• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, February 13, 2026
22 °c
Guwahati
22 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিষয়: বাংলাদেশ, সাধু চিন্ময় দাসৰ আজি জামিনৰ শুনানি

Nation NE by Nation NE
January 2, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
জে’লত বন্দী চিন্ময় কৃষ্ণক খাদ্য দিবলৈ গৈ বাংলাদেশত গ্ৰেপ্তাৰ আৰু দুজন সন্যাসী!

জেইলত বন্দী চিন্ময় কৃষ্ণ দাসৰ ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ কাৰাগাৰত বন্দী হিন্দু সাধু চিন্ময় কৃষ্ণ দাসৰ আজি  অৰ্থাৎ ২ জানুৱাৰী জামিনৰ শুনানি হ’ব। তেওঁৰ জামিনৰ শুনানি চট্টগ্ৰাম মহানগৰ অধিবেশন ন্যায়াধীশৰ আদালতত হ’ব যদিও চিন্ময় কৃষ্ণ দাসৰ অধিবক্তা ৰবীন্দ্ৰ ঘোষ কলকাতাৰ বৰ্তমানেও এছ এছ কে এম হাস্পতালত ভৰ্তি হৈ আছে।

হাস্পতালত ভৰ্তি হৈ থকা কাৰণেই তেওঁৰ উপস্থিতিৰ সম্ভাৱনা অতি কম। ইফালে, ইণ্টাৰনেশ্যনেল ছ’চাইটি ফৰ কৃষ্ণ চেতনা চমুকৈ ইস্ককন’ৰ কলকাতাৰ মুখপাত্ৰ ৰাধাৰমণ দাসে ন্যায়ৰ আশা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, যোৱা ২৭ নৱেম্বৰত ঢাকা আৰক্ষীয়ে ঢাকাৰ পৰা চট্টগংলৈ যোৱাৰ সময়ত শ্বাহজলাল বিমানবন্দৰৰ পৰা চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰিছিল। পিছদিনা চট্টগ্ৰাম আদালতত তেওঁৰ গোচৰৰ শুনানি সন্দৰ্ভত আদালত চৌহদত হুলস্থুলৰ সৃষ্টি হয়।

ইয়াৰ পূৰ্বে বাংলাদেশৰ কাৰাগাৰত বন্দী চিন্ময় কৃষ্ণ দাসৰ অধিবক্তা ৰবীন্দ্ৰ ঘোষক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। হাৰ্ট এটেকৰ বাবে কলকাতাৰ এছ এছ কে এম হাস্পতালত চিকিৎসাধীন হৈ আছে।

মঙলবাৰে সন্ধিয়া বুকুৰ বিষৰ বাবে অধিবক্তা চিন্ময় কৃষ্ণ দাসক হৃদৰোগ বিভাগত ভৰ্তি কৰোৱা হয়। শাৰীৰিক অসুস্থতাৰ বাবে ২ জানুৱাৰীত দেশদ্ৰোহৰ গোচৰত কাৰাবন্দী হৈ থকা চিন্ময় কৃষ্ণৰ শুনানিত  চট্টগ্ৰাম আদালতত তেওঁ উপস্থিত থাকিব নোৱাৰিব।

নৱবৰ্ষৰ প্ৰথম দিনটোটেই ৰবীন্দ্ৰ ঘোষৰ শাৰীৰিক অৱস্থাৰ যথেষ্ট অৱনতি ঘটে। লগে লগে তেওঁক এছ এছ কে এম হাস্পতালত ভৰ্তি কৰোৱা হয়। জনা যায় যে, বৰ্তমান অধিবক্তাজনৰ শাৰীৰিক অৱস্থা কিছু সুস্থিৰ।

কিছু সপ্তাহ পূৰ্বে চিকিৎসাজনিত কাৰণত ভাৰতলৈ আহিছিল চিন্ময় কৃষ্ণ দাসৰ ২৮ বছৰীয়া অধিবক্তা ৰবীন্দ্ৰ ঘোষ। জ্যেষ্ঠ অধিবক্তাজনে ভাৰতলৈ আহি অভিযোগ কৰিলে যে চট্টগ্ৰাম আদালতত উপস্থিত থকা একাংশ অধিবক্তাৰ আচৰণ সন্ত্ৰাসবাদীৰ দৰেই! যাৰ বাবে তেওঁ আঘাতপ্ৰাপ্ত হ’বলগীয়া হয়। সেয়ে চিকিৎসাৰ বাবে কলকাতালৈ আহে।

আনহাতে, মুখপাত্ৰ ৰাধাৰমণ দাসে কয় যে, ইস্কন সন্ন্যাসীসকলে বাংলাদেশৰ হিন্দু আৰু অন্যান্য ধৰ্মীয় সংখ্যালঘুসকলৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰে। লগতে তেওঁ চিন্ময় কৃষ্ণ দাসে ন্যায় লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।

Tags: BangladeshHinfuIskon

Related Posts

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

টি-২০ বিশ্বকাপত ভাৰতৰ ৫ বৃহৎ জয়, কেতিয়া আৰু কিমান ৰানত পৰাস্ত হ’ল টীম ইণ্ডিয়া?

February 13, 2026
ভাৰতৰ বিৰুদ্ধে হিংসাজনিত মন্তব্য কৰা বাংলাদেশী নেতাৰ পৰাজয়, নিজ আসন অক্ষুণ্ণ ৰখাত অসমৰ্থ…

বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 13, 2026

শীৰ্ষ সংবাদ

টি-২০ বিশ্বকাপত ভাৰতৰ ৫ বৃহৎ জয়, কেতিয়া আৰু কিমান ৰানত পৰাস্ত হ’ল টীম ইণ্ডিয়া?

ভাৰতৰ বিৰুদ্ধে হিংসাজনিত মন্তব্য কৰা বাংলাদেশী নেতাৰ পৰাজয়, নিজ আসন অক্ষুণ্ণ ৰখাত অসমৰ্থ…

বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025