• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 2, 2026
25 °c
Guwahati
26 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    বিজেপিৰ ৩১ টা ডাঙৰ প্ৰতিশ্ৰুতি, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুনৰ হিংসাত জৰ্জৰিত বাংলাদেশ! ওছমান হাদী কোন?, জানক সবিশেষ…

Nation NE by Nation NE
December 19, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
পুনৰ হিংসাত জৰ্জৰিত বাংলাদেশ! ওছমান হাদী কোন?, জানক সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ ৰাজনীতি আৰু ছাত্ৰ আন্দোলনৰ সৈতে জড়িত এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। ২০২৪ চনৰ ছাত্ৰ বিদ্ৰোহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ছাত্ৰনেতা শ্বৰীফ ওছমান হাদীৰ ১৮ ডিচেম্বৰত মৃত্যু হয়।

খবৰ অনুসৰি, তেওঁৰ মৃত্যু বাংলাদেশত শেহতীয়াভাৱে আৱামী লীগৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ সময়ত হয়। যত তেওঁক গুলীওৱা হৈছিল। এই খবৰৰ পিছতেই বাংলাদেশত শোক আৰু উত্তেজনাৰ পৰিৱেশে বিৰাজ কৰে।

ছিংগাপুৰ চৰকাৰে কয় যে, শ্বৰীফ ওছমান হাদীক ১৫ ডিচেম্বৰত জৰুৰীকালীন অৱস্থাত ছিংগাপুৰলৈ নিয়া হৈছিল। তাত তেওঁক আইচিইউত ভৰ্তি কৰোৱা হয়। কিন্তু উপযুক্ত চিকিৎসা আগবঢ়োৱাৰ পিছতো তেওঁ ছিংগাপুৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

শ্বেখ হাছিনা বিৰোধী সংগঠন ইনকিলাব মঞ্চৰ এজন বিশিষ্ট ব্যক্তি হিচাপে গণ্য কৰা হৈছিল শ্বৰীফ ওছমান হাদীক। তেওঁ ইয়াৰ মুখপাত্ৰও আছিল আৰু আগন্তুক ফেব্ৰুৱাৰী মাহৰ নিৰ্বাচনত ঢাকা-৮ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰচাৰ চলাইছিল।

২০২৪ চনৰ জুলাই মাহত তেতিয়াৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ক্ষমতাক প্ৰত্যাহ্বান জনোৱা ছাত্ৰ বিদ্ৰোহৰ সময়ত ইনকিলাব মঞ্চৰ দৃষ্টিগোচৰ হৈছিল। বাংলাদেশৰ ৰাজনীতিত অহৰহ বিতৰ্কৰ সৃষ্টি হৈ আহিছে ইনকিলাব মঞ্চৰ প্ৰায়ে উগ্ৰ মতাদৰ্শৰ সৈতে জড়িত কৰা হৈছে। বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰৰ গঠনৰ পিছতেই এই সংগঠনটোৰ সৈতে জড়িত নেতাসকল ৰাজনৈতিক কাম-কাজত সক্ৰিয় হৈ আছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে উত্তৰ-পূৱৰ ৰাজ্য বিচ্ছিন্ন কৰি দিম বুলি ভাবুকি দিছিল। ১২ ডিচেম্বৰত ঢাকাত সংঘটিত হৈছিল এই আক্ৰমণ। পল্টন অঞ্চলৰ কালভাৰ্ট ৰোডত অট’ৰিক্সাত গৈ থকা অৱস্থাত অচিনাকি দুৰ্বৃত্তই তেওঁৰ ওপৰত গুলীচালনা কৰে। গুৰুতৰভাৱে আহত হোৱা তেওঁক লগে লগে ঢাকা মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় আৰু তাৰ পিছত উন্নত চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয়। স্থানীয় চিকিৎসালয়ত চিকিৎসাৰ পিছতো যেতিয়া তেওঁৰ অৱস্থা সংকটজনক হৈ থাকে, তেতিয়া চিকিৎসকৰ পৰামৰ্শমতে তেওঁক বিমানযোগে ছিংগাপুৰলৈ লৈ যোৱা হয়। কেইবাদিনো তেওঁ নিজৰ জীৱনৰ বাবে যুঁজিছিল।

ইফালে ওছমান হাদীৰ মৃত্যুৰ পিছতে হিংসাত দুগুণে জ্বলিছে বাংলাদেশ। মছজিদত দুৰ্বৃত্তক কঠোৰ শাস্তি দিয়াৰ সংকল্প লৈছে ইনকিলাব মঞ্চৰ নেতা-কৰ্মীসকলে। ভাৰতৰ বিৰুদ্ধে শ্লোগান দিছে বাংলাদেশীয়ে।

Tags: Bangadeshsharif-osman-hadiStudent Leader

Related Posts

মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ ‘তালৱাৰ বাবা’; তৰোৱাল লৈ এইদৰেই জনসাধাৰণক শোষণ
Top News

April 2, 2026
নিজৰ খাদ্যতালিকাত অন্তৰ্ভূক্ত কৰক নহৰু, পুৰুষৰ বাবে কিয় উপযোগী এইবিধ খাদ্য

পাকিস্তানৰ মুখত মোক্ষম আঘাত এই মুছলমান দেশৰ, বন্ধ কৰিলে এই গুৰুত্বপূৰ্ণ সুবিধা

হনুমান জয়ন্তীৰ এই পৱিত্ৰ দিনটোত ভুলটো নকৰিব এইসমূহ কাম, জানক পূজাৰ কিছু গুৰুত্বপূৰ্ণ নিয়ম…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025