• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাজপথলৈ ওলাই আহিল ছবি নিৰ্মাতা; ‘সুন্দৰপুৰ কেঅছ’ৰ অভিনৱ প্ৰচেষ্টা

Nation NE by Nation NE
October 10, 2024
in Top News, অসম
0 0
ৰাজপথলৈ ওলাই আহিল ছবি নিৰ্মাতা; ‘সুন্দৰপুৰ কেঅছ’ৰ অভিনৱ প্ৰচেষ্টা
Share on FacebookShare on TwitterWhatsApp

অসমৰ এক জলন্ত সমস্যা বিদেশী সমস্যা। এই বিদেশীৰ যাতনা ভোগা এটা ডেকা ল’ৰাৰ কাহিনীৰে অহা ২৫ অক্টোবৰ তাৰিখে অসমৰ ছবিগৃহ সমূহত মুক্তি পাব অসমীয়া চিনেমা ‘সুন্দৰপুৰ কেঅছ’।

আজি পাঞ্জবাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ সন্মুখত চিনেমাখনৰ কিছু শিল্পী, কলা-কুশলী লৈ পৰিচালক ঝুলন কৃষ্ণ মহন্তই অসমৰ মাটি আৰু সত্ৰ বেদখলৰ বিৰুদ্ধে মাত মাতি এটি সমদল উলিয়ায়।

পৰিচালক মহন্তই অসমৰ সংবাদ মাধ্যম তথা মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে সকলো ৰাজনৈতিক দল-সংগঠনক এই বিশেষ বিষয়টোৰ ওপৰত নিৰ্মিত চিনেমাখন চাবলৈ আহ্বান জনায়।

“কাঁ‌টা তাঁ‌ৰ আৰু ইয়াৰ বিপক্ষে মাত মাতিবলৈ সময়ে সময়ে বহু ডেকাই তেজ দিলে। সেই তেজক সাক্ষী কৰি বহু মানুহ নেতা হ’ল আৰু বহু নেতা হেৰাইয়ো গ’ল। কিন্তু সমস্যা এতিয়াও থাকি গ’ল। এতিয়া আমাৰ মাত-কথা, খেতিৰ মাতি আনে কাঢ়িলে বুলি আমি কান্দোঁ। কিন্তু আমাৰ ডেকাই মনে মনে বহি থাকে বুলি মাজে মাজে বদনাম ওলায়, কিন্তু আমাৰ মানুহ মনে মনে আছেনে ?”, এইদৰে কয় পৰিচালকগৰাকীয়ে।

উল্লেখ্য যে, এই ছবিখনত গীতিকাৰ মঞ্জুলা হাজৰিকাই লিখা এটি গীতত বলিউদৰ জনপ্ৰিয় গায়ক ছানে কণ্ঠদান কৰিছে। লগতে অসমৰ পাপন আৰু গায়ত্ৰী হাজৰিকাই কণ্ঠ দিয়া এই ছবিখনত অভিনয় কৰিছে অৰুন নাথ, ৰাজীৱ গোস্বামী, জ্বলি লস্কৰ, গাৰ্গী দত্ত, বনী দেউৰী প্ৰমুখ্যে বহু অভিনেতা-অভিনেত্ৰীয়ে।

মুখ্য ভুমিকাত আছে লক্ষীমপুৰৰ নাৰায়ণপুৰৰ অভিনেতা তথা দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক পাৰ্থ প্ৰতিম হাজৰিকাই। ছবি খনৰ কাহিনী চিত্ৰনাট্য আৰু সম্পাদনা ঝুলন কৃষ্ণ মহন্তৰ। চিনেমাখনৰ প্ৰযোজনা আৰ চি প্ৰডাকচনৰ।

Tags: Assamese filmSundarpur Chaos

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025