• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 26, 2026
24 °c
Guwahati
25 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

Nation NE by Nation NE
March 26, 2026
in Top News, অসম
0 0
নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’
Share on FacebookShare on TwitterWhatsApp

নিৰ্বাচনী প্ৰচাৰৰ মাজতে মিঞাক ধমক দিলে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে, অসমীয়াক ৰঙাচকু দেখুওৱা মিঞাৰ কামিহাড় ভাঙি দিয়া হ’ব। অহা ৫ বছৰত মিঞাৰ কামিহাড় সমান কৰি দিম বুলি ধমক দিয়ে মুখ্যমন্ত্ৰীয়ে।

নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰীয়ে কয় যে, বিগত ৫ বছৰত অসমীয়া মানুহ বহু সাহসী হৈ গ’ল। অসমীয়াৰ সন্মুখত থিয় হোৱাৰ সাহস হোৱা নাই মিঞাৰ। ৰাস্তাত আহি কিবা ক’লেই জে’ল যাব লাগিব মিঞাসকল।

আকৌ আজিৰ বৰপেটাৰ নিৰ্বাচনী প্ৰচাৰসভাত কংগ্ৰেছকো সকীয়নি দিয়ে মুখ্যমন্ত্ৰীয়ে। এই জীৱনত নহয়, অহা জনমতো বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰিব নোৱাৰিব গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ বৰ অসমত চাওল্যু চুকাফা নাই, শংকৰদেৱ নাই, কেৱল বাংলাদেশী মিঞাহে আছে, কংগ্ৰেছৰ মানুহবিলাকক পাকিস্তান-বাংলাদেশলৈ পঠিয়াই দিব লাগিছে। তেওঁ কয় যে, বাংলাদেশী আনি অসমখনক ধ্বংস কৰিছে কংগ্ৰেছে। এতিয়াৰে পৰা অসমত কংগ্ৰেছৰ দাদাগিৰি নচলিব। কংগ্ৰেছৰ মানুহ বিলাকক ধৰি ধৰি পাকিস্তান-বাংলাদেশ পঠিয়াই দিব লাগে।

Tags: Assam electionAssembly ElectionCM

Related Posts

‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ
Top News

ড’নাল্ড ট্ৰাম্পক পিছ পেলাই ৰৈ পুনৰ বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী…

March 26, 2026
ভয়ংকৰ পথ দুৰ্ঘটনা! যাত্ৰীবাহী বাছ-ট্ৰাকৰ সংঘৰ্ষ, ১৪ জনকৈ লোকৰ প্ৰাণহানি

ভাৰতৰ বাবে মুকলি ‘হৰমুজৰ দুৱাৰ’! ইৰাণে দেখুৱালে নিজৰ বন্ধুত্ব, এতিয়াৰে পৰা তেল-গেছৰ প্ৰচুৰ আমদানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 26, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 26, 2026
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 26, 2026

শীৰ্ষ সংবাদ

ড’নাল্ড ট্ৰাম্পক পিছ পেলাই ৰৈ পুনৰ বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী…

নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

ভয়ংকৰ পথ দুৰ্ঘটনা! যাত্ৰীবাহী বাছ-ট্ৰাকৰ সংঘৰ্ষ, ১৪ জনকৈ লোকৰ প্ৰাণহানি

ভাৰতৰ বাবে মুকলি ‘হৰমুজৰ দুৱাৰ’! ইৰাণে দেখুৱালে নিজৰ বন্ধুত্ব, এতিয়াৰে পৰা তেল-গেছৰ প্ৰচুৰ আমদানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025