• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
18 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ নতুন পদক্ষেপ,বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ হ’ব তদন্ত

Nation NE by Nation NE
October 31, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশত তুঘলকী আদেশ, আজানৰ সময়ত উপাসনা কৰিব নোৱাৰিব হিন্দুৱে
Share on FacebookShare on TwitterWhatsApp

ভাৰতে আৰম্ভণিৰে পৰাই বাংলাদেশী হিন্দুৰ নিৰাপত্তাৰ বিষয়টো উত্থাপন কৰি আহিছে। বাংলাদেশত চৰকাৰ বিৰোধী প্ৰতিবাদ আৰু পৰৱৰ্তী অশান্তিৰ ফলত হিন্দুসহ প্ৰায় ৬০০ লোকৰ মৃত্যু হৈছে।

আগষ্ট মাহত বাংলাদেশত চৰকাৰ বিৰোধী প্ৰতিবাদত বাংলাদেশী হিন্দুসহ প্ৰায় ৬০০ লোকে প্ৰাণ হেৰুৱাইছে।ভাৰতে আৰম্ভণিৰে পৰাই বাংলাদেশী হিন্দুৰ নিৰাপত্তাৰ বিষয়টো উত্থাপন কৰি আহিছে। এতিয়া ৰাষ্ট্ৰসংঘইও এই হিংসাত নিহত সংখ্যালঘুসকলৰ তদন্ত আৰু সুৰক্ষাৰ বাবে অনুৰোধ জনাইছে।

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পতনৰ পূৰ্বে আৰু পতনৰ পিছত সংঘটিত হোৱা সকলো হত্যাকাণ্ড আৰু অন্যান্য অধিকাৰ উলংঘাৰ সম্যক তদন্তৰ বাবে বুধবাৰে ৰাষ্ট্ৰসংঘৰ এজন শীৰ্ষ মানৱ অধিকাৰ বিষয়াই আবেদন জনায়। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্ত ভলকাৰ টাৰ্কে তদন্তৰ আহ্বান জনাই কয় যে, এই তদন্তটো সৰ্বাংগীন দৃষ্টিভংগী আগবঢ়াই নিয়াৰ বাবে গুৰুত্বপূৰ্ণ, য’ত শ্ৰেণী, লিংগ, জাতি, ৰাজনৈতিক মতাদৰ্শ, পৰিচয় বা ধৰ্ম নিৰ্বিশেষে প্ৰতিটো বিষয়েই অন্তৰ্ভূক্ত কৰা হয়।

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্ত ভলকাৰ তুৰ্কে বুধবাৰে দুদিনীয়া বাংলাদেশ ভ্ৰমণ সম্পূৰ্ণ কৰে। নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত থকা অন্তৱৰ্তীকালীন চৰকাৰখনে দেশত শৃংখলা স্থাপনৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা সময়ত তেওঁৰ এই ভ্ৰমণ সম্পূৰ্ণ কৰে।

হিংসাত্মক ঘটনাত সংঘটিত হোৱা হত্যাকাণ্ডৰ তদন্তৰ বাবে ইউনুছ চৰকাৰে আনুষ্ঠানিক অনুৰোধ জনোৱাৰ পূৰ্বেই ৰাষ্ট্ৰসংঘই বাংলাদেশলৈ তথ্য বিচাৰি উলিওৱা এটা দল প্ৰেৰণ কৰিছে।

হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ তীব্ৰতৰ হৈ পৰিছে, যাৰ বিৰুদ্ধে ভাৰতকে ধৰি বহু মানৱ অধিকাৰ সংগঠনে মাত মাতিছে। বাংলাদেশত চলি থকা হিংসাৰ বিৰুদ্ধে আৰু তেওঁলোকৰ নিৰাপত্তাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ হিন্দু। দেশখনৰ সংখ্যালঘু গোটসমূহৰ ওপৰত আক্ৰমণৰ অভিযোগৰ পুংখানুপুংখ তদন্তৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে তুৰ্কীয়ে।

Tags: BangladeshSheikh HasinaWar

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025