• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 11, 2026
22 °c
Guwahati
22 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ বিৰুদ্ধে বাংলাদেশৰ ডাঙৰ ষড়যন্ত্ৰ!চীনৰ সৈতে সম্পৰ্ক দৃঢ় কৰিব নেকি ইউনুছ চৰকাৰে?

Nation NE by Nation NE
April 1, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশৰ ইউনুছ চৰকাৰলৈ ডাঙৰ আঘাত ট্ৰাম্পৰ! আমেৰিকাৰ সাহায্য লাভৰ পথ বন্ধ
Share on FacebookShare on TwitterWhatsApp

শেহতীয়াকৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ বক্তব্যই নতুন ভূ-ৰাজনৈতিক বিতৰ্কৰ সূচনা কৰিছে। তেওঁ দাবী কৰে যে, ভাৰতৰ উত্তৰ-পূবৰ সাতখন ৰাজ্য স্থলপথত আৱদ্ধ আৰু সমগ্ৰ অঞ্চলটোৰ বাবে বাংলাদেশ হৈছে সমুদ্ৰৰ একমাত্ৰ সংৰক্ষক।

কেৱল এয়াই নহয়, তেওঁ চীনক বাংলাদেশত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনাই, যাৰ বাবে ভাৰতৰ নিৰাপত্তা আৰু কৌশলগত স্বাৰ্থক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে।

মহম্মদ ইউনুছে তেওঁৰ এক বিবৃতিত কয় যে, ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহে সাগৰত প্ৰৱেশৰ বাবে বাংলাদেশৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। তেওঁ চীনক বাংলাদেশত বিনিয়োগ কৰিবলৈও আমন্ত্ৰণ জনায়, ইয়াৰ দ্বাৰা চীনে বিশ্বৰ পূব অংশৰ লগতে ভাৰতৰ উত্তৰ-পূব অঞ্চলতো প্ৰৱেশৰ সুযোগ লাভ কৰিব পাৰে বুলি ইংগিত দিয়ে।

ভাৰতৰ ৰণনীতি আৰু সামৰিক নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা ইউনুছৰ এই বক্তব্য অত্যন্ত আপত্তিজনক। কিন্তু বাংলাদেশ, যাৰ উৎপত্তিয়েই ভাৰতৰ বাবে, সেয়া হয়তো বাংলাদেশে পাহৰি গৈছে যে ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সংযোগ কৰাটো ভাৰত চৰকাৰৰ দায়িত্ব। ইয়াৰ বাবে বাংলাদেশৰ কোনো প্ৰয়োজন নাই। ভাৰতে কলাদান নদী প্ৰকল্পকে ধৰি পানীৰ বাবে কেইবাটাও বিকল্প পথ প্ৰস্তুত কৰিছে।

ভাৰতে ইতিমধ্যে ‘এক্ট ইষ্ট পলিচি’ৰ অধীনত উত্তৰ-পূবৰ ৰাজ্যসমূহক বংগোপসাগৰ আৰু অন্যান্য সাগৰীয় পথৰ সৈতে সংযোগ স্থাপনৰ বাবে কেইবাটাও আন্তঃগাঁথনি প্ৰকল্পত কাম কৰি আছে। ইয়াৰ অধীনত ‘ত্ৰিলোক মাৰ্গ’, ‘মিজোৰাম-ম্যানমাৰ সংযোগ’ আৰু ‘সাগৰমালা প্ৰকল্প’ৰ দৰে আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে।

মহম্মদ ইউনুছৰ বক্তব্যৰ দ্বাৰা, ভাৰত-বাংলাদেশৰ সম্পৰ্কত ইউনুছে নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰাই নহয়, তেওঁ চীনৰ ‘দক্ষিণ এছিয়া কৌশল’ৰ অংশও হ’ব পাৰে বুলি অনুমান কৰা হৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক যুদ্ধ আৰু চীনৰ ওপৰত কঠোৰ স্থিতি লোৱাৰ পিছতো চীন নতুন কৌশলত ব্যস্ত। ইউনুছৰ এই বক্তব্যই চীনৰ বাবে নতুন বজাৰ মুকলি কৰিব আৰু ইয়াৰ সম্প্ৰসাৰণবাদী কৌশলকো গতি প্ৰদান কৰিব।

Tags: BangladeshChinaMuhammad Yunis

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

February 11, 2026
এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক
Top News

এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

February 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 11, 2026
প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…
Top News

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

February 10, 2026
অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?
Top News

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

February 10, 2026
নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…
Top News

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

February 10, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025