• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 9, 2025
18 °c
Guwahati
19 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাজপথত নিশা চাঞ্চল্যকৰ ঘটনা, কেইবাখনো গাড়ী ৰখাই…

Nation NE by Nation NE
July 1, 2025
in Top News, অসম
0 0
ৰাজপথত নিশা চাঞ্চল্যকৰ ঘটনা, কেইবাখনো গাড়ী ৰখাই…
Share on FacebookShare on TwitterWhatsApp

টিংখাঙৰ ৰাজপথত নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কেইবাখনো গাড়ী ৰখাই ডকাইতিৰ চেষ্টা দুৰ্বৃত্তৰ।

টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত গেলা-দিচাং গাঁৱত দেওবাৰে নিশা সংঘটিত হয় এই ঘটনা। বামুণবাৰী- তিনিআলি চাহ বাগিচা সংযোগী গেলাদিচাং পথৰ ওপৰত এখন চেভ’লেট বিত বাহন আৰু এখন ৱেগনাৰ বাহনত ডকাইতিৰ চেষ্টা দুৰ্বৃত্তৰ।

কোনোমতে হাত সাৰি চেভ’লেট বিত বাহনখন বেক কৰি ওলাই আহে যদিও পিছৰ সময়ত এখন ৱেগনাৰ বাহন ৰখাই মুখত কাপোৰ পৰিহিত এজন দুৰ্বৃত্তই ধন দাবী কৰে। বাহনৰ গৰাকীয়ে ধন দিবলৈ মান্তি নোহোৱাত বাহনখনত থকা দুজন যাত্ৰীক হাতত থকা লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰে।

ৱেগনাৰ খনত এগৰাকী মহিলাসহ ৩গৰাকী যাত্ৰী আছিল। টিংখাঙৰ বামুণবাৰীৰ পৰা নাহৰকটীয়াৰ চাচনিলৈ গৈ আছিল এই বাহনখন। দুৰ্বৃত্তৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হয় বাহনখনত থকা ২জন পুৰুষ যাত্ৰী। ভুক্তভোগী লোক ২জনৰ চিঞৰ-বাখৰত ঘটনাস্থলীত উপস্থিত হয় কিছু স্থানীয় লোক। ইয়াৰ পিছতে সকলো দুৰ্বৃত্তই পলায়ন কৰে।

নিশাই ভুক্তভোগী লোককেইজনে টিংখাং আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। বৰ্তমানেও চাচনী আৰু টিংখাং আৰক্ষীয়ে এই ঘটনাৰ উচিত তদন্ত অব্যাহত ৰাখিছে। এই সমগ্ৰ ঘটনাটোৱে এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Tags: #AssamsnatchTinkhong

Related Posts

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে
Top News

December 9, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 9, 2025
৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025

শীৰ্ষ সংবাদ

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025