• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, February 13, 2026
22 °c
Guwahati
22 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’

Nation NE by Nation NE
February 13, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ সংসদীয় নিৰ্বাচনত বাংলাদেশী জাতীয়তাবাদী পাৰ্টিৰ নেতা তাৰিক ৰহমানক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনায়। তেওঁৰ বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই বিজয়ে প্ৰমাণ কৰে বৰ্তমান তাৰিক ৰহমানৰ নেতৃত্বৰ প্ৰতি বাংলাদেশৰ জনসাধাৰণৰ আস্থা প্ৰদৰ্শন কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে, ভাৰতে সদায় গণতান্ত্ৰিক, প্ৰগতিশীল আৰু সৰ্বাংগীন বাংলাদেশৰ সমৰ্থনত থিয় দিব। তেওঁ লগতে কয় যে ভাৰত-বাংলাদেশৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ লগতে দুয়োখন দেশৰ ভাগ-বতৰা উন্নয়নৰ লক্ষ্য আগুৱাই নিয়াৰ বাবে তাৰিক ৰহমানৰ সৈতে কাম কৰিবলৈ তেওঁ আগ্ৰহী।

ত্ৰয়োদশ সংসদীয় নিৰ্বাচনত বিজয়ৰ দাবী বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ নেতা তাৰিক ৰহমানৰ। প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানে মাতৃৰ মৃত্যুৰ কিছু সময়ৰ পিছতে ৯ জানুৱাৰীত আনুষ্ঠানিকভাৱে দলৰ নেতৃত্ব গ্ৰহণ কৰে।

বাংলাদেশত ২০২৪ চনৰ বৃহৎ আন্দোলনৰ পিছতে ১২ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত হয়। দেশৰ ৰাজনৈতিক পৰিৱেশৰ বাবে ইয়াক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। এই নিৰ্বাচনসমূহ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ তত্বাৱধানত অনুষ্ঠিত হৈছিল। এইবাৰ মানুহে দুটা ধৰণে ভোটদান কৰে: এটা নতুন সংসদ নিৰ্বাচন কৰিবলৈ আৰু আনটো সাংবিধানিক পৰিৱৰ্তনৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিবলৈ, যিটো জুলাই চনদ বুলি জনা যায়।

তাৰিকে ৰহমানে দুখন আসনত প্ৰতিদ্বন্দ্বিতা কৰি দুয়োখন আসনত জয়লাভ কৰে, ঢাকা আৰু বগুৰাত। ইফালে আৱামি লীগক অংশগ্ৰহণ কৰিবলৈ দিয়া নহয়। বৰ্তমান দেশৰ বাহিৰত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই এই নিৰ্বাচনক কেৱল ছলনা বুলি অভিহিত কৰিছে।

Related Posts

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

টি-২০ বিশ্বকাপত ভাৰতৰ ৫ বৃহৎ জয়, কেতিয়া আৰু কিমান ৰানত পৰাস্ত হ’ল টীম ইণ্ডিয়া?

February 13, 2026
ভাৰতৰ বিৰুদ্ধে হিংসাজনিত মন্তব্য কৰা বাংলাদেশী নেতাৰ পৰাজয়, নিজ আসন অক্ষুণ্ণ ৰখাত অসমৰ্থ…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 13, 2026
ভাৰত-পাকিস্তানৰ খেলক লৈ ICCৰ ডাঙৰ সিদ্ধান্ত, একেখন বৈঠকত ICC, BCB, আৰু PCBৰ সকলো সদস্য, জানক সবিশেষ…

February 12, 2026

শীৰ্ষ সংবাদ

টি-২০ বিশ্বকাপত ভাৰতৰ ৫ বৃহৎ জয়, কেতিয়া আৰু কিমান ৰানত পৰাস্ত হ’ল টীম ইণ্ডিয়া?

ভাৰতৰ বিৰুদ্ধে হিংসাজনিত মন্তব্য কৰা বাংলাদেশী নেতাৰ পৰাজয়, নিজ আসন অক্ষুণ্ণ ৰখাত অসমৰ্থ…

বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025