• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 12, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ক্ৰমে নিয়ন্ত্ৰণহীন পৰিস্থিতি, কি হৈছে প্ৰভু চিন্ময়কৃষ্ণ দাসৰ অধিবক্তাৰ সৈতে

Nation NE by Nation NE
December 3, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
জে’লত বন্দী চিন্ময় কৃষ্ণক খাদ্য দিবলৈ গৈ বাংলাদেশত গ্ৰেপ্তাৰ আৰু দুজন সন্যাসী!

জেইলত বন্দী চিন্ময় কৃষ্ণ দাসৰ ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

বৰ্তমান বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে এক হিংসাত্মক ঘটনা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ ইস্কনৰ সাধু চিন্ময় কৃষ্ণ দাসক দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছৰে পৰা দেশত তেওঁৰ মুক্তিৰ দাবী উত্থাপন কৰা হৈছে।

ইফালে, এতিয়া কলকাতা ইস্কনৰ মুখপাত্ৰ ৰাধাৰাম দাসে সোমবাৰে দাবী কৰে যে, প্ৰভু চিন্ময় দাসৰ গোচৰত যুঁজ দিয়া অধিবক্তা ৰমন ৰায়ক বাংলাদেশত বেয়াকৈ আক্ৰমণ কৰা হৈছিল আৰু বৰ্তমান তেওঁ চিকিৎসালয়ত ভৰ্তি হৈ আছে।

ৰাধৰাম দাসৰ মতে, ৰমন ৰায়ৰ এটা ভুলৰ বাবেই তেওঁক আক্ৰমণ কৰা হৈছিল আৰু সেয়া হ’ল তেওঁ প্ৰভু চিন্ময়ৰ গোচৰত যুঁজি আছে। ইছলাম ধৰ্মৰ মৌলবাদীয়ে অধিবক্তাজনৰ ঘৰ ভাঙি ভাঙি পেলোৱাৰ কথাও ৰাধাৰাম দাসে কয়।

কলকাতাৰ ইস্কন মুখপাত্ৰই কয় যে, এই আক্ৰমণত অধিবক্তা ৰয় বৰ বেয়াকৈ আহত হৈছে আৰু বৰ্তমান তেওঁ আই চি ইউত ভৰ্তি হৈ আছে আৰু হাস্পতালত জীৱন-মৃত্যুৰ বাবে যুঁজি আছে।

ৰাধৰাম দাসে ৰমন ৰায়ৰ ছবিখন শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত পোষ্ট কৰি কয় যে, অধিবক্তা ৰমন ৰায়ৰ বাবে প্ৰাৰ্থনা কৰা উচিত। তেওঁৰ একমাত্ৰ দোষ যে, তেওঁ চিন্ময় প্ৰভুৰ গোচৰৰ বিৰুদ্ধে যুঁজি আছে। ইছলামিক মৌলবাদীয়ে তেওঁৰ ঘৰ ভাঙি ইমান বেয়াকৈ আক্ৰমণ কৰা হৈছে যে, বৰ্তমান তেওঁ আই চি ইউত আছে।

এটা বাংলা চেনেলৰ সৈতে হোৱা কথা-বতৰাত ৰাধাৰাম দাসে কয় যে, অধিবক্তা ৰায়ৰ ওপৰত এই আক্ৰমণ চিন্ময় কৃষ্ণ প্ৰভুৰ আইনী প্ৰতিৰক্ষাৰ ফল। ইয়াৰ ফলত বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুৰ অধিকাৰ ৰক্ষা কৰাসকলৰ বাবে ক্ৰমাৎ ভাবুকিৰ সৃষ্টি হৈছে।

বাংলাদেশ সমিতি সনাতনী জাগৰণ জোটৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰভু চিন্ময় কৃষ্ণক সোমবাৰে ঢাকাৰ হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত চট্টোগ্ৰামলৈ গৈ ৰেলীত অংশগ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয়। লগতে তেওঁক আদালতে জামিনত অস্বীকাৰ কৰি মঙলবাৰে জেললৈ প্ৰেৰণ কৰে।

Tags: advocateBangladeshMinority

Related Posts

দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 12, 2025
অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক
Top News

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

December 12, 2025
জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!
Top News

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

December 12, 2025
চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?
Top News

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

December 12, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…

শীৰ্ষ সংবাদ

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025