• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আচৰণত হতভম্ভ ৰাজ্যবাসী; অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দিলীপ শইকীয়াৰ

Nation NE by Nation NE
March 22, 2025
in Top News, অসম
0 0
বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আচৰণত হতভম্ভ ৰাজ্যবাসী; অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দিলীপ শইকীয়াৰ
Share on FacebookShare on TwitterWhatsApp

কেতিয়াও নোহোৱা-নোপজা ঘটনাৰ সূত্রপাত ঘটে অসম বিধানসভাৰ মজিয়াত। সংবিধানৰ নামত শপত লোৱা বিধায়কৰ অভব্য আচৰণ দেখা গৈছে বিধানসভাত। শুকুৰবাৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিৰোধী বিধায়ক অখিল গগৈ আৰু শ্বেৰমান আলীলৈ লৈছিল চোঁচা। এই ঘটনাক কেন্দ্ৰ কৰি উত্তাল হৈ উঠে অসম বিধানসভাৰ অধিৱেশন।

অসম বিধানসভাৰ ক্ৰমাৎ অৱনতি হৈ গৈ আছে সেয়াই আকৌ এবাৰ প্ৰমাণিত হ’ল। শুকুৰবাৰে সদনত শাসকীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু বিৰোধী বিধায়ক অখিল গগৈৰ মাজত সৃষ্টি হোৱা নজিৰবিহীন বাকযুদ্ধই শালীনতাৰ সকলো সীমা চেৰাই গৈছে।

অসম বিধানসভাৰ বাজেট অধিৱেশনত শুকুৰবাৰে সদনত বক্তব্য আগবঢ়াই থাকেতেই হঠাতে খঙত সংযমহীন হৈ পৰে বিধায়ক ৰূপজ্যোতি কুৰ্মী।

 “অখিল গগৈ মই আপোনাৰ ওচৰলৈ গৈ মাইক ভাঙি দিম… অই ফটুৱা… তহঁতে কিয় কথা ক’বি…!’—এয়া ৰাস্তাত আস্তিন কোঁচাই কাজিয়াত লিপ্ত হোৱা কোনোবা গুণ্ডাৰ সংলাপ নহয়। এয়া অসম বিধানসভাৰ মজিয়াত শাসকীয় এগৰাকী বিজেপি বিধায়কৰ আচৰণ আৰু তেওঁৰ ভাষা ৷

সততে বিভিন্ন আচৰণ-মন্তব্যৰে সংবাদ শিৰোনাম আৰু বিতৰ্কত থকা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে শুকুৰবাৰে বিধানসভাৰ মজিয়াত এই আচৰণ দেখুৱায়। বিধানসভাৰ এই দৃশ্য দেখাৰ পিছত স্বাভাবিকতেই প্ৰশ্ন উঠে–  এনেকৈয়ে বাৰু চলে নেকি অসম বিধানসভা?

অসম বিধানসভাৰ সন্মানীয় জন প্ৰতিনিধি একোজনৰ এই লজ্বাজনক কাণ্ড দেখা পোৱাৰ পিছতেই হতভম্ব হৈ উঠে দৰ্শকৰ আসনত থকা আমোলা-বিষয়াসকলো।

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এনে আচৰণৰ বিৰুদ্ধে সৰৱ হৈ উঠে বহুতো দল-সংগঠন। যোৰহাটৰ লগতে বিধায়কজনৰ নিজা সমষ্টি মৰিয়নিত তেওঁৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

ইতিমধ্য বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সামজিক মাধ্যমযোগে তেওঁ কৰা আচৰণৰ বিৰুদ্ধে ক্ষমাপ্ৰাৰ্থী হৈছে যদিও ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এনে অভব্য আচৰণৰ বিৰুদ্ধে জাৰি কৰে শ্ব’কজ জাননী।

ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এখন পত্ৰযোগে বিধায়ক ৰূপজ্যতি কুৰ্মীক অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ প্ৰদান কৰে।

Tags: Assam AssemblyBJPDilip SaikiaRupjyoti Kurmi

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025