• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, January 28, 2026
20 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অসুস্থ সংগীতজ্ঞ এ আৰ ৰহমান; এখন ব্যক্তিগত হাস্পতালত ভৰ্তি

Nation NE by Nation NE
March 16, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
অসুস্থ সংগীতজ্ঞ এ আৰ ৰহমান; এখন ব্যক্তিগত হাস্পতালত ভৰ্তি
Share on FacebookShare on TwitterWhatsApp

বিশ্বৰ অন্যতম শ্ৰেষ্ঠ সংগীত পৰিচালক এ আৰ ৰহমানক চেন্নাইৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। প্ৰাৰম্ভিক তথ্য অনুসৰি, বুকু আৰু ডিঙিত বিষ অনুভৱ কৰাৰ পিছতে সংগীত পৰিচালকগৰাকীক ততাতয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। প্ৰথমে তেওঁক বিভিন্ন টেষ্ট কৰোৱাৰ খবৰ আহিছিল যদিও শেহতীয়াকৈ তেওঁৰ স্বাস্থ্য সন্দৰ্ভত অধিক তথ্য প্ৰদান কৰিছে তেওঁৰ পুত্ৰই।

আজি ৰাতিপুৱা ৭.৩০ বজাত ভৰ্তি কৰোৱা হয় সংগীত পৰিচালকগৰাকীক। এ আৰ ৰহমানৰ ঘনিষ্ঠ সূত্ৰই জানিব দিয়া অনুসৰি, শনিবাৰে লণ্ডনৰ পৰা উভতি অহাৰ পিছতে এ আৰ ৰহমানে গেছ আৰু ডিহাইড্ৰেচনত ভুগিছিল। সেয়ে তেওঁ চেকআপৰ বাবে হাস্পতাললৈ যায়। এতিয়া তেওঁ সম্পূৰ্ণ সুস্থ।

ইফালে এ আৰ ৰহমানৰ পুত্ৰ আমিনে ইনষ্টাগ্ৰাম ষ্ট’ৰীত পোষ্ট কৰি শিল্পীগৰাকীৰ স্বাস্থ্যৰ আপডেট প্ৰদান কৰিছে। তেওঁ লিখিছে- ‘আমাৰ সকলো প্ৰিয় অনুৰাগী, পৰিয়াল আৰু শুভাকাংক্ষীলৈ আপোনালোকৰ মৰম, প্ৰাৰ্থনা আৰু সহায়ৰ বাবে আন্তৰিক ধন্যবাদ। দেউতাই ডিহাইড্ৰেচনৰ বাবে অলপ দুৰ্বল অনুভৱ কৰিছিল গতিকে আমি কিছুমান নিয়মীয়া পৰীক্ষা কৰি ললোঁ। কিন্তু মই আপোনালোকক ক’বলৈ পাই সুখী যে তেওঁৰ অৱস্থা এতিয়া ঠিকেই আছে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ আমাৰ বাবে বহুত গুৰুত্বপূৰ্ণ।’

ইফালে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে চিকিৎসকৰ সৈতে কথা পাতি শিল্পীজনৰ স্বাস্থ্যৰ বুজ লয়। এক্সত তেওঁ লিখিছে, ‘এ আৰ ৰহমান অসুস্থ বুলি জানিব পৰা লগে লগে চিকিসকৰ সৈতে কথা পাতি তেওঁৰ স্বাস্থ্যৰ বুজ লও। তেওঁলোকে কৈছে তেওঁ সম্পূৰ্ণ সুস্থ আৰু শীঘ্ৰে ঘৰলৈ উভতিব।’

Tags: #Bollywood#HospitalisedA R RahmanChennai

Related Posts

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…
Top News

January 28, 2026
মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

January 28, 2026

শীৰ্ষ সংবাদ

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…

মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025