• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

Nation NE by Nation NE
December 12, 2025
in Top News, অৰুণাচল প্ৰদেশ, অসম
0 0
অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক
Share on FacebookShare on TwitterWhatsApp

অৰুণাচল প্ৰদেশৰ আঞ্জাৱ জিলাত যোৱা ৮ ডিচেম্বৰৰ নিশা এক ভয়ংকৰ দুৰ্ঘটনা  সংঘটিত হয়। ২২ জনকৈ শ্ৰমিক কঢ়িয়াই অনা এখন ডাঙৰ ট্ৰাক বাগৰি পৰে এটা দ দ’ খাৱৈত। আঞ্জাৱ জিলাৰ হাউলিয়াং-চাগলাগাম পথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা।

এই ট্ৰাকখন প্ৰায় ১০০০ ফুট দ’ খাৱৈত ডুব যায়। খবৰ অনুসৰি, এই দুৰ্ঘটনাৰ ফলত ২১ জন লোকৰ মৃত্যু হয়। অৱশ্যে এগৰাকী ব্যক্তিক সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

এই ট্ৰাকখন অৰুণাচলৰ এটা দ’ খাৱৈত পৰি যায়, কিন্তু কোনেও এই কথা গমেই পোৱা নাছিল। দুদিন পিছত যেতিয়া একমাত্ৰ জীৱিত ব্যক্তিজন সেনা শিবিৰত উপস্থিত হয়, তেতিয়াহে এই ঘটনাৰ আৱিষ্কাৰ হয়। খবৰ অনুসৰি, দুদিন ধৰি মৃতদেহৰ মাজত অচেতন হৈ আছিল ট্ৰাকখনৰে এজন লোক।

দুদিন পিছত ১১ ডিচেম্বৰত গভীৰ নিশা ট্ৰাকখনৰ সৈতে গভীৰ খাদত পৰা ২২ জনৰ ভিতৰত একমাত্ৰ জীৱিত লোকজনে ধ্বংসাৱশেষৰ পৰা ওলাই আহি ৩০০ মিটাৰ বগাই প্ৰায় ৪ কিলোমিটাৰ খোজ কাঢ়ি বি আৰ অ’ শিবিৰত উপস্থিত হয়, য’ত তেওঁ প্ৰায় ৪৮ ঘণ্টাৰ পিছত এই শোকাৱহ দুৰ্ঘটনাৰ খবৰ দিয়ে।

বৃহস্পতিবাৰে সন্ধিয়ালৈকে উদ্ধাৰ কৰা হৈছিল নিহতসকলৰ ৯টা মৃতদেহ। আটাইকেইজন অসমৰ পৰা চীনৰ সীমান্তৱৰ্তী আঞ্জাৱ জিলাৰ এটা কৰ্মস্থলীলৈ লৈ যোৱা হৈছিল। হাউলিয়াং-চাগলাগাম পথত সংঘটিত হয় এই দুৰ্ঘটনা। আন কেইদজন শ্ৰমিকৰ সন্ধান অব্যাহত ৰাখিছে সেনাৰ দলে। ট্ৰাকখনৰ ধ্বংসাৱশেষ আৰু মৃতদেহ উদ্ধাৰৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ধৰি আৰক্ষী আৰু এন ডি আৰ এফৰ লোকে কাম কৰে।

Tags: #Accident#Arunachal Pradesh#Assam

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025