• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, March 15, 2026
22 °c
Guwahati
22 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভূটানত অসমৰ মুখ্যমন্ত্ৰী, ভূটানৰ প্ৰধানমন্ত্ৰীক উপহাৰ দিলে অসমৰ মুখ্যমন্ত্ৰীয়ে

Nation NE by Nation NE
December 17, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভূটানত অসমৰ মুখ্যমন্ত্ৰী, ভূটানৰ প্ৰধানমন্ত্ৰীক  উপহাৰ দিলে অসমৰ মুখ্যমন্ত্ৰীয়ে
Share on FacebookShare on TwitterWhatsApp

মঙলবাৰে অৰ্থাৎ ১৭ ডিচেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভূটানৰ ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভাৰত আৰু ভূটানে সহযোগিতা আগবাঢ়িছে বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, এই ৰাষ্ট্ৰীয় দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ভূটানৰ ৰজাই আমন্ত্ৰণ জনাইছিল অসম মুখ্যমন্ত্ৰী শৰ্মাক। চাৰিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে থিম্ফুত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ শৰ্মা।এই অনুষ্ঠানত তেওঁৰ সৈতে সহধর্মিণী ৰিণিকি ভূঞা শৰ্মাও উপস্থিত থাকে।

এই বিশেষ উদযাপনত বৃহৎ সংখ্যক আবাল-বৃদ্ধ-বনিতাই যোগদান কৰি ভূটানৰ সাংস্কৃতিক আৰু সামাজিক ঐতিহ্য প্ৰদৰ্শন কৰি অনুষ্ঠান অধিক উপভোগ্য কৰি তোলে৷ একবিংশ শতিকাত আমাৰ দুয়োখন ৰাষ্ট্ৰই অংশীদাৰী লক্ষ্য আৰু আকাংক্ষাৰে আগবাঢ়ি যোৱাৰ সন্ধিক্ষণত আয়োজিত এই বিশেষ দিনটোত পুনৰ দেশখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে।

ভূটানৰ প্ৰধানমন্ত্ৰী দাছো ছেৰিং টবগে’ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ পত্নী ৰিণিকি ভূঞা শৰ্মাই মধ্যাহ্ন ভোজনো কৰে। এই সময়ছোৱাত ভূটান আৰু অসমে কেনেদৰে পৰস্পৰৰ বিকাশ-উন্নয়নমূলক আকাংক্ষাৰ পৰিপূৰক হ’ব পাৰে, সেই সন্দৰ্ভত এক যথেষ্ট ফলপ্রসূ আলোচনা কৰা হয় বুলি সদৰী কৰে ড০ শৰ্মাই।

একে সময়তে ভূটানৰ প্ৰধানমন্ত্ৰী দাছো ছেৰিং টবগে’ আৰু তাছি ডোমাক অসমৰ বয়ন সামগ্ৰী উপহাৰ স্বৰূপে প্ৰদান কৰাৰ লগতে পৰম্পৰাগত পানীয়ক উপস্থাপন কৰাৰ কথাও সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে অসমৰ জনসাধাৰণৰ হৈ ভূটানৰ প্রধানমন্ত্রীক ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ‘এডভাণ্টেজ আছাম ২.০’ অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোই ড০ শৰ্মাই।

Tags: #AssamBhutanInternational Relation

Related Posts

ইৰাণৰ সৈতে যুদ্ধৰ মাজতে আমেৰিকাক আঘাত এই দেশৰ! আমেৰিকান সেনাৰ বাবে বন্ধ আকাশমাৰ্গ
Top News

March 15, 2026
ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন
Top News

ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

March 15, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 15, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 15, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 15, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 14, 2026

শীৰ্ষ সংবাদ

ইৰাণৰ সৈতে যুদ্ধৰ মাজতে আমেৰিকাক আঘাত এই দেশৰ! আমেৰিকান সেনাৰ বাবে বন্ধ আকাশমাৰ্গ

ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025