• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 1, 2026
21 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

তিতা কেৰেলাৰ উপকাৰীতাৰ বিষয়ে জানো আহক

Nation NE by Nation NE
March 27, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
তিতা কেৰেলাৰ উপকাৰীতাৰ বিষয়ে জানো আহক
Share on FacebookShare on TwitterWhatsApp

তিতা কেৰেলা, যাক ইংৰাজীত bitter gourd বা  Bitter melon বুলি কোৱা হয়, ই আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী আৰু ঔষধী গুণসম্পন্ন পাচলি। খেতিয়কৰ বাবেও ই অতি লাভজনক খেতি।

তিতা কেৰেলাত বহু ধৰণৰ পুষ্টিকৰ উপাদন থাকে । ই কেৰেলাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে ছাল সতেজ কৰি ৰখাতো সহায় কৰে।

আমাৰ অসমীয়া সমাজত প্ৰচলিত ধাৰণা অনুসৰি, বসন্ত কাল অহাৰ লগে লগে বিভিন্ন ৰোগৰ সংক্ৰমণ বৃদ্ধি পায়। এই সংক্ৰমণৰ ৰোধ কৰাৰ ক্ষেত্ৰত তিতা কেৰেলা অতি উপকাৰী বুলি কোৱা হয়। কোৱা হয় যে,  তিতা কেৰেলা খালে বসন্ত ৰোগৰ সম্ভাৱনা হ্ৰাস পায়।

তিতা কেৰেলাৰ স্বাস্থ্যৰ উপকাৰিতা কি জানো আহক-

  • তিতা কেৰেলা যকৃতৰ বাবে অতি উপকাৰী বুলি কোৱা হয় । ই যকৃতৰ কাৰ্যক্ষমতা উন্নত কৰাৰ লগতে শৰীৰৰ বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে।
  • তিতা কেৰেলাত প্ৰটিন, কাৰ্বহাইদ্ৰেট, ফেট, ফাইবাৰ, ভিটামিন এ, বি ১, বি ২, চি, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, জিংক আৰু পটাছিয়াম আদি পুষ্টিকৰ উপাদান থাকে।
  • ইয়াৰ এন্টিঅক্সিডেন্ট গুণো আছে। ইয়াত কেটেচিন (catechin), গেলিক এচিড (gallic acid), এপিকেটেচিন (epicatechin), আৰু ক্ল’ৰ’জেনিক এচিডৰ (chlorogenic acid) আদি উপকাৰী যৌগ কেৰেলাত থাকে। এই যৌগবোৰে কোষক ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে আৰু বাৰ্ধক্য, হৃদৰোগ, ডিছলিপিডেমিয়া আৰু উচ্চ ৰক্তচাপৰ দৰে দীৰ্ঘদিনীয়া অৱস্থাকে ধৰি অক্সিডেটিভ চাপৰ ফলত হোৱা কেইবাটাও ৰোগ প্ৰতিৰোধত অৰিহণা যোগাব পাৰে।
  • তিতা কেৰেলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে ঠাণ্ডাৰ পৰা সকাহ দিব পাৰে। ভিটামিন চি য়ে শ্বেত ৰক্তকণিকা সক্ৰিয় কৰি বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়ে। কিন্তু ভিটামিন চি গৰমৰ প্ৰতি সংবেদনশীল, গতিকে চালাড বা ৰসৰ ৰূপত তিতা কেৰেলা খালে অধিক উপকাৰ হ’ব পাৰে।
  • তিতা কেৰেলাত থকা আহে অন্ত্ৰত উপস্থিত ভাল বেক্টেৰিয়াক খাদ্য যোগান ধৰে, যাৰ ফলত ইহঁতৰ সংখ্যা বৃদ্ধি পায় আৰু আপোনাৰ অন্ত্ৰৰ স্বাস্থ্য বজাই ৰাখে।
  • তিতা কেৰেলাত থকা ফলিক এচিডে ৰক্তকণিকা উৎপাদনত সহায়ক হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যাৰ বাবে আপুনি ৰক্তহীনতাৰ পৰা হাত সাৰিব পাৰে।
  • ইয়াত থকা কেলচিয়াম হাড় আৰু দাঁতৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য।
  • কোৱা হয় যে, তিতা কেৰেলা খালে শৰীৰৰ তেজ পৰিস্কাৰ কৰে । ইয়াৰ লগতে মূৰৰ বিষৰ লগতে ছালৰ এলাৰ্জি, ভাগৰ লগা আদি সমস্যা দূৰ কৰে তিতা কেৰেলাই ।
  • কলেষ্টেৰল হ্ৰাসৰ কৰাত সহায় কৰে তিতা কেৰেলাই । কোৱা হয় যে, তিতা কেৰেলাই শৰীৰৰ ক্ষতিকাৰক কলেষ্টেৰল হ্ৰাস কৰে। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস পায় ।
  • তিতা কেৰেলাই কোষ্ঠকাঠিন্য, কফ আৰু পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰে। যদি আপুনি তিতা কেৰেলা খায় তেন্তে আপোনাৰ কেতিয়াও হজম শক্তিৰ সমস্যা অনুভৱ নকৰিব। তদুপৰি, ভোক নলগা সমস্যাও দূৰ কৰে তিতা কেৰেলাই ।
  • গ্লুকজ আৰু চৰ্বি শক্তিলৈ ৰূপান্তৰিত কৰিবলৈ ভিটামিন বি ১ আৰু বি ২ প্ৰয়োজনীয়। ডায়েবেটিছ ৰোগীৰ বাবে ই এক মূল্যৱান খাদ্য। অধ্যয়নত দেখা গৈছে যে তিতা কেৰেলা সেৱন কৰিলে তেজত গ্লুকজৰ মাত্ৰা হ্ৰাস পায় আৰু গ্লাইচেমিক নিয়ন্ত্ৰণৰ (glycemic control) উন্নতি ঘটে। ইয়াৰ কাৰণ হৈছে চেৰেন্টিন (charantin), ভিচিন (vicine), পলিপেপটাইড-পি আদি যৌগ কেৰেলাত থাকে, যিবোৰৰ ইনচুলিনৰ দৰে গুণ আছে বুলি বিশ্বাস কৰা হয়।
Tags: bitter gourdHealthLifestyle

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?
Top News

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ
Top News

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

January 31, 2026
ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?
Top News

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

January 31, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025