• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
18 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অসম সাহিত্য সভাই পুনৰ লজ্জানত কৰিলে সুধী সমাজক; কাৰ্য নিৰ্বাহকত মাৰপিট

Nation NE by Nation NE
December 29, 2024
in Top News, অসম
0 0
অসম সাহিত্য সভাই পুনৰ লজ্জানত কৰিলে সুধী সমাজক; কাৰ্য নিৰ্বাহকত মাৰপিট
Share on FacebookShare on TwitterWhatsApp

অসমৰ অন্যতম সন্মানীয় জাতীয় সংগঠন অসম সাহিত্য সভা মানেই যেন এতিয়া বিতৰ্ক। বিভিন্ন বিতৰ্কৰ মাজেৰে অনুষ্ঠিত হৈ যোৱা অসম সাহিত্য সভাৰ নিৰ্বাচনৰ আজি ঘোষণা হ’ব ফলাফল। ফলাফল ঘোষণাৰ দিনাও বিতৰ্কত নাম সাঙোৰ খাইছে সাহিত্য সভাৰ।

উল্লেখ্য যে আজি কামৰূপ জিলাৰ দদৰাৰ ভৃগু কুমাৰ ফুকন প্ৰেক্ষাগৃহত আয়োজন কৰা কাৰ্য নিৰ্বাহক বৈঠকত অনুষ্ঠিত হ’ব ভোট গণনা পৰ্ব। ফলাফল ঘোষণাৰ আগমুহূৰ্তত সভাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।

ফলাফলৰ পূৰ্বে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ প্ৰাৰ্থীয়ে এগৰাকী কাৰ্য নিৰ্বাহক সদস্যক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অজিত প্ৰসাদ শৰ্মা নামৰ প্ৰধান সম্পাদক পদৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ।

উল্লেখ্য যে, নিমন্ত্ৰণী পত্ৰ নোপোৱাৰ বাবে কাৰ্য নিৰ্বাহক সদস্য সুশীল চন্দ্ৰ ডেকাই প্ৰশ্ন কৰিছিল উপেন্দ্ৰ জিৎ শৰ্মাক। এই কথাত ক্ষুন্ন হৈ কাৰ্য নিৰ্বাহকৰ আদৰণি সমিতিৰ দায়িত্বত থকা অজিত প্ৰসাদ শৰ্মাই প্ৰহাৰ কৰে লোকজনক।

স্মৰ্তব্য যে, সভাপতি পদক লৈ চলা বিতৰ্কৰ পিছতে অসম সাহিত্য সভাৰ উচ্চ ক্ষমতা সম্পন্ন সমিতিৰ বৈঠকত সভাপতি পদৰ বাবে ৰাজ্যৰ ৫গৰাকী বিশিষ্ট সাহিত্যিকৰ এখন প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিছিল। এই তালিকাত নাম থকা ড০ ভীমকান্ত বৰুৱা, অনুৰাধা শৰ্মা পূজাৰী আৰু ড০ গোবিন্দ প্ৰসাদ শৰ্মাই সভাপতি পদত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা উল্লেখ কৰি নাম প্ৰত্যাহাৰ কৰিছিল।

ইয়াৰ পিছত তালিকাত নাম থকা অন্য দুজন ক্ৰমে সাহিত্য জগতৰ অন্যতম মহীৰূহ বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামী আৰু বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক পণ্ডিত তথা ভাষাবিদ ড৹ উপেন ৰাভা হাকাচামে প্ৰতিদ্বন্দ্বিতা কৰিছে।

আজি কিছু সময়ৰ পিছতেই স্পষ্ট হ’ব জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ বাবে সভাপতি পদত কোন অধিষ্ঠিত হ’ব।

Tags: Asom Sahitya SabhaDadaraKamrup

Related Posts

দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 12, 2025
অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক
Top News

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

December 12, 2025
জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!
Top News

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

December 12, 2025
চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?
Top News

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

December 12, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…

শীৰ্ষ সংবাদ

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025