• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বেটাৰেই মূল জগৰীয়া; ছিডনীত ভাৰতক পৰাস্ত কৰি ১০ বছৰৰ মূৰত অষ্ট্ৰেলিয়াৰ হাতত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী

Nation NE by Nation NE
January 5, 2025
in Top News, ক্ৰীড়া
0 0
বেটাৰেই মূল জগৰীয়া; ছিডনীত ভাৰতক পৰাস্ত কৰি ১০ বছৰৰ মূৰত অষ্ট্ৰেলিয়াৰ হাতত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী
Share on FacebookShare on TwitterWhatsApp

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা ব’ৰ্ডা-গাভাস্কাৰ ট্ৰফীৰ পঞ্চম তথা অন্তিমখন টেষ্টতো শোচনীয় পৰাজয়ৰ সন্মুখীন হয় ভাৰত। ছিডনীত অনুষ্ঠিত হোৱা মেচখনত অষ্ট্ৰেলিয়া দলে ভাৰতক ৬ উইকেটত পৰাস্ত কৰে।

এই জয়ৰ লগে লগে ঘৰুৱা দল অষ্ট্ৰেলিয়াই ৩-১ ব্যৱধানত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী দখল কৰে। ১০ বছৰৰ মূৰত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী জয় কৰি ২০২৫ টেষ্ট বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত স্থান নিশ্চিত কৰে।

এই শৃংখলাটোত ভাৰতৰ শোচনীয় পৰাজয় তথা ছিডনী টেষ্টৰ পৰাজয়ৰ তিনিটা মুখ্য কাৰণ জানো আহক-

বেটিং বিপৰ্যয়

কেৱল ছিডনী টেষ্টেই নহয় ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ আটাইকেইখন মেচতেই ভাৰতীয় বেটাৰে শোচনীয় প্ৰদৰ্শন আগবঢ়ায়। ভাৰতে ছিডনী টেষ্টৰ দুয়োটা ইনিংছতেই ২০০ ৰানো অতিক্ৰম কৰিব নোৱাৰিলে। প্ৰথম ইনিংছত ১৮৫ ৰানত অলআউট হোৱাৰ বিপৰীতে দ্বিতীয় ইনিংছত কেৱল মাত্ৰ ১৫৭ ৰানতে নিজৰ ইনিংছ সামৰে। দ্বিতীয় ইনিংছত পুনৰ বেটিং ব্যৰ্থতাৰ বাবেই ভাৰতে অষ্ট্ৰেলিয়াক বান্ধি দিয়ে মাত্ৰ ১৬২ ৰানৰ লক্ষ্য। অষ্ট্ৰেলিয়াই মাত্ৰ চাৰিটা উইকেট হেৰুৱাইয়ে এই সহজ বিজয় লক্ষ্যত উপনীত হয়।

জশপ্ৰীত বুমৰাহৰ আঘাত

ছিডনী টেষ্টত ৰোহিত শৰ্মাক দলৰ পৰা বাহিৰ কৰি দলৰ নেতৃত্ব প্ৰদান কৰিছিল তাৰকা বেগী বলাৰ জশপ্ৰীত বুমৰাহক। প্ৰথম ইনিংছত দুৰ্দান্ত বলিং কৰা বুমৰাহ খেলৰ মাজতে আঘাতপ্ৰাপ্ত হয়। অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ সময়ত বেক স্পাজমৰ বাবে বুমৰাহ খেলপথাৰৰ পৰা ওলাই যাবলৈ বাধ্য হয়। প্ৰথম ইনিংছত তেওঁ মাত্ৰ ১০ অভাৰহে বলিং কৰে। ইয়াৰ পিছত বুমৰাহ বলিঙৰ বাবে খেলপথাৰলৈ উভতি আহিব নোৱাৰিলে। ৰান চেজৰ বাবে অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছৰ সময়ত ভাৰতে বুমৰাহৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিছিল।

দল বাছনিত ভুল

ছিডনী টেষ্টত ভাৰতে মূল একাদশ বাছনি কৰাত মাৰাত্মক ভুল কৰা দেখা যায়। মেচখনত অষ্ট্ৰেলিয়াই এজন স্পিনাৰৰ সৈতে খেলপথাৰত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ভাৰতে মূল একাদশত স্থান দিছিল দুজন স্পিনাৰক। পিটচৰ হিচাপত মেচখনত চাৰিজন বেগী বলাৰৰ প্ৰয়োজন আছিল যদিও ভাৰতে মাত্ৰ তিনিজন বেগী বলাৰৰ সৈতে অৱতীৰ্ণ হয়। ভাৰতে স্পিনাৰ অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ আৰু ৰবীন্দ্ৰ জাদেজাক ছিডনী টেষ্টত সুযোগ প্ৰদান কৰিছিল। দুয়োজনে বল আৰু বেটেৰে প্ৰদৰ্শন কৰাত অসফল হয়। যদিহে ভাৰতে চাৰিজন বেগী বলাৰৰ সৈতে মেচখনত অৱতীৰ্ণ হ’ল হয় তেন্তে বুমৰাহৰ ওপৰত অধিক চাপ নপৰিলেহেতেন আৰু তেওঁ আঘাতৰ পৰা ৰক্ষা পোৱাৰ সম্ভাৱনা আছিল।

Tags: AustraliaBorder-Gavaskar TrophyIndiaIndia vs Australia

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025