• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 29, 2025
29 °c
Guwahati
29 ° Thu
29 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অৱশেষত আৰক্ষীৰ জালত অভিনেত্ৰী নন্দিনী কাশ্যপ

    অনা অসমীয়াৰ অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে হোটেলৰ কৰ্মচাৰী

    আজি উৰিয়ামঘাটৰ শ শ বিঘা মাটিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    বিশ্বনাথত এগৰাকী কিশোৰীৰ সৈতে অপকৰ্ম এজন লম্পটৰ

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    ১জন ২জন নহয় ৪জনকৈ পৰপুৰুষৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ এইগৰাকী মহিলাৰ বিৰুদ্ধে স্বামীৰ

    দেওবাৰৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    নিৰাপত্তাৰক্ষীৰ সফলতা; মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ভাৰত-বাংলাদেশৰ মুখামুখি বৈঠক, কূটনৈতিক বৈঠকত দিল্লী আৰু ঢাকা

      Nation NE by Nation NE
      December 9, 2024
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ভাৰত-বাংলাদেশৰ মুখামুখি বৈঠক, কূটনৈতিক বৈঠকত দিল্লী আৰু ঢাকা
      Share on FacebookShare on TwitterWhatsApp

      ৫ আগষ্টত নিজ দেশত পতন হয় শ্বেখ হাছিনাৰ। দেশ ত্যাগ কৰি আশ্ৰয় লয় ভাৰতত।

      ইয়াৰ পিছতেই প্ৰথমখন কূটনৈতিক বৈঠকত মিলিত হ’ব দিল্লী আৰু ঢাকা। সোমবাৰে বাংলাদেশলৈ যাব ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী। তেওঁ ঢাকাত বাংলাদেশৰ বৈদেশিক সচিব মহম্মদ জাছিম উদ্দিনৰ সৈতে সাক্ষাৎ কৰিব।

      গণবিপ্লৱৰ পৰিপ্ৰেক্ষিতত পাত্ৰ সলনি হোৱাৰ পিছত বাংলাদেশৰ বিভিন্ন অঞ্চলত সংখ্যালঘু লোকৰ ওপৰত অত্যাচাৰৰ অভিযোগে পৰিস্থিতিত এক নতুন মাত্ৰা সংযোজন কৰে। এনে পৰিস্থিতিত দ্বিপাক্ষিক সম্পৰ্কৰ ‘নতুন’ যাত্ৰাত বহু বিষয় আলোচনাত অন্তৰ্ভূক্ত হ’ব পাৰে।

      এই বৈঠক হৈছে ভাৰত-বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় (বৈদেশিক কাৰ্যালয়ৰ পৰামৰ্শ সংক্ষিপ্তকৰণ FOC)ৰ বৈঠক। সাধাৰণতে এই বৈঠকসমূহে বিভিন্ন দ্বিপাক্ষিক প্ৰকল্পৰ পৰ্যালোচনা কৰে।

      কিন্তু শেহতীয়াকৈ দুয়োখন দেশৰ পৰিস্থিতিয়ে এই বৈঠকৰ গুৰুত্ব বৃদ্ধি কৰিছে। হাছিনাৰ চৰকাৰৰ পতনৰ পিছত বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত অত্যাচাৰৰ কেইবাটাও অভিযোগ উত্থাপন হৈছে।

      দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ইস্কনৰ চিন্ময়কৃষ্ণ দাস। বৰ্তমান তেওঁ জেলতেই আছে। সেই দেশৰ সংখ্যালঘু লোকৰ সুৰক্ষা আৰু চিন্ময়কৃষ্ণৰ আইনী অধিকাৰৰ বিষয়টো ভাৰতে বাৰে বাৰে উত্থাপন কৰি আহিছে।

      অৱশ্যে বাংলাদেশে দাবী কৰিছে যে, দেশৰ সংখ্যালঘুসকল সুৰক্ষিত। ইয়াৰ বাহিৰেও ভাৰতত হাছিনাৰ অস্থায়ী আশ্ৰয় লৈ অসন্তুষ্টিৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত তত্বাৱধায়ক চৰকাৰৰ কেইবাজনো উপদেষ্টাই মন্তব্য কৰিছে। দেওবাৰে ঢাকাত থকা ভাৰতীয় দূতাবাসত বিএনপিয়ে দাখিল কৰা স্মাৰক পত্ৰতো হাছিনাই ভাৰতত আশ্ৰয় লোৱাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে।

      শেহতীয়াকৈ একাংশ লোকে নিৰাপত্তাৰক্ষীৰ বেৰ পাৰ হৈ আগৰতলাত থকা বাংলাদেশৰ দূতাবাসত প্ৰৱেশ কৰে।নতুনকৈ উত্তপ্ত হৈ পৰে পৰিস্থিতি। দুই এজনক গ্ৰেপ্তাৰো কৰা হয়।

      এই ঘটনাৰ প্ৰতিবাদত ঢাকা বিশ্ববিদ্যালয়ত ভাৰত বিৰোধী শ্লোগান উত্থাপন কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অনুভৱ কৰিছে যে, শেহতীয়া পৰিস্থিতিৰ প্ৰভাৱে ভাৰত-বাংলাদেশৰ বাণিজ্যতো প্ৰভাৱ পেলাইছে।

      মহম্মদ ইউনুছৰ বিদেশ উপদেষ্টাগৰাকীৰ মতে হাছিনাৰ চৰকাৰৰ পতনৰ পিছৰে পৰা ভাৰত-বাংলাদেশৰ সম্পৰ্কত গুণগত পৰিৱৰ্তন হৈছে। এই পৰিৱৰ্তনক মানি লৈ নতুন সম্পৰ্ক গঢ়ি তোলাটো তেওঁলোকে বিচাৰে। দুয়োখন দেশৰ বাণিজ্যিক সম্পৰ্কৰ উপৰিও যোগাযোগ ব্যৱস্থাৰ বিষয়েও আলোচনা কৰিব পাৰি।

      Tags: BangaldeshIndiaWar

      Related Posts

      অৱশেষত আৰক্ষীৰ জালত অভিনেত্ৰী নন্দিনী কাশ্যপ
      Top News

      July 29, 2025
      কলকাতা নাইট ৰাইডাৰ্ছৰ মুখ্য প্ৰশিক্ষকক পদৰ পৰা অপসাৰণ

      ৯ মে’ৰ নিশা পাকিস্তানে কি পৰিকল্পনা কৰিছিল? সদনত বিৱৰি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

      শিৰোনাম দখল কৰিব পাৰে কিন্তু হৃদয়ত স্থান দখল কৰিব নোৱাৰে : কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

      ইউক্ৰেইনৰ কাৰাগাৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ; ১৭ জন কয়দীৰ মৃত্যু

      কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে
      ৰাষ্ট্ৰীয়

      ইউৰিক এচিডৰ সমস্যাত ভুগিলে এনেধৰণৰ খাদ্য পৰিহাৰ কৰিব লাগে…

      July 29, 2025

      শীৰ্ষ সংবাদ

      অৱশেষত আৰক্ষীৰ জালত অভিনেত্ৰী নন্দিনী কাশ্যপ

      কলকাতা নাইট ৰাইডাৰ্ছৰ মুখ্য প্ৰশিক্ষকক পদৰ পৰা অপসাৰণ

      ৯ মে’ৰ নিশা পাকিস্তানে কি পৰিকল্পনা কৰিছিল? সদনত বিৱৰি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

      শিৰোনাম দখল কৰিব পাৰে কিন্তু হৃদয়ত স্থান দখল কৰিব নোৱাৰে : কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

      ইউক্ৰেইনৰ কাৰাগাৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ; ১৭ জন কয়দীৰ মৃত্যু

      ইউৰিক এচিডৰ সমস্যাত ভুগিলে এনেধৰণৰ খাদ্য পৰিহাৰ কৰিব লাগে…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist