• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, September 10, 2025
29 °c
Guwahati
28 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      বাংলাদেশৰ সনাতন সম্প্ৰদায়ৰ চিন্ময় দাসক গ্ৰেপ্তাৰ কৰা ঘটনাক তীব্ৰ গৰিহণা ইস্কনৰ

      Nation NE by Nation NE
      November 28, 2024
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      বাংলাদেশৰ সনাতন সম্প্ৰদায়ৰ চিন্ময় দাসক গ্ৰেপ্তাৰ কৰা ঘটনাক তীব্ৰ গৰিহণা ইস্কনৰ
      Share on FacebookShare on TwitterWhatsApp

      বাংলাদেশত বৃদ্ধি পাইছে হিন্দুৰ ওপৰত হিংসা। ইস্কনক মৌলবাদী সংগঠন বুলি অভিহিত কৰা হৈছে। একে সময়তে বাংলাদেশ সন্মিলিত সনাতনী জাগৰণ জোটৰ মুখপাত্ৰ চিন্ময় কৃষ্ণ দাসক ঢাকা বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হয়।

      ইফালে, ইস্কন বাংলাদেশে চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰা ঘটনাক গৰিহণা দি এক বিবৃতি প্ৰকাশ কৰি চৰকাৰী বিষয়াসকলক শান্তিৰ প্ৰসাৰৰ বাবে আহ্বান জনাইছে। ইস্কন বাংলাদেশেও দেশৰ বিভিন্ন অঞ্চলত সনাতনীৰ বিৰুদ্ধে হোৱা হিংসা আৰু আক্ৰমণৰ তালিকা প্ৰকাশ কৰিবলৈ চৰকাৰক দাবী জনাইছে।

      ইস্কনে বাংলাদেশৰ সম্মিলিত সনাতনী জাগৰণ জোটৰ মুখপাত্ৰ চিন্ময় কৃষ্ণ দাসক শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা ঘটনাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে তীব্ৰ গৰিহণা দিছে। বাংলাদেশৰ বিভিন্ন অঞ্চলত সনাতনীৰ বিৰুদ্ধে হোৱা হিংসা আৰু আক্রমণকো আমি গৰিহণা দিছোঁ৷ চৰকাৰী বিষয়াসকলক সনাতনীসকলৰ বাবে শান্তিপূৰ্ণ সহযোগিতা প্ৰসাৰিত কৰাত আহ্বান জনাইছে।

      সনাতনী জনগোষ্ঠীৰ ওপৰত হোৱা আক্ৰমণৰ বাবে দায়ীসকলক চিনাক্ত কৰি তেওঁলোকক জবাবদিহি কৰিবলৈ ইস্কনে চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা বহু দাবী উত্থাপন কৰিছে।দেশৰ সকলো জনগোষ্ঠীৰ মাজত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ তাৎক্ষণিক আৰু ফলপ্ৰসূ ব্যৱস্থা ৰূপায়ণ কৰাবলৈও দাবী উত্থাপন কৰিছে।

      Tags: BangladeshBangladesh governmentIskon

      Related Posts

      কাটাৰৰ ৰাজধানীত ইজৰাইলৰ বৃহৎ আক্ৰমণ, লক্ষ্য কৰি  ল’লে হামাছৰ শীৰ্ষ নেতাক
      Top News

      September 10, 2025
      ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিস্থিতি, ৰাজপথত টকাৰ বৰষুণ
      Top News

      প্ৰধানমন্ত্ৰীৰ পদত্যাগ, সেনাই ল’লে দায়িত্ব, ৪৮ ঘণ্টাৰ ভিতৰতে নেপালত উত্তপ্ত পৰিস্থিতি…

      September 10, 2025
      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল
      Top News

      কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

      September 10, 2025
      GEN Z ৰ প্ৰতিবাদৰ সন্মুখত কিয় শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী অলিয়ে? তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰীৰ ডাঙৰ বক্তব্য…
      Top News

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      September 9, 2025
      ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ
      Top News

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      September 9, 2025
      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      শীৰ্ষ সংবাদ

      কাটাৰৰ ৰাজধানীত ইজৰাইলৰ বৃহৎ আক্ৰমণ, লক্ষ্য কৰি ল’লে হামাছৰ শীৰ্ষ নেতাক

      প্ৰধানমন্ত্ৰীৰ পদত্যাগ, সেনাই ল’লে দায়িত্ব, ৪৮ ঘণ্টাৰ ভিতৰতে নেপালত উত্তপ্ত পৰিস্থিতি…

      কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist