• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সীমান্ত সন্দৰ্ভত ভাৰতক অহংকাৰ প্ৰদৰ্শন কৰা বাংলাদেশৰ কোনখন দেশৰ সৈতে ব্যৱসায়িক চুক্তি?

Nation NE by Nation NE
January 14, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশঃ হিন্দুৰ ওপৰত হোৱা কাণ্ড স্বীকাৰ কৰিলে ইউনুছ চৰকাৰে, ইস্কন সন্দৰ্ভত ডাঙৰ বিবৃতি
Share on FacebookShare on TwitterWhatsApp

দিনক দিনে ভাৰতৰ লগত বাংলাদেশৰ উত্তেজনা বৃদ্ধি হৈ আছে। সীমা বিবাদ উত্থাপন কৰি, কেতিয়াবা শ্বেখ হাছিনাক ঘূৰাই অনাৰ দাবীৰে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতক পছন্দ নকৰে বুলি স্পষ্ট বাৰ্তা দিয়ে। আনহাতে, এই একেখন চৰকাৰে পাকিস্তানৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰাত ব্যস্ত হৈ পৰিছে। এতিয়া দুয়োখন দেশে আন এক ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰিছে, য’ৰ পৰা পাকিস্তানে বিপুল সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে।

বাংলাদেশ আৰু পাকিস্তানৰ এক ব্যৱসায়িক সংস্থাই দুয়োখন দেশৰ মাজত বাণিজ্য শক্তিশালী কৰাৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। ইয়াৰ অধীনত দুয়োখন দেশৰ মাজত বাণিজ্যৰ বাবে এক যুটীয়া ব্যৱসায়িক পৰিষদো গঠন কৰা হৈছে।

এক বিবৃতিত ঢাকাত পাকিস্তানৰ উচ্চায়ুক্ত চৈয়দ আহমদ মাৰুফে কয় যে, জায়েণ্ট বিজনেছ কাউন্সিলে বাণিজ্য আৰু বিনিয়োগ সম্পৰ্কীয় তথ্য বিনিময় আৰু ব্যৱসায়িক প্ৰতিনিধি দল গঠনৰ বাবে এক মঞ্চ হিচাপে কাম কৰিব।

এই চুক্তি স্বাক্ষৰ কৰে ফেডাৰেচন অৱ বাংলাদেশ চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ প্ৰশাসক হাফিজুৰ ৰহমান আৰু পাকিস্তান ফেডাৰেচন অৱ চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ সভাপতি আতিফ ইক্ৰাম শ্বেখে। এই চুক্তিৰ পিছত দুয়োখন দেশৰ মাজত বাণিজ্য বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে ভাৰত এতিয়াও বাংলাদেশৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ।

হাফিজুৰ ৰহমানে দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে দক্ষিণ এছিয়ান এছ’চিয়েশ্যন ফৰ ৰিজিঅ’নেল ক’অপাৰেশ্যন (ছাৰ্ক) আৰু অৰ্গেনাইজেচন অৱ ইছলামিক ক’অপাৰেশ্যনৰ সহায় লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

Tags: BangladeshIndiaPakistan

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025