• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, February 13, 2026
22 °c
Guwahati
22 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইস্কনৰ পুৰোহিতলৈ ডাঙৰ আঘাত, জামিন আবেদন নাকচ আদালতৰ

Nation NE by Nation NE
December 12, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
জে’লত বন্দী চিন্ময় কৃষ্ণক খাদ্য দিবলৈ গৈ বাংলাদেশত গ্ৰেপ্তাৰ আৰু দুজন সন্যাসী!

জেইলত বন্দী চিন্ময় কৃষ্ণ দাসৰ ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

বাংলাদেশত শ্বেখ হাছিনাই ক্ষমতা ত্যাগ কৰাৰ পিছত বাংলাদেশত হিন্দুসকলৰ বিৰুদ্ধে বৃদ্ধি হৈ গৈ আছে। সংখ্যালঘুৰ বিৰুদ্ধে বৃহৎ পৰিসৰত লুণ্ঠন আৰু আক্ৰমণ সংঘটিত হৈছে। ব্যৱসায়িক প্ৰতিষ্ঠান তথা হিন্দুৰ ঘৰবোৰকো লক্ষ্য কৰি লোৱা হৈছে।

ইফালে এনেধৰণৰ পৰিস্থিতিৰ মাজতে বাংলাদেশত বৃহৎ জোকাৰণিৰ সন্মুখীন হৈছে ইস্কনৰ পুৰোহিত চিন্ময়কৃষ্ণ দাস। বাংলাদেশৰ এখন আদালতে তেওঁৰ জামিন আবেদন নাকচ কৰিছে।

অহা ২ জানুৱাৰীত এই গোচৰৰ শুনানি গ্ৰহণ কৰিব বুলি আদালতে জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে ২৬ নৱেম্বৰত তেওঁৰ জামিন আবেদন নাকচ কৰিছিল আদালতে। চিন্ময়কৃষ্ণ দাসক ২৫ নৱেম্বৰত দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।

চিন্ময়কৃষ্ণ দাসৰ আবেদন নাকচ কৰা হৈছে কাৰণ তেওঁৰ হাতত কোনো অধিবক্তাৰ ফালৰ পৰা আইনী পত্ৰ নাছিল। ইয়াৰ পিছতে বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা মানৱ অধিকাৰ কৰ্মী ৰবীন্দ্ৰ ঘোষে চিটাগংলৈ গৈ চিন্ময়কৃষ্ণ দাসৰ বাবে আদালতত আবেদন দাখিল কৰে।

ঘোষে যেতিয়া আদালতত আগতীয়া শুনানিৰ বাবে অনুৰোধ জনায় তেতিয়া আন অধিবক্তাই ইয়াৰ বিৰোধিতা কৰি কয় যে, ঘোষৰ হাতত চিন্ময়কৃষ্ণ দাসক প্ৰতিনিধিত্ব কৰিবলৈ কোনো আইনী পত্ৰ (Letter of Attorney) নাই। ইয়াৰ পিছত আদালতে দাসৰ আবেদন নাকচ কৰে।

আচলতে এই গোচৰৰ শুনানি ৩ ডিচেম্বৰত হ’ব লাগিছিল যদিও বিচাৰ বিভাগৰ পৰামৰ্শ মতে, চিন্ময়কৃষ্ণ দাসৰ হৈ কোনো অধিবক্তা হাজিৰ নোহোৱাৰ বাবে আদালতে তাৰিখটো ২০২৫ চনৰ ২ জানুৱাৰীলৈ পিছুৱাই দিয়ে।

Tags: BangladeshIskonWar

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

February 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 13, 2026
ভাৰত-পাকিস্তানৰ খেলক লৈ ICCৰ ডাঙৰ সিদ্ধান্ত, একেখন বৈঠকত ICC, BCB, আৰু PCBৰ সকলো সদস্য, জানক সবিশেষ…

February 12, 2026
তাৰিক ৰহমান হ’ব নেকি বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী? বাংলাদেশৰ জনতাই বিচাৰে কি?
Top News

তাৰিক ৰহমান হ’ব নেকি বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী? বাংলাদেশৰ জনতাই বিচাৰে কি?

February 12, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 12, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…

ভাৰত-পাকিস্তানৰ খেলক লৈ ICCৰ ডাঙৰ সিদ্ধান্ত, একেখন বৈঠকত ICC, BCB, আৰু PCBৰ সকলো সদস্য, জানক সবিশেষ…

তাৰিক ৰহমান হ’ব নেকি বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী? বাংলাদেশৰ জনতাই বিচাৰে কি?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025