• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
18 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জে’লৰ কয়দীসকলৰ বাবে অসম চৰকাৰৰ কেবিনেটে ল’লে ডাঙৰ সিদ্ধান্ত

Nation NE by Nation NE
December 7, 2024
in Top News, অসম
0 0
জে’লৰ কয়দীসকলৰ বাবে অসম চৰকাৰৰ কেবিনেটে ল’লে ডাঙৰ সিদ্ধান্ত
Share on FacebookShare on TwitterWhatsApp

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মন্ত্ৰীসভাত চাৰিজন নতুন মন্ত্ৰীয়ে শপত লোৱাৰ পিছতে অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেটত লোৱা হয় কেইবাটও ডাঙৰ সিদ্ধান্ত।

অসম চৰকাৰৰ কেবিনেটে লোৱা ডাঙৰ সিদ্ধান্তৰ ভিতৰত হৈছে মৃত কাৰাবন্দীসকলৰ নিকটাত্মীয়লৈ বিত্তীয় সমৰ্থন। কেবিনেটে অসমৰ কাৰাগাৰৰ কাৰাবন্দীসকলৰ অপ্ৰাকৃতিক মৃত্যুৰ বাবে মৃতকৰ নিকটাত্মীয়ক ক্ষতিপূৰণ পৰিশোধৰ নীতিত অনুমোদন জনাইছে। নিম্নলিখিত অনুসৰি এককালীন ক্ষতিপূৰণ প্ৰদান কৰা হ’ব।

কয়দীসকলৰ মাজত কাজিয়া হৈ মৃত্যু হ’লে ২ লাখ টকা, কাৰাগাৰৰ কৰ্মচাৰীৰ দ্বাৰা অত্যাচাৰ বা প্ৰহাৰত মৃত্যু হ’লে ৩ লাখ, কাৰাগাৰৰ কৰ্মচাৰীৰ দ্বাৰা কৰ্তব্যত অৱহেলাত মৃত্যু হ’লে ৪ লাখ টকা, চিকিৎসা বিষয়া/পেৰামেডিক্সৰ দ্বাৰা অৱহেলাত মৃত্যু হ’লে ৪ লাখ টকা আৰু বন্দীসকলৰ দ্বাৰা আত্মহনন কৰিলে আত্মীয়লৈ ৩ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব।

ইফালে চৰকাৰী ব্যৱস্থাক নাগৰিকসকলৰ অধিক কাষলৈ অনা আৰু বৰাক উপত্যকাৰ ন্যায়সংগত উন্নয়নৰ প্ৰয়াসৰ বাবে কেবিনেটে বৰাক উপত্যকা উন্নয়ন বিভাগ গঠনত অনুমোদন জনাইছে।

আনহাতে কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ আৰু স্বচ্ছ বিকল্প ইন্ধনৰ দিশত গুৰুত্ব দি কেবিনেটে ৩ বছৰৰ বাবে ৩ শস্য আধাৰিত ইথানল প্ৰস্তুতকাৰী গোটক ইথানলৰ ২ টকা/লিটাৰ হাৰত উৎপাদন সংযোজিত উদগনিক অনুমোদন জনাইছে।

Tags: Assam CabinetHimanta Biswa Sarma

Related Posts

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025
অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক
Top News

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

December 12, 2025
জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!
Top News

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

December 12, 2025
চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?
Top News

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

December 12, 2025

শীৰ্ষ সংবাদ

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025