• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গোলাম ভাৰতৰ ক্ৰান্তি গীত কেনেকৈ হ’ল স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰগীত

Nation NE by Nation NE
August 8, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
গোলাম ভাৰতৰ ক্ৰান্তি গীত কেনেকৈ হ’ল স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰগীত
Share on FacebookShare on TwitterWhatsApp

পাকিস্তানৰ পৰা বাংলাদেশৰ স্বাধীনতাৰ ক্ষেত্ৰতেই হওঁক বা জাতীয় সংগীততেই হওঁক, সকলো ক্ষেত্ৰতে ভাৰতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বাংলাদেশক পাকিস্তানৰ কবলৰ পৰা মুক্ত কৰাৰ কৃতিত্ব ভাৰতলৈও যায়। আকৌ বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত “আমাৰ শোনাৰ বাংলা” হৈছে ভাৰতৰেই অৱদান।

কিয় গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে এই গীতটো ৰচনা কৰিলে আৰু কেনেকৈ “আমাৰ সোনাৰ বাংলা” বাংলাদেশৰ জাতীয় সংগীত হৈ পৰিল জানো আহঁক।

৪ আগষ্টত শ্বেখ হাছিনাৰ পদত্যাগৰ পাছতেই বাংলাদেশত ঘোষণা কৰা হৈছে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী। এই সন্দৰ্ভত ভাৰততো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিয়নো ভাৰতৰ সৈতে বাংলাদেশৰ পৰিচয় পোনপটীয়াকৈ জড়িত।

১৯০৫ চনত লৰ্ড কাৰ্জনে বংগ বিভাজনৰ সিদ্ধান্ত লৈছিল। বিভাজন আৰু শাসন নীতিৰ অধীনত ব্ৰিটিছ ভাইচৰয় আৰু ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কাৰ্জনে বংগ বিভাজনৰ কথা ঘোষণা কৰে।

ব্ৰিটিছ চৰকাৰে এই অজুহাত দেখাই যে সমগ্ৰ বংগৰ এলেকা আৰু জনসংখ্যা অতি বৃহৎ।  কিয়নো সেই সময়ত বংগ বাংলাদেশৰ পৰা পশ্চিমবংগ, ওড়িশা, অসম আৰু বিহাৰলৈকে বিস্তৃত আছিল। সেয়েহে ইংৰাজে কৈছিল যে, যদিহে বংগক পূৱ বংগ আৰু পশ্চিম বংগ এই দুটা ভাগত বিভক্ত কৰা হয়, তেন্তে বংগক শাসন কৰাটো অতি সহজ হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত ১৯০৫ চনৰ আগষ্ট মাহত বংগ বিভাজনৰ আদেশ গৃহীত হয়। ১৯০৫ চনৰ ১৬ অক্টোবৰত ইয়াক কাৰ্যকৰী কৰা হয়।

বংগ বিভাজনৰ ঘোষণাৰ পাছতেই ১৯০৫ চনৰ ৭ আগষ্টত বংগত আনুষ্ঠানিকভাৱে স্বদেশী আন্দোলনৰ ঘোষণা কৰা হয়। আগষ্ট মাহতেই কলিকতাৰ টাউন হলত এখন ডাঙৰ সভাৰ আয়োজন কৰি এই আন্দোলনৰ ঘোষণা কৰা হৈছিল। এই বিভাজনৰ বিৰুদ্ধে সমগ্ৰ বংগত বিভাজন বিৰোধী বৈঠকৰ আয়োজন কৰা হৈছিল। বিদেশী সামগ্ৰী বৰ্জনৰ বাবে ইংৰাজসকলে বিপুল অৰ্থনৈতিক ক্ষতিৰ সন্মুখীন হ’ব লগা হৈছিল।

স্বদেশী আন্দোলনৰ অধীনত বিদেশী সামগ্ৰী বৰ্জনৰ প্ৰথম প্ৰতিশ্ৰুতি গ্ৰহণ কৰা হৈছিল। ইয়াৰ বাবে মানচেষ্টাৰত নিৰ্মিত কাপোৰ আৰু লিভাৰপুলৰ নিমখৰ দৰে সামগ্ৰী বৰ্জন কৰা হৈছিল। বিদেশী সামগ্ৰী বৰ্জনৰ বাবে ইংৰাজসকলে বিপুল অৰ্থনৈতিক ক্ষতিৰ সন্মুখীন হ’ব লগা হৈছিল।

বংগৰ জনসাধাৰণে বন্দে মাতৰম গীত গাই এই বিভাজনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদৰ আয়োজন কৰিছিল। ইয়াৰ পাছতো বংগত বন্ধ হোৱা নাছিল বিভাজনৰ প্ৰক্ৰিয়া। সেয়েহে হিন্দু-মুছলমান ঐক্য বজাই ৰাখিবলৈ ওলাই আহিছিল গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰ।

এই সময়চোৱাতেই ঠাকুৰে বংগ বিভাজনৰ বিৰুদ্ধে হিন্দু-মুছনমানৰ মাজত ঐক্য বজাই ৰাখিবলৈ “আমাৰ শোনাৰ বাংলা” নামৰ গীত এটি ৰচনা কৰিছিল। ব্ৰিটিছ বিভাজনৰ প্ৰতিবাদত লিখা এই গীতটো গাইয়েই লাখ লাখ হিন্দু-মুছলমানে আন্দোলনত অংশগ্ৰহণ কৰিছিল। ১৯০৫ চনৰ ১৬ অক্টোবৰত একেটা গীত গাই গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ নেতৃত্বত কলকাতাত এক বিশাল শোভাযাত্ৰা উলিওৱা হৈছিল। ১৯৭১ চনত যেতিয়া ভাৰতৰ সহযোগত নতুন দেশ বাংলাদেশ গঠন হয়, তেতিয়া গুৰুদেৱে ৰচনা কৰা “আমাৰ শোনাৰ বাংলা” গীতক বাংলাদেশে তেওঁলোকৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰে।

Tags: BangladeshNational AnthemRabindra Nath Tagore

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025