• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশৰ গোপন তথ্য ফাদিল! ক’ত আছে ওছমান হাদীৰ হত্যাকাৰী? ভাইৰেল ভিডিঅ’য়ে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ…

Nation NE by Nation NE
December 31, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
পুনৰ হিংসাত জৰ্জৰিত বাংলাদেশ! ওছমান হাদী কোন?, জানক সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ অতি বিতৰ্কিত ছাত্ৰনেতা শ্বৰীফ ওছমান হাদী হত্যাকাণ্ডৰ এক নতুন খলকনিৰ সৃষ্টি হৈছে। এই গোচৰৰ অন্যতম মূল অভিযুক্ত ফৈছাল কৰীম মাছুদ ভাৰতত নহয়, ডুবাইত আছে বুলি স্পষ্ট কৰি এটা ভিডিঅ’ প্ৰকাশ কৰিছে। অৱশ্যে তেওঁ হত্যাকাণ্ডৰ লগত কোনো ধৰণে জড়িত থকাৰ কথা অস্বীকাৰ কৰে, লগতে নিজকে নিৰ্দোষী বুলি ঘোষণা কৰে আৰু দাবী কৰে যে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা হৈছে।

ভিডিঅ’টোত ফৈছাল কৰীম মাছুদে উল্লেখ কৰিছে যে, তেওঁ ওছমান হাদীক হত্যা কৰা নাছিল আৰু এই কাণ্ডৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। তেওঁৰ মতে, তেওঁ নিজৰ সুৰক্ষাৰ বাবে ডুবাইলৈ গৈছে। এই হত্যাকাণ্ডৰ আঁৰত আন ৰাজনৈতিক কাৰণো থাকিব পাৰে বুলি দাবী কৰে ফৈছালে।

ভিডিঅ’টোত ফৈছালে উল্লেখ কৰিছে যে, ওছমান হাদী জামাতৰ সৈতে জড়িত আৰু সংগঠনটোৰ সৈতে জড়িত ব্যক্তিসকলে হয়তো এই আক্ৰমণ সংঘটিত কৰিব পাৰে। অভিযুক্তই কয় যে ওছমান হাদীৰ সৈতে তেওঁৰ যোগাযোগ ব্যৱসায়িক উদ্দেশ্যত সীমাবদ্ধ আছিল। ফৈছালৰ এটা আই টি কোম্পানী আছে আৰু তেওঁ স্বীকাৰ কৰিছিল যে তেওঁ ৰাজনৈতিক অনুদান দিছিল, কিন্তু সেয়া কোনো অপৰাধমূলক ষড়যন্ত্ৰৰ অংশ হিচাপে নহয়, বিশুদ্ধ বৈধ আৰু পেছাদাৰী কাৰণতহে হৈছিল।

ঢাকা মহানগৰ আৰক্ষীয়ে প্ৰথমে দাবী কৰিছিল যে ফৈছাল কৰীম মাছুদ ভাৰতলৈ পলায়ন কৰিছে। আৰক্ষীৰ মতে, তেওঁ হালুৱাঘাট সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল। কিন্তু পিছত মেঘালয়ত নিয়োজিত বি এছ এফৰ মহাপৰিদৰ্শকে এই দাবী খণ্ডন কৰি সীমান্ত পাৰ হোৱাৰ কোনো প্ৰমাণ পোৱা নাই বুলি উল্লেখ কৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, উপলব্ধ নথি-পত্ৰই নিশ্চিত কৰিছে যে ফৈছাল কৰীম মাছুদ বৰ্তমান ডুবাইত আছে। উল্লেখযোগ্য যে ১২ ডিচেম্বৰত ঢাকাত প্ৰচাৰ চলাই থকাৰ সময়তে ওছমান হাদীক গুলীয়াই হত্যা কৰা হৈছিল। চিকিৎসাৰ বাবে ছিংগাপুৰলৈ বিমানেৰে লৈ যোৱা হৈছিল, য’ত ১৮ ডিচেম্বৰত তেওঁৰ মৃত্যু হয়।হাদী ইনকিলাব মঞ্চৰ মুখপাত্ৰ আছিল আৰু শেহতীয়াকৈ গণ প্ৰতিবাদৰ পিছত তেওঁ এজন প্ৰভাৱশালী যুৱ নেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল। আগন্তুক সংসদীয় নির্বাচনতো তেওঁ প্রার্থী আছিল৷

Tags: BangladeshMuhammad Yunusosman hadi

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025