• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 10, 2026
21 °c
Guwahati
22 ° Wed
22 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বেদনাত চিঞৰি উঠিছে সকলো হিন্দু, ছিন্ন-বিছিন্ন হৈ পৰিল দেশ

Nation NE by Nation NE
November 3, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশত তুঘলকী আদেশ, আজানৰ সময়ত উপাসনা কৰিব নোৱাৰিব হিন্দুৱে
Share on FacebookShare on TwitterWhatsApp

শ্বেখ হাছিনাৰ পদত্যাগৰ পিছতেই বাংলাদেশৰ হিন্দুসকলে নিজৰ জীৱন-নিৰ্বাহ কৰিবলৈ অবিৰত সংগ্ৰাম কৰিবলগীয়া হৈছে।

ইয়াৰ পিছতে সেনা প্ৰধানে মহম্মদ ইউনুছক বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে নিযুক্তি দিয়ে। দ্বায়িত্ব গ্ৰহণৰ পাছতেই মহম্মদ ইউনুছে ধাৰাবাহিকভাৱে হিন্দু বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি আছে। মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰত হিন্দুৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে। এই অত্যাচাৰৰ বিৰুদ্ধে যেতিয়া হিন্দুসকলে মাত মাতিছে, তেতিয়া তেওঁলোকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে দেশদ্ৰোহৰ গোচৰ।

বৰ্তমান হিন্দু ধৰ্মগুৰুসকলক এই আতংকৰ লক্ষ্য কৰি লোৱা হৈছে। আচলতে গোটেই কথাটো হ’ল বাংলাদেশৰ চান্দগাঁৱৰ ইস্কন মন্দিৰৰ পুৰোহিত চিন্ময় কৃষ্ণ দাসৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে। এই গোচৰটো খালেদা জিয়াৰ দল বিএনপিৰ এগৰাকী নেতাই দাখিল কৰিছে। চিন্ময় কৃষ্ণ দাসে বাংলাদেশৰ পতাকাক অপমান কৰা বুলি অভিযোগ উত্থাপন হৈছে আৰু কেৱল চিন্ময় কৃষ্ণ দাসৰ বিৰুদ্ধে নহয়, আন ১৯ জন লোকৰ বিৰুদ্ধেও দেশদ্ৰোহৰ গোচৰ ৰুজু হৈছে।

ইফালে ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু হোৱাৰ পিছতেই ক্ষোভৰ সৃষ্টি হৈছে হিন্দুসকলৰ মাজত। ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে হিন্দুসকলৰ প্ৰতিবাদ। এই প্ৰতিবাদত পুৰুষ, মহিলা, শিশু আৰু যুৱক-যুৱতী সকলোৱে অংশগ্ৰহণ কৰিছে। তেওঁলোকে চিন্ময় কৃষ্ণ দাসৰ দৰে সাজ-পোছাক পিন্ধি ওলাই আহিছে।

কোৱা হৈছে যে, ৫ আগষ্টত শ্বেখ হাছিনাক উৎখাত কৰাৰ পিছৰে পৰা চিন্ময় কৃষ্ণ দাসে ধাৰাবাহিকভাৱে হিন্দু সমাজৰ কণ্ঠ উত্তোলন কৰি আহিছে। তেওঁৱেই প্ৰথমে বাংলাদেশৰ সন্তসকলক একত্ৰিত কৰিছিল। লগতে  ধৰ্ম সংসদৰো আয়োজন কৰিছিল। চিন্ময় কৃষ্ণৰ প্ৰচেষ্টাৰ ফলস্বৰূপে বাংলাদেশতো হিন্দুসকলে একত্ৰিত হ’বলৈ আৰম্ভ কৰে। ১৭ অক্টোবৰত হাজাৰ হাজাৰ হিন্দু একত্ৰিত হৈ নিজৰ অধিকাৰ দাবী কৰিছিল আৰু যাৰ বাবে চিন্ময় কৃষ্ণ দাসৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ বিৰুদ্ধে একত্ৰিত হৈছে হিন্দুসমাজ।

Tags: BangladeshHinduWar

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

February 10, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 10, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 10, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

মেচ বৰ্জনৰ সিদ্ধান্ত সলনি কৰিবলৈ ICCৰ সন্মুখত ৩টা দাবী উত্থাপন পাকিস্তানৰ; এইক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

February 9, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 9, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 9, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মেচ বৰ্জনৰ সিদ্ধান্ত সলনি কৰিবলৈ ICCৰ সন্মুখত ৩টা দাবী উত্থাপন পাকিস্তানৰ; এইক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025