• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, October 19, 2025
26 °c
Guwahati
26 ° Mon
26 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আজি কাতি বিহু: ঘৰে-ঘৰে তুলসীৰ তলত জ্বলিব চাকি, শস্যৰ শ্ৰীবৃদ্ধি কামনা প্ৰতিজন চহাৰ…

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ আধাৰ হওক প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় : হিমন্ত বিশ্ব শৰ্মা

    ৩ মাহৰ ভিতৰত শেষ হ’ব তদন্ত! জুূবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত কি ক’লে ছিংগাপুৰ আৰক্ষীয়ে?

    শেখৰ-অমৃতপ্ৰভাৰ জেল যাত্ৰা, এতিয়াও স্পষ্ট হোৱা নাই কোন জেলত ৰখা হ’ব দুয়োকে…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘বিগ বছ ১৯’লৈ পেহেলগাম আক্ৰমণত প্ৰাণ হেৰুওৱা নৌসেনা বিষয়া বিনয় নৰৱালৰ পত্নীলৈ অফাৰ…

Nation NE by Nation NE
August 10, 2025
in Top News, বিনোদন
0 0
‘বিগ বছ ১৯’লৈ পেহেলগাম আক্ৰমণত প্ৰাণ হেৰুওৱা নৌসেনা বিষয়া বিনয় নৰৱালৰ পত্নীলৈ অফাৰ…
Share on FacebookShare on TwitterWhatsApp

ছলমান খানৰ শ্ব’ বিগ বছৰ নতুন ছিজন আৰম্ভ হ’বলৈ ওলাইছে। এইবাৰ শ্ব’টো সময় আগতেই অৰ্থাৎ ২০২৫ চনৰ ২৪ আগষ্টৰ পৰা সম্প্ৰচাৰিত হ’ব জানিব পৰা গৈছে।

এইবাৰো টিভি, বলীউডৰ তাৰকা, ইউটিউবাৰ আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালীসকলৰ প্ৰৱেশৰ বিষয়ে আলোচনা হৈছে। একে সময়তে এক প্ৰতিবেদন অনুসৰি, এলভিছ যাদৱৰ কলেজীয়া সতীৰ্থ তথা পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা নৌসেনাৰ বিষয়াৰ পত্নী হিমাংশী নৰৱালৰ সৈতে এই অনুষ্ঠানৰ বাবে যোগাযোগ কৰা হৈছে।

এক প্ৰতিবেদন অনুসৰি, শ্ব’ মেকাৰসকলে হিমাংশীক এই শ্ব’টো আগবঢ়াইছে। সূত্ৰটোৰ মতে, নিৰ্মাতাসকলে এইবাৰ এনে কিছুমান মুখ বিচাৰে, যিবোৰে তৎক্ষণাত দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰে। এই কাৰণতে হিমাংশী নাৰৱালক অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত তীব্ৰ খবৰ আহিছে। অৱশ্যে এই মুহূৰ্তত আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই।

উল্লেখ্য যে, ২০২৫ চনৰ ২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা হিমাংশীৰ স্বামী বিনয় নৰৱাল নৌসেনাৰ বিষয়া আছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল হিমাংশীৰ ছবি য’ত স্বামীৰ মৃতদেহৰ ওচৰত বহি কান্দি আছিল। এতিয়া বিগ বছৰ নতুন ছিজনত হিমাংশী উপস্থিত হ’ব নে নাই চাবলৈ অপেক্ষা কৰা হৈছে।

এইবাৰ ৰাজনৈতিক টুইষ্ট লৈ আহিব ‘বিগ বছ’ৰ নতুন ছিজন। খোদ ট্ৰেইলাৰত ছলমান খানে ইংগিত দিছে যে, এইবাৰ প্ৰতিযোগীসকলে ঘৰতে সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ অধিকাৰ লাভ কৰিব। আমোদজনক কথাটো হ’ল ঘৰটোত মাত্ৰ ১৫খন বিচনা থাকিব আৰু সকলোবোৰ চিংগল হ’ব, অৰ্থাৎ ডাবল বেডৰ বিকল্প নাইকিয়া কৰা হৈছে। প্ৰতিযোগীৰ সংখ্যা বেছি আৰু বিচনা কম হোৱাৰ লগে লগে আৰম্ভণিৰে পৰাই সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি হোৱাটো নিশ্চিত। ইয়াৰ উপৰিও মেকাৰসকলে এলভিছ যাদৱ আৰু হিনা খানৰ দৰে কিছুমান পুৰণি মুখ ঘূৰাই আনি শ্ব’টোত মছলা যোগ কৰিব পাৰে বুলিও হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে।

Tags: BIGG BOSSentertainmentSalman Khan

Related Posts

বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান; আহি আছে এখন নতুন আইন
Top News

October 19, 2025
স্বাধীনতা দিৱসৰ দিনাই ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে ৬ জনৰ মৃত্যু
Top News

তীব্ৰ বেগী বাহনৰ খুন্দাত এটা পৰিয়ালৰে তিনিজন সদস্যৰ মৃত্যু

October 19, 2025
জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ
BIG BREAKING

নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

October 19, 2025
ভাৰত-চীনৰ মাজত আকৌ আৰম্ভ হ’ব বিমান সেৱা! বিমান সংস্থাৰ এই ঘোষণা

নাছিকত ভয়ংকৰ দুৰ্ঘটনা, ৰে’লৰ পৰা বাগৰি পৰে ঘৰলৈ আহি থকা তিনিজন যুৱক, নিহত ২ জন
Top News

নাছিকত ভয়ংকৰ দুৰ্ঘটনা, ৰে’লৰ পৰা বাগৰি পৰে ঘৰলৈ আহি থকা তিনিজন যুৱক, নিহত ২ জন

October 19, 2025
মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..
Top News

‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

October 19, 2025

শীৰ্ষ সংবাদ

বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান; আহি আছে এখন নতুন আইন

তীব্ৰ বেগী বাহনৰ খুন্দাত এটা পৰিয়ালৰে তিনিজন সদস্যৰ মৃত্যু

নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

ভাৰত-চীনৰ মাজত আকৌ আৰম্ভ হ’ব বিমান সেৱা! বিমান সংস্থাৰ এই ঘোষণা

নাছিকত ভয়ংকৰ দুৰ্ঘটনা, ৰে’লৰ পৰা বাগৰি পৰে ঘৰলৈ আহি থকা তিনিজন যুৱক, নিহত ২ জন

‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025