*লা*লে ডুবাই! স্থবিৰ হৈ পৰিল পৰ্যটন, গুগল আৰু মাইক্ৰ’ছফ্টৰ দৰে MNCত প্ৰভাৱ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025