• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 18, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    শ-শ বিঘা ভূমি লীজত দিছে মিঞাক! উচ্ছেদৰ পিছতো কেৰেপ কৰা নাই সন্দেহজনক লোকৰ

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ সৈতে সংঘাতৰ বাবে মূল্য দিব লাগিব ইউনুছে! বাংলাদেশত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ…

Nation NE by Nation NE
January 24, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰতলৈ মোক্ষম আঘাত বাংলাদেশৰ! উত্তৰ-পূৱত বন্ধ হ’ব নেকি ইন্টাৰনেট ?
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ পৰিস্থিতি দিনক দিনে অচল হৈ গৈ আছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰাৰ পিছতে অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব লয় নোবেল বিজয়ী মহম্মদ ইউনুছে।

দেশখনক সংস্কাৰ কৰি স্থিতিশীলতাৰ পথত অনাৰ প্ৰতিশ্ৰুতি দিছিল ইউনুছে। কিন্তু তেওঁৰ নেতৃত্বত সংখ্যালঘু বিশেষকৈ হিন্দুৰ ওপৰত হোৱা অত্যাচাৰ লাঘৱ হোৱা নাই।

পিছে বৰ্তমান তেওঁৰ বিৰুদ্ধে পদত্যাগৰ দাবী উত্থাপন হৈছে। এই দাবী উত্থাপন কৰিছে বাংলাদেশ জাতীয়তাবাদী পাৰ্টীৰ এগৰাকী জ্যেষ্ঠ নেতাই অন্তৱৰ্তীকালীন চৰকাৰৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

মহম্মদ ইউনুছৰ নেতৃত্বত গঠিত অন্তৱৰ্তীকালীন চৰকাৰখনৰ নিৰপেক্ষতাক লৈ বিএনপিৰ সাধাৰণ সম্পাদক ফখৰুল ইছলামে পোনপটীয়াকৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কয় যে চৰকাৰে নিৰপেক্ষভাৱে কাম কৰি দেশক সঠিক দিশত লৈ যাব বুলি আশা কৰা হৈছে।

তেওঁ লগতে অভিযোগ কৰে যে, চৰকাৰে কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত নিৰপেক্ষতা বজাই ৰখাত ব্যৰ্থ হোৱাৰ ফলত দেশত অস্থিৰতা বৃদ্ধি পাইছে। ফখৰুল ইছলামে ইংগিত দিয়ে যে, যদি অন্তৱৰ্তীকালীন চৰকাৰখন নিৰপেক্ষ হৈ থাকিব নোৱাৰে, তেন্তে নিৰ্বাচনৰ সময়ত নিৰপেক্ষ চৰকাৰৰ প্ৰয়োজন হ’ব

বিএনপিৰ সাধাৰণ সম্পাদকে মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰক সংস্কাৰ প্ৰক্ৰিয়া অতি সোনকালে সম্পূৰ্ণ কৰি বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনায়।

নিৰ্বাচনৰ সহায়ত গঠন হোৱা চৰকাৰখনেহে দেশবাসীক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি দেশক সুস্থিৰতাৰ দিশে লৈ যাব পাৰে বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে, নিৰ্বাচনত পলম হ’লে অন্য শক্তিয়ে পৰিস্থিতিৰ সুযোগ ল’ব পাৰে, যাৰ ফলত পৰিস্থিতি আৰু অস্থিৰ হ’ব পাৰে।

বাংলাদেশৰ সাম্প্ৰতিক ৰাজনৈতিক সংকট আৰু অস্থিৰতাৰ মাজতে দেশখনক স্থিতিশীলতা আৰু উন্নয়নৰ দিশত আগুৱাই নিব পৰা একমাত্ৰ সমাধান হিচাপে নিকা নিৰ্বাচনেই যেন লাগে।

ৰাজনৈতিক দলসমূহে একেলগে কাম কৰি সময়মতে আৰু ন্যায্যভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাটো নিশ্চিত কৰিব লাগিব। ইয়াৰ দ্বাৰা বাংলাদেশৰ জনসাধাৰণে পুনৰ গণতান্ত্ৰিক অধিকাৰ লাভ কৰিব পাৰিব আৰু দেশখনক সুস্থিৰ ভৱিষ্যতৰ দিশে লৈ যাব পাৰিব।

Tags: BangladeshSheikh HasinaYunis

Related Posts

এটোপাল পানীৰ বাবে হাহাকাৰ কৰিব পাকিস্তানে! ভাৰতৰ পিছত আফগানিস্তানৰ তালিবান চৰকাৰৰ ডাঙৰ সিদ্ধান্ত
Top News

December 18, 2025
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

December 18, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 18, 2025
ঢাকাত ভাৰতীয় উচ্চায়ুক্তক ভাবুকি, বাংলাদেশৰ উচ্চায়ুক্তলৈ ভাৰতৰ চমন
Top News

ঢাকাত ভাৰতীয় উচ্চায়ুক্তক ভাবুকি, বাংলাদেশৰ উচ্চায়ুক্তলৈ ভাৰতৰ চমন

December 17, 2025
শীতত আপুনিও ৭ দিনলৈ নকৰে নেকি স্নান?  ভুলতো নকৰিব এই কাম…

গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

আমেৰিকাত NO ENTRY! ট্ৰাম্পে ৩৯খনত আৰোপ কৰিলে ভ্ৰমণ নিষেধাজ্ঞা, জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

December 17, 2025

শীৰ্ষ সংবাদ

এটোপাল পানীৰ বাবে হাহাকাৰ কৰিব পাকিস্তানে! ভাৰতৰ পিছত আফগানিস্তানৰ তালিবান চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ঢাকাত ভাৰতীয় উচ্চায়ুক্তক ভাবুকি, বাংলাদেশৰ উচ্চায়ুক্তলৈ ভাৰতৰ চমন

শীতত আপুনিও ৭ দিনলৈ নকৰে নেকি স্নান? ভুলতো নকৰিব এই কাম…

আমেৰিকাত NO ENTRY! ট্ৰাম্পে ৩৯খনত আৰোপ কৰিলে ভ্ৰমণ নিষেধাজ্ঞা, জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025