• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, January 29, 2026
20 °c
Guwahati
20 ° Fri
20 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

যুৱতীৰ সৈতে পিতৃ-পুত্ৰৰ লজ্জাজনক কাণ্ড

Nation NE by Nation NE
December 25, 2024
in Top News, অসম
0 0
যুৱতীৰ সৈতে পিতৃ-পুত্ৰৰ লজ্জাজনক কাণ্ড
Share on FacebookShare on TwitterWhatsApp

গোলকগঞ্জত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। ঘটনা অনুসৰি গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ সিৰাজুল হকৰ পুত্ৰৰ সৈতে উত্তৰ ৰায়পুৰ প্ৰথম খণ্ডৰ এগৰাকী যুৱতীৰ প্ৰেমৰ সম্পৰ্ক আছিল। পিছে যুৱতীগৰাকীৰ পিতৃৰ অসন্মতিৰ বাবে ১৪ ডিচেম্বৰৰ সন্ধিয়া পিতা-পুত্ৰই লগ-লাগি অপহৰণ কৰে যুৱতীগৰাকীক। গোলকগঞ্জৰ বিন্নাচৰাৰ এঘৰত ৰাখি যুৱকজনৰ পিতৃয়ে পুত্ৰৰ হতুৱাই যুৱতীগৰাকীক শাৰিৰীকভাৱে অপদস্থ কৰায়।

ইফালে এই ঘটনাৰ ন্যায় বিচাৰি বিন্নাচৰাৰ এগৰাকী পঞ্চায়ত সদস্যৰ কাষ চাপে। ১৮ ডিচেম্বৰত বিন্নাচৰাৰ পঞ্চায়ত সদস্যগৰাকীয়ে যুৱতীগৰাকীৰ পিতৃক মাতি নি মীমাংসাৰ নামত দাবী কৰে ১০ হাজাৰ টকা। টকা দিবলৈ অমান্তি হোৱাত নিশাতে কন্যাক উভোতাই নিবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰ পিছতেই কন্যাক এৰি পিতৃ গোলকগঞ্জ থানাত উপস্থিত হয়। কিন্তু গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতা এজাহাৰ ল’বলৈ অস্বীকাৰ কৰাৰ লগতে ভুক্তভোগী পৰিয়ালটোক দাবী-ধমকি দি ঘুৰাই পঠিয়ায়।অৱশ্যে পিছলৈ আৰক্ষীয়ে এজাহাৰ লয় যদিও, এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে আৰক্ষীৰ বিৰুদ্ধে।

Tags: #AssamCrimeGolakganj

Related Posts

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
Top News

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

January 29, 2026
পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈ সাংসদসহ ১৫ জনৰ প্ৰাণহানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 29, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 29, 2026
সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…

January 28, 2026

শীৰ্ষ সংবাদ

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈ সাংসদসহ ১৫ জনৰ প্ৰাণহানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025