• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 12, 2026
25 °c
Guwahati
25 ° Mon
26 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত এই ৪ পৰীক্ষাৰ্থী…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১১:৩০ বজালৈ ভোটদানৰ হাৰ, লগতে জানক এই জিলাসমূহৰ জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ সংখ্যা…

    পুৱা ৯ বজালৈ অসমৰ কোনকেইখন জিলাত কিমান শতাংশ ভোটদান?

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    আজি ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, তৎপৰ আৰক্ষী-প্ৰশাসন 

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ভোটগ্ৰহণলৈ আৰু কিছু ঘণ্টা থাঁকোতেই চৰম অস্বস্তিত কংগ্ৰেছ, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এইগৰাকী নেতাই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান, শোকাহত সমগ্ৰ বলীউড

Nation NE by Nation NE
April 12, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান, শোকাহত সমগ্ৰ বলীউড
Share on FacebookShare on TwitterWhatsApp

আজি সমগ্ৰ বলীউডৰ সংগীত জগততেই শোকে বিৰাজে কৰিছে। কিয়নো আজি ৯২ বছৰ বয়সত ভাৰতীয় সংগীত জগতৰ কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান ঘটে। ১১ এপ্ৰিলত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মুম্বাইৰ ব্ৰিছ কেণ্ডী হাস্পতালত শেষ নিশ্বাস ত্যাগ কণ্ঠশিল্পীগৰাকীয়ে।

২০ টাতকৈও অধিক ভাৰতীয় আৰু বিদেশী ভাষাত ১২ হাজাৰৰো অধিক গীতত কণ্ঠদান কৰিছিল আশা ভোছলেয়ে। ভাৰতৰ লগতে বিদেশত লাইভ শ্ব’ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে।সংগীতৰ প্ৰতি অৱদানৰ বাবে তেওঁ কেইবাটাও সন্মান আৰু বঁটা লাভ কৰিছে।কিংবদন্তি কণ্ঠশিল্পীগৰাকীক ২০০০ চনত দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল।২ ০০৮ চনত তেওঁক প্ৰদান কৰা হৈছিল ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ।২০১১ চনত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছে তেওঁক সংগীত ইতিহাসৰ সৰ্বাধিক ৰেকৰ্ডিং কৰা শিল্পী হিচাপে স্বীকৃতি দিয়ে।

আশা ভোছলেক শেষবাৰৰ বাবে দেখা গৈছিল শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুনৰ বিয়াত, য’ত বলীউড আৰু ক্ৰীড়া জগতৰ বহু ডাঙৰ তাৰকাই অংশগ্ৰহণ কৰিছিল।

আশা ভোছলেৰ মৃত্যুৰ ফলত সংগীত জগত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি বলীউডৰ শিল্পীলৈকে বহুতে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। ইয়াৰ উপৰিও আশা ভোছলেৰ পুত্ৰ আনন্দই সংবাদ মাধ্যমক জনাইছে যে কাইলৈ ​​বিয়লি ৪ বজাত তেওঁৰ শেষ অনুষ্ঠান শিৱাজী পাৰ্কত সম্পন্ন কৰা হ’ব।

Tags: #Bollywoodasha bhosleSINGER

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 12, 2026
পাকিস্তানৰ সৈতে বৈঠকৰ পূৰ্বে মিনাব আক্ৰমণৰ দুখজনক ফটো শ্বেয়াৰ ইৰাণৰ অধ্যক্ষৰ

April 11, 2026
নাছাৰ আৰ্টেমিছ দ্বিতীয়ই সৃষ্টি কৰিলে ইতিহাসৰ, ঐতিহাসিক ১০ দিনীয়া চন্দ্ৰ যাত্ৰাৰ অন্তত পৃথিৱীলৈ উভোতে মহাকাশচাৰী

‘যিজনেই উচ্চতম নেতা হ’ব তেওঁৱেই আমাৰ লক্ষ্য হ’ব’! ইজৰাইলে নতুন উচ্চতম নেতাক দিলে ভাবুকি
Top News

যুদ্ধবিৰতিৰ পিছতো লেবাননত কিয় আক্ৰমণ ইজৰাইলৰ? জানক ৫০ বছৰীয়া যুদ্ধ সংযোগৰ সবিশেষ

April 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান, শোকাহত সমগ্ৰ বলীউড

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

পাকিস্তানৰ সৈতে বৈঠকৰ পূৰ্বে মিনাব আক্ৰমণৰ দুখজনক ফটো শ্বেয়াৰ ইৰাণৰ অধ্যক্ষৰ

নাছাৰ আৰ্টেমিছ দ্বিতীয়ই সৃষ্টি কৰিলে ইতিহাসৰ, ঐতিহাসিক ১০ দিনীয়া চন্দ্ৰ যাত্ৰাৰ অন্তত পৃথিৱীলৈ উভোতে মহাকাশচাৰী

যুদ্ধবিৰতিৰ পিছতো লেবাননত কিয় আক্ৰমণ ইজৰাইলৰ? জানক ৫০ বছৰীয়া যুদ্ধ সংযোগৰ সবিশেষ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025