• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, February 7, 2026
20 °c
Guwahati
20 ° Sun
21 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কুম্বলেৰ অভিলেখ ভংগ কৰি টেষ্ট ক্ৰিকেটত অশ্বিনৰ ঐতিহাসিক কৃতিত্ব

Nation NE by Nation NE
September 27, 2024
in Top News, ক্ৰীড়া
0 0
কুম্বলেৰ অভিলেখ ভংগ কৰি টেষ্ট ক্ৰিকেটত অশ্বিনৰ ঐতিহাসিক কৃতিত্ব
Share on FacebookShare on TwitterWhatsApp

আন এক মাইলষ্ট’নত উপনীত হ’ল ৰবিচন্দ্ৰন অশ্বিন। বাংলাদেশৰ বিৰুদ্ধে কানপুৰত চলি থকা দ্বিতীয়খন টেষ্টৰ প্ৰথম ইনিংছত এটা উইকেট দখল কৰাৰ লগে লগে এক বিশেষ কৃতিত্বৰ অধিকাৰী হ’ল অশ্বিন।

দলাচলতে বাংলাদেশৰ প্ৰথম ইনিংছৰ সময়ত অশ্বিনে নজমুল হুছেইন ছাণ্টোক আউট কৰাত সফল হোৱাৰ লগে লগে তেওঁ টেষ্ট ক্ৰিকেটত এছিয়াৰ সৰ্বাধিক উইকেট লোৱা ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়।

এই ক্ষেত্ৰত অশ্বিনে অতিক্ৰম কৰে অনিল কুম্বলেক। অনিল কুম্বলেই এছিয়া মহাদেশত খেলা টেষ্টত মুঠ ৪১৯টা উইকেট দখল কৰিছিল। এতিয়া এছিয়াত অশ্বিনৰ নামত সংযোজন হ’ল ৪২০টা উইকেট।

এছিয়াত সৰ্বাধিক টেষ্ট উইকেট দখল কৰাৰ অভিলেখ আছে শ্ৰীলংকাৰ মুৰুলীধৰণৰ নামত। তেওঁ এছিয়াত মুঠ ৬১২টা উইকেট দখল কৰিছিল।

এছিয়াত সৰ্বাধিক টেষ্ট উইকেট

মুথিয়া মুৰুলীধৰণ- ৬১২

আৰ অশ্বিন- ৪২০*

অনিল কুম্বলে- ৪১৯

ৰঙ্গনা হেৰাথ- ৩৫৪

হৰভজন সিং- ৩০০

ইয়াৰ উপৰি ২০০০ চনৰ পিছত টেষ্ট ক্ৰিকেটত সৰ্বাধিক এল বি ডব্লিউ আউট কৰা বলাৰ হিচাপেও পৰিগণিত হৈছে অশ্বিন। অশ্বিনৰ নামত মুঠ ১১৩টা এল বি ডব্লিউ উইকেট আছে।

২০০০ চনৰ পিছত টেষ্ট মেচত এজন বলাৰৰ সৰ্বাধিক এল বি ডব্লিউ আউট

১১৩ – ৰবিচন্দ্ৰন অশ্বিন

১০৮ – ৰঙ্গানা হেৰাথ

১০১ – ষ্টুৱাৰ্ট ব্ৰড

৯৮ – জেমছ এণ্ডাৰছন

৯৮ – মুথিয়া মুৰুলীধৰণ

Tags: India vs BangladeshRavichandran AshwinTest Cricket

Related Posts

ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?
Top News

February 7, 2026
ট্ৰাম্পলৈ প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ ইৰাণৰ! বৰ্ধিত উত্তেজনাৰ মাজতে ইৰাণৰ বিপজ্জনক খোৰামশ্বহৰ-৪ বেলিষ্টিক মিছাইল নিয়োগ
Top News

ট্ৰাম্পলৈ প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ ইৰাণৰ! বৰ্ধিত উত্তেজনাৰ মাজতে ইৰাণৰ বিপজ্জনক খোৰামশ্বহৰ-৪ বেলিষ্টিক মিছাইল নিয়োগ

February 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 7, 2026
আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…
Top News

আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

February 6, 2026
এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

ট্ৰাম্পলৈ প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ ইৰাণৰ! বৰ্ধিত উত্তেজনাৰ মাজতে ইৰাণৰ বিপজ্জনক খোৰামশ্বহৰ-৪ বেলিষ্টিক মিছাইল নিয়োগ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…

পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025